Coxsackievirus A16 : কক্সচেকি ভাইৰাছ এ১৬ শিশুৰ মাজত দ্ৰুতগতিত সংক্ৰমণ

WhatsApp Image 2022 10 28 at 21.56.32

Coxsackievirus A16 :

অসমত শেহতীয়াকৈ নৱজাতক শিশু আৰু ?কিশোৰ- কিশোৰীৰ শৰীৰত দেখা দিছে কক্সচেকি ভাইৰাছ এ১৬ ৷ ইতিমধ্যে এই ৰোগৰ সংক্ৰমণৰ ফলত হাত, ভৰি আৰু মুখলৈ বিয়পি পৰিছে ৷

অসংখ্য শিশু এই ৰোগৰ দ্বাৰা প্ৰভাৱিত হৈছে বুলি জানিব পৰা গৈছে। বিশেষকৈ ৩-৭ বছৰ বয়সৰ শিশুৰ মাজত ভাইৰাছটোৰ উপস্থিতি চিনাক্ত কৰা হৈছে ।

শিশুৰ মুখ আৰু হাত-ভৰি ৰঙা পৰা লক্ষণ হিচাপে বিবেচিত হৈছে। উল্লেখ্য য়ে জ্বৰ আৰু শাৰীৰিক বিষ হৈছে ভাইৰাছৰ দুটাৰ সাধাৰণ লক্ষণ।

ইফালে, চিকিৎসকে অসুস্থ কিশোৰ- কিশোৰী সকলক সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈকে ৭ৰ পৰা ১০ দিন ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ দিয়ে ।

Exit mobile version