Chhath Puja : ষট্ পূজাৰ নিশা পাণ্ডু ঘাটত মুখ্যমন্ত্ৰী

ৰাজ্যবাসীৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা

WhatsApp Image 2022 10 31 at 13.07.01 1

Chhath Puja :

গুৱাহাটীৰ পাণ্ডু ঘাটত আজি কাহিলীপুৱাতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ষৰ্ট পূজাত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে ষট্ পূজা উপলক্ষে হিন্দীভাষী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পাণ্ডু ঘাটত সুচাৰুৰূপে পূজা উদযাপনৰ স’তে জড়িত উদ্যোক্তা সকলক প্ৰশংসা কৰে ৷

আনহাতে মুখ্যমন্ত্ৰী শৰ্মাই টুইট যোগে উল্লেখ কৰে যে “ব্ৰহ্মপুত্ৰৰ পাৰৰ পাণ্ডু ঘাট পৰিদৰ্শন কৰি ষট্ পূজাৰ ভক্তসকলৰ স’তে একাত্ম হ’বলৈ নিজকে পাই ধন্য অনুভৱ কৰিলোঁ। সকলোৰে বাবে আনন্দ, শান্তি আৰু সমৃদ্ধিৰ বাবে ষট্ মাইয়াৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।”

Exit mobile version