Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Veteran Assamese actor Nipon Goswami passed away : অসমীয়া চিনেমাৰ মহীৰূহ প্ৰখ্যাত অভিনেতা নিপন গোস্বামীৰ দেহাৱসান

মহানগৰীৰ নেমকেয়াৰ হস্পিতালত বৃহস্পতিবাৰে পুৱা ৯:১৫ মিনিটত অসমীয়া চিনেমাৰ মহীৰূহ স্বৰূপ প্ৰবীণ অভিনেতা গোস্বামীৰ দেহাৱসান ঘটে

publisher by publisher
October 27, 2022
in News, Assam
Reading Time: 1 min read
0
Veteran Assamese actor Nipon Goswami passed away : অসমীয়া চিনেমাৰ মহীৰূহ প্ৰখ্যাত অভিনেতা নিপন গোস্বামীৰ দেহাৱসান

Nipon Goswami

5
SHARES
52
VIEWS
ShareShareShareShare

Nipon Goswami ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব অন্ত্যেষ্টিক্রিয়া : মুখ্যমন্ত্ৰী

Veteran Assamese actor Nipon Goswami passed away on Thursday morning at Guwahati. The veteran actor had been suffering from heart related ailments for a while. However, after his condition deteriorated suddenly, he was rushed to Nemcare Hoapital  on October 24. মহানগৰীৰ নেমকেয়াৰ হস্পিতালত বৃহস্পতিবাৰে পুৱা ৯:১৫ মিনিটত অসমীয়া চিনেমাৰ মহীৰূহ স্বৰূপ প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ দেহাৱসান ঘটে ।

ADVERTISEMENT

জনপ্ৰিয় অভিনেতা কিছুদিনৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ  হঠাতে স্বাস্থ্যৰ  অৱনতি হোৱাত ২৪ অক্টোবৰত পৰিয়ালৰলোকে ভৰ্তি কৰে নেমকেয়াৰ হাস্পতালত ৷ চিকিৎসালয়খনৰ আইচিইউত বিশেষ পৰ্যৱেক্ষণত ৰখা হৈছিল।

RelatedPosts

Nipon Goswami : নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল অসমীয়া চিনেমা পিতামহস্বৰূপ অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া

 Veteran Assamese actor Nipon Goswami passed away on Thursday morning

বলিষ্ঠ অভিনেতা গৰাকীৰ মৃত্যুত ৰাজ্যবাসী শোকত ভাগি পৰিছে। ৮০ বছৰীয়া বৰ্ষীয়ান অভিনেতাগৰাকীৰ জন্ম হৈছিল সাংস্কৃতিক নগৰী তেজপুৰত। সকলোৰে মাজত নিপনদা ৰূপে পৰিচিত প্ৰখ্যাত অভিনেতা গৰাকীৰ বিয়োগৰ বাতৰি সদৰি হোৱাৰ লগে লগে নেমকেয়াৰ হাস্পতালত ভিৰ কৰিছে ৰাজ্যৰ অভিনয় আৰু সংগীতজগতৰ শিল্পী সকল৷

অসমীয়া ছবি জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ কৰে ৷ এক শোক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়,শৈশৱতে ‘ককাদেউতা নাতি আৰু হাতী নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ  সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ ৷

বহুকেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰা নিপন গোস্বামীদেৱৰ সাংস্কৃতিক জগতলৈ অৱদান অসমীয়া জাতিয়ে কোনোদিনে পাহৰিব নোৱাৰিব  ৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰেণ্য অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰবীন অভিনেতা গৰাকীৰ অন্ত্যেষ্টিক্রিয়া ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন হ’ব বুলি জানিবলৈ দিয়ে।

Bhupen Haarika and Nipon Goswami
Bhupen Haarika and Nipon Goswami

প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় জাহাজ,পৰ্ট আৰু আয়ুস মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷এক শোকবাৰ্তাত উল্লেখ কৰে যে , “অসমৰ সাংস্কৃতিক আকাশৰপৰা নোহোৱা হ’ল এটি উজ্জ্বল ভোটাতৰা। আমাৰ সকলোৰে প্ৰিয় নিপনদাৰ প্ৰয়াণৰ খবৰ পাই শোকস্তব্ধ হৈ পৰিছোঁ।

তাহানিতে ৰূপালী পৰ্দাত সুদৰ্শন নায়ক নিপনদা অভিনীত বহুকেইখন জনপ্ৰিয় চিনেমা চোৱাৰ সোণালী দিনবোৰ মনত পুনৰ ভাঁহি উঠিছে। ১৯৬০ দশকৰপৰা অজস্ৰ দৰ্শকৰ হৃদয়ত সাঁচ বহাই সৌ সিদিনালৈ অসমীয়া চলচ্চিত্ৰ জগতত সপ্ৰতিভ হৈ থকা নিপন গোস্বামীৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। বিভিন্ন স্মৰণীয় চৰিত্ৰ ৰূপায়ণেৰে অভিনয়ৰ ক্ষেত্ৰলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান আমি শ্ৰদ্ধাৰে সুঁৱৰি যাম।

নিপনদাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু অজস্ৰ গুণমুগ্ধৰ দুখৰ সমভাগী হৈছোঁ বুলি প্ৰকাশ কৰে।

যশস্বী অভিনেতা , অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। এক শোকবাৰ্তাত কয় ,নিপন গোস্বামীৰ দৰে এগৰাকী ব্যতিক্ৰমী অভিনেতাৰ মৃত্যুৰ খবৰে তেওঁক অতিকে মৰ্মাহত কৰিছে। অসমীয়া চলচ্চিত্ৰক দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ সংগ্ৰামত অবিৰত যুঁজ দিয়া সকলৰ মাজত অন্যতম আছিল এই নিপন গোস্বামী ।

তেখেতৰ এই মৃত্যুৱে অসমীয়া চলচ্চিত্ৰ আৰু সামগ্ৰিকভাৱে অসমৰ সাংস্কৃতিক জগতখনলৈ অপূৰণীয় ক্ষতি নমাই আনিলে। “সংগ্ৰাম” ৰ পৰা “শেষ অঙ্গীকাৰ” ৰ লৈকে বহু কেইখন চলচ্চিত্ৰত বৈচিত্ৰপূৰ্ণ অভিনয়ৰ বাবে আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰ’ব নিপন গোস্বামী ।

সভাপতি শ্বৰাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গ আৰু গুণগ্ৰাহী সকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamese CinemaNipon Goswami
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d