WhatsApp Stopped :

বিশ্বজুৰি হঠাৎ অচল হৈ পৰিছে হোৱাটছএপ ৷ আজি দিনৰ ১২-৪৫ বজাৰ পৰা সমগ্ৰ বিশ্বত বহুলভাৱে প্ৰচাৰিত এপ অচল হৈ যোৱাত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় ৷

অৱশ্যে অচল হোৱাৰ সন্দৰ্ভত প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ এই পৰ্যন্ত হোৱাটছএপ কতৃৰ্পক্ষৰ কোনো তথ্য সদৰি কৰা নাই ৷