Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bihar 53 Wagons of Coal-Laden Goods train Derail : বিহাৰৰ পূব মধ্য ৰে’লৱেৰ গয়া-ধানবাদৰ গুৰপা ৰে’ল ষ্টেচনত ভয়ংকৰ দুৰ্ঘটনা মালবাহী ৰে’লৰ ৫৩ ডবা লাইনচ্যুত

publisher by publisher
October 27, 2022
in India, News
Reading Time: 1 min read
0
Bihar 53 Wagons of Coal-Laden Goods train Derail : বিহাৰৰ পূব মধ্য ৰে’লৱেৰ গয়া-ধানবাদৰ গুৰপা ৰে’ল ষ্টেচনত ভয়ংকৰ দুৰ্ঘটনা মালবাহী ৰে’লৰ ৫৩ ডবা লাইনচ্যুত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

Bihar 53 Wagons of Coal-Laden Goods train Derail :

বিহাৰৰ পূব মধ্য ৰে’লৱেৰ (ইচিআৰ) গয়া-ধানবাদ ৰে’ল শাখাৰ গুৰপা ৰে’ল ষ্টেচনত বুধবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ কয়লা বোজাই নিয়া মালবাহী ৰে’ল এখন দুৰ্ঘটনা পতিত হৈ লাইনচ্যুত হয় ৫৩ টাকৈ ডবা ৷

ঘটনাটো ইমানেই ভয়াৱহ আছিল যে লাইনচ্যুত হোৱাৰ পিছতো ৰে’লৰ ইঞ্জিনটোৱে এটা ডবা টানি নিয়াৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে ছ’চিয়েল মাধ্যমত ৷ মালবাহী ৰে’লখনৰ লাইনচ্যুত হোৱাৰ ফলত এক ডজনৰো অধিক দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে’লৰ পথ সলনি কৰিবলৈ বাধ্য হয় ৰে’ল কতৃৰ্পক্ষ।

ADVERTISEMENT

উল্লেখ্য যে লাইনচ্যুত হোৱাৰ ফলত কেইবাখনো যাত্ৰীবাহী ৰে’ল বিলম্বিত হোৱাত লাখ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিক ষট্ পূজাৰ বাবে বিহাৰ আৰু ঝাৰখণ্ডত ঘৰলৈ উভতি অহাত বহু অসুবিধাৰ সন্মুখিন দয় ৷

ৰে’লৱে বিষয়াসকলৰ মতে, মালবাহী ৰে’লখনৰ ব্ৰেক বিফল হৈছিল আৰু তীব্ৰ ঢাল থকা পাহাৰীয়া অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ই বৈদ্যুতিক খুটাৰ সৈতে খুন্দা খাইছিল। যদিও ৰে’ল খনৰ চালকজনে ব্ৰেকত সমস্যা লক্ষ্য কৰাৰ পিছত অতি তৎপৰতাৰে ৰে’লৰ গতি হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল ৷

অৱশ্যে কোনোলোক হতাহত নোহোৱাকৈ মালবাহী ৰে’ল খন ষ্টেচনৰ কিছু নিলগত । ইতিমধ্যে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ লাইনচ্যুত হোৱাৰ কাৰণ অনুসন্ধান কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 53 Wagons of coalBihargurpaINDIAN RAILWAYTrain Derailment
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d