Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tax on Tobacco : ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক ঘূৰণীয়া মেজমেল অনুষ্ঠিত পাণ্ডু মহাবিদ্যালয়ত

publisher by publisher
October 30, 2022
in Assam, News
Reading Time: 1 min read
0
Tax on Tobacco : ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক ঘূৰণীয়া মেজমেল অনুষ্ঠিত পাণ্ডু মহাবিদ্যালয়ত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Tax on Tobacco :

কনজিউমাৰ্চ লীগেল প্ৰটেকছন ফৰামৰ, অসম আৰু পাণ্ডু মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ যৌথ উদ্যোগত আৰু কনজিউম ভয়েচ, নতুন দিল্লীৰ সহযোগত ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক ঘূৰণীয়া মেজমেল আজি অনুষ্ঠিত হয় ।

ADVERTISEMENT

মেজমেলত উপস্থিত থকা অৰ্থনীতিবিদ, বিশেষজ্ঞ আৰু ৰাজ্য চৰকাৰৰ কৰ বিভাগৰ প্ৰতিনিধিয়ে সৰ্বসাধাৰণ গ্ৰাহকৰ দ্বাৰা ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত অত্যধিক কৰ আৰোপে অন্যতম পন্থা বুলি ঐক্যমত পোষণ কৰে ।

ঘূৰণীয়া মেজমেল উদ্বোধন কৰি পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেশ কাকতিয়ে স্বাস্থ্য আৰু জীৱনৰ ওপৰত ধঁপাতে পেলোৱা প্ৰভাৱৰ বিষয়ে সৰ্বসাধাৰণ লোকৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ছাত্র সমাজক আহ্বান জনায় ।

মেজমেলত উপস্থিত থাকি আইআইটি-গুৱাহাটীৰ অৰ্থনীতিৰ অধ্যাপক ডঃ মৃণাল কান্তি দত্তই বৰ্তমানৰ সৰ্বাধিক ২৮ শতাংশৰৰ পৰিৱৰ্তে ধঁপাতৰ ওপৰত কৰৰ পৰিমান ৪০ শতাংশলৈ বৃদ্ধি সপক্ষে মত প্ৰকাশ কৰে ।

অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ নিছাঁৰ আহমেদ বৰুৱাই অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালভাৱে ভাৰতত ধঁপাতৰ মূল্য বৃদ্ধি কৰা নহয় বুলি উদ্বিগ্নতা প্ৰকাশ কৰে ।

ঘূৰণীয়া মেজমেলত উপস্থিত থাকি গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডঃ মৌচুমী বৰাই কৰ বৃদ্ধিৰ সমান্তৰালভাৱে ধোঁৱাবিহীন ধঁপাতৰ পেকেটৰ আকাৰ আৰু পৰিমাণ বৃদ্ধিৰ সপক্ষে যুক্তি আগবঢ়ায় ।

আনহাতে, আইন অনুসৰি ধঁপাতৰ ওপৰত সৰ্বাধিক যি পৰিমাণৰ কৰ আৰোপ কৰিব পাৰি চৰকাৰে সেই আৰোপ কৰিব বুলি আশ্বাস দিয়ে অসম চৰকাৰৰ কৰ বিভাগৰ ৰাজ্যিক জিএছটিৰ অধীক্ষক বেদব্ৰত শইকীয়াই ।

কনজিউমাৰ্চ লীগেল প্ৰটেকছন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই আদৰণি ভাষণত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতি কমেও ৭৫ শতাংশ কৰ আৰোপৰ সপক্ষে মত প্ৰকাশ কৰে ।

পাণ্ডু মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অংগনা বৰাই আঁতধৰা মেজমেলত কনজিউম ভয়েচ, নতুন দিল্লীৰ মুখ্য কাৰ্যবাহী বিষয়া অসীম ছেনেল আৰু কোচিৰ ৰাজাগিৰী কলেজ অৱ ছ’চিয়েল ছায়েন্সৰ সহযোগী অধ্যপক ডঃ ৰিজ এমজনো উপস্থিত থাকি ধঁপাতৰ ওপৰত সৰ্বাধিক কৰ বৃদ্ধিৰ সপক্ষে মত প্ৰকাশ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamTax on Tobacco
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d