Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Elon Musk : আয় কৰাই লক্ষ্য ?

কোটি কোটি ডলাৰত মাস্কে টুইটাৰ ক্ৰয় কৰাৰ ‘বিশেষ কাৰণ’ কি ?

publisher by publisher
October 31, 2022
in News, International
Reading Time: 4 mins read
0
Elon Musk : আয় কৰাই লক্ষ্য ?
1
SHARES
9
VIEWS
ShareShareShareShare

Elon Musk :

টুইটাৰৰ স্বত্বাধিকাৰী হোৱাৰ পাছৰ পৰাই প্রশ্ন উদয় হৈছিল । ইলন মাস্কে কিয় টুইটাৰ ক্ৰয় কৰিলে ? বিশ্বৰ ধনাঢ্য ব্যক্তিৰ এনে সিদ্ধান্তৰ প্ৰকৃত কাৰণ কি ? হাতৰ মঠিতেইতো আছে ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছ‌এপ বা পিন্টাৰেষ্টৰ দৰে সামাজিক মাধ্যম । যিসমূহে টুইটাৰতকৈও তুলনামূলকভাৱে অধিক মুনাফা কৰিছে । অৱশ্যে লোকচানত যোৱা টুইটাৰতেই কিয় আগ্রহ টেছলা কর্ণধাৰৰ ?

ADVERTISEMENT

বছৰজোৰা চেষ্টাৰ পাছত ২৭ অক্টোবৰত টুইটাৰ অধিগ্রহণ কৰিছে মাস্কে । ইয়াৰ পূৰ্বে অৱশ্যে এই বিষয়ত মাহৰ পাছত মাহ টুইটাৰ কর্তৃপক্ষৰ স’তে আলোচনা অব্যাহত আছিল তেওঁৰ । এসময়ত টুইটাৰ ক্ৰয় কৰাৰ পৰিকল্পনাই বাতিল কৰিছিল তেওঁ । অৱশেষত যি আদালত পর্যন্ত গৈছিল ।

RelatedPosts

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

শিশু-কিশোৰৰ বাবে ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণৰ চিন্তা

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

WhatsApp Image 2022 10 31 at 14.36.18

অৱশেষত ২৮ অক্টোবৰত ইলনৰ এটা সৰু টুইটত স্বস্তি ঘূৰি আহে সামাজিক মাধ্যমত । তেওঁ লিখে, ‘চৰাই মুক্ত’ । বিশ্ব‌ই বুজিলে যে, টুইটাৰৰ স্বত্বাধিকাৰী এতিয়াৰে পৰা মাস্ক !

চলিত বছৰৰ ৩১ জানুৱাৰীত টুইটাৰ অধিগ্রহণৰ পৰিকল্পনাত প্রথম ভৰি ৰাখিছিল মাস্কে । সেই মাহৰ পৰা টুইটাৰৰ শ্বেয়াৰ ক্ৰয় কৰে । মার্চৰ ভিতৰত মাস্কৰ হাতত আহে ‘মাইক্র’ব্লগিং ছাইটটোৰ পাঁচ শতাংশ শ্বেয়াৰ । তাৰ পাছত এপ্রিলত মাস্কে ঘোষণা কৰে, চাৰি হেজাৰ চাৰিশ কোটি ডলাৰ ব্যয় কৰি টুইটাৰ কিনিব বিচাৰে তেওঁ ।

WhatsApp Image 2022 10 31 at 14.36.15 2

এপ্রিলৰ পৰা অক্টোবৰ পর্যন্ত টুইটাৰ কর্তৃপক্ষৰ স’তে বাৰে বাৰে তৰ্ক-বিতৰ্ক হয় মাস্কৰ । প্ৰতিবাৰে বাক্‌স্বাধীনতাৰ পক্ষে প্ৰশ্ন কৰা মাস্কৰ ইংগিত আছিল, তেওঁ স্বত্বাধিকাৰী হ’লে টুইটাৰৰ সালসলনি কৰিব । আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে টুইটাৰৰ নিষেধাজ্ঞাক মাস্কে মুলিভাৱেই কৈছিল যে, ‘‘চূড়ান্ত মুৰ্খাৰ্মীৰ সিদ্ধান্ত !’’

মে’ত টুইটাৰ অধিগ্রহণৰ সিদ্ধান্ত লৈ পুনৰ চিন্তিত হৈছিল মাস্ক । ‘মাইক্র’ব্লগিং ছাইট’ কর্ত়ৃপক্ষক দাবী কৰে, পূৰ্বে টুইটাৰত স্পেম আৰু ভুৱা একাউন্টৰ তথ্য দিব লাগিব । তেনে নকৰিলে টুইটাৰ ক্ৰয় কৰাৰ পৰিকল্পনা বাতিলৰ সকীয়নিও দিয় তেওঁ । অৱশেষত মাস্কৰ বিৰুদ্ধে আদালতত যায় টুইটাৰ কর্তৃপক্ষ ।

WhatsApp Image 2022 10 31 at 14.36.17 1

অক্টোবৰৰ আৰম্ভণিতে ডেলাঅৱাৰৰ আদালতে মাস্কক নির্দেশ দিছিল, চলিত মাহৰ ২৮ তাৰিখৰ ভিতৰতেই টুইটাৰৰ অধিগ্রহণৰ বিষয়ে চুক্তি সম্পন্ন কৰিব লাগিব । দুই পক্ষই এই সন্দৰ্ভত সিদ্ধান্ত নল’লে নৱেম্বৰত এই গোচৰৰ শুনানি আৰম্ভ হ’ব । তাত মাস্কৰ হাৰ অনিবার্য আছিল‌ । অৱশ্যে আদালতৰ চাপত টুইটাৰ কিনিলে নেকি মাস্কে ? এনে প্রশ্নও উত্থাপিত হয় ।

২৭ অক্টোবৰ, বৃহস্পতিবাৰে নিশা ১১ বাজি ৪৫ মিনিটত ইলনৰ টুইটাৰ হেণ্ডলত প্ৰকাশ পাইছিল তেওঁ হাতত বেচিন (ছিংক) লৈ থকা এটা ভিডিঅ’ । টুইটাৰৰ সদৰ দপ্তৰচ ৰখাৰ ঠাই বচাৰিছে ধনকুবেৰ মাস্কে । লগত তেওঁৰ ইংগিতপূর্ণ মন্তব্য, ‘‘টুইটাৰৰ সদৰ দপ্তৰত প্ৰৱেশ কৰিছো — লেট দেট ছিংক ইন !’’ যেন সেই সময়তো বিশ্বাস হোৱা নাই, চুক্তি সফল ! টুইটাৰ তেওঁৰ ।

WhatsApp Image 2022 10 31 at 14.36.16

টুইটাৰ যে সঁচাকৈয়ে তেওঁৰ অধীনত, আন এটা টুইটত জনায় । ২৮ অক্টোবৰত মাস্কে লিখিছিল, ‘‘দ্য বার্ড ইজ ফ্রিড ।’’ টুইট-চৰাই মুক্ত ! মাস্কৰ দাবী অনুযায়ী, যি বাক্‌স্বাধীনতাৰ ওপৰত শিকলি লগোৱা থাকে টুইটাৰত, সেই শিকলি তেওঁ এইবাৰ চিঙিব নেকি ? সেই প্রশ্নও উঠিছে । যদিও সমালোচকসকলৰ কটাক্ষ — প্ৰকৃততে টুইট-চৰাইক তেওঁ ধ্বংস কৰিব বিচাৰিছে ।

টুইটাৰৰ সর্বেসর্বা হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে কঠোৰ সিদ্ধান্ত লৈছে মাস্কে । নিমিষতে টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱাল, লিগেল এগজিকিউটিভ বিজয়া গাড্ডে, চিফ ফিনান্সিয়েল অফিচাৰ নেড ছিগাল আৰু জেনেৰেল কাউন্সিল ছিন এজেটক নিলম্বন কৰে ।

WhatsApp Image 2022 10 31 at 14.36.17 2

টুইটাৰ অধিগ্রহণৰ পাছত চাৰি কৰ্মচাৰী নিলম্বনৰ বাবে পুনৰ কোটি কোটি টকা ব্যয় কৰে মাস্কে । পৰাগ, বিজয়া আ নেডৰ ওপৰত ১২ কোটি ডলাৰ ব্যয় হৈছে । তেওঁলোকৰ বাবে ইলন মাস্কৰ প্রায় ২০ কোটি ডলাৰ ব্যয় হৈছে বুলিও অনেকৰ দাবী । প্ৰকৃততে এই শীর্ষকর্তাসকলৰ চাকৰিৰ ম্যাদ উকলাৰ পূৰ্বেই নিলম্বন কৰাৰ বাবে তেওঁলোকৰ চুক্তি অনুযায়ী এই বিপুল অর্থ দিবলগীয়া হৈছে মাস্কে ।

টুইটাৰৰ ওপৰত পানীৰ দৰে কোটি কোটি ডলাৰ কিয় ব্যয় কৰিছে মাস্কে ? অধিগ্রহণৰ আগদিনা টুইটাৰৰ বিজ্ঞাপকসকলক উদ্দেশ্যি এটা বিবৃতিত একাধিক কাৰণ জনাইছে তেওঁ । অৱশ্যে সেই সকলোবোৰেই কেৱল কাৰণ নেকি ?

WhatsApp Image 2022 10 31 at 14.36.14 2

২৭ অক্টোবৰৰ এই টুইটত মাস্কৰ দাবী, ‘‘ম‌ই কিয় টুইটাৰ অধিগ্রহণ কৰিলো, সেয়া ব্যক্তিগতভাৱে সকলোকে জনাব বিচাৰো । কাৰণ, মানৱতাৰ ভৱিষ্যতৰ বাবে সমস্ত পক্ষৰ স্বাধীন মতপ্রকাশৰ বাবে এটা ডিজিটেল মঞ্চ থকা উচিত । য’ত সুস্থ পৰিৱেশত কোনো ধৰণৰ হিংসা নোহোৱাকৈ বিভিন্ন বিষয়ৰ মতামতৰ বিতর্ক হ’ব পাৰে ।’’

সম্প্ৰতি সামাজিক মাধ্যমত যি কট্টৰ বাম আৰু বাওঁপন্থীত বিভক্ত হোৱাৰ বিপদসংকুল পথ প্ৰশস্ত হৈছে, সেয়া বুজি পাইছে মাস্কে । ইয়াৰ ফলত সমাজত বিদ্বেষ বৃদ্ধি পাবলৈ লয় । সমাজত বিভাজন গঢ়ি উঠিব পাৰে । এই টুইটত সেই শংকাও কৰিছে মাস্কে ।

WhatsApp Image 2022 10 31 at 14.36.15

অবিশ্বাসীসকলে অৱশ্যে মাস্কৰ এই দাবীৰ পাছতো প্রশ্ন তুলিয়ে থাকে । টুইটাৰৰ লোকচানৰ হিচাপো দঙি ধৰিছে তেওঁলোকে । সংবাদমাধ্যমত প্রকাশিত পৰিসংখ্যা অনুযায়ী, ২৭ অক্টোবৰ পর্যন্ত টুইটাৰৰ নিট মূল্য ৪,০৮৩ কোটি ডলাৰ । এপ্রিলৰ পৰা জুন পর্যন্ত ই ১২০ কোটি ডলাৰ আয় কৰিছে । অৱশ্যে বিগত বছৰৰ এই সময়তকৈ এক শতাংশ কম । আনকি, আয় মেটাতকৈ ২৫ গুণ কম । লোকচানৰ নিৰিখত ২৭ কোটি ডলাৰ পানীত গৈছে টুইটাৰৰ ।

লাভ-লোকচানৰ উপৰিও ব্যৱহাৰকাৰীসকলক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত ফেচবুক, ইনষ্টাগ্রামসহ বহু সামাজিকমাধ্যমতকৈ পিছত আছে টুইটাৰ । চলিত বিত্তবর্ষৰ দ্বিতীয় ত্রৈমাসিকত দৈনিক ২৩.৮ কোটি ইউজাৰ বা ব্যৱহাৰকাৰী আছে ইয়াৰ । অথচ ফেচবুকৰ দাবী, তেওঁলোকৰ ছাইটত দৈনিক ১৯৮ কোটি লোকৰ যাতায়াত ।

WhatsApp Image 2022 10 31 at 14.36.13 2

হোৱাটছ‌এপ, ইনষ্টাগ্রাম মিলাই মেটা-ৰ ক্ষেত্রত সেয়া দৈনিক তিনিশ কোটিৰো অধিক হয় । পিন্টাৰেষ্ট, স্নেপচেট বা টিকটকো আয়ৰ ক্ষেত্ৰত টুইটাৰতকৈ বহু যোজন আগবাঢ়ি আছে ।

মাস্কৰ এই সিদ্ধান্তৰ ‘গৱেষণা’ কৰি অনেকে প্রশ্ন উত্থাপন কৰে, ফেচবুক, ইনষ্টাগ্রামৰ দৰে ছাইটবোৰ জনসাউ মাজত জনপ্রিয় হ’লেও টুইটাৰ কেইজনে ব্যৱহাৰ কৰে ? টুইটাৰ ৰাজনীতিক, সাংবাদিক আ প্ৰখ্যাত ব্যক্তিৰ দৰে সমাজৰ তথাকথিত উচ্চবর্গৰ মাজত জনপ্রিয় । জনসাধাৰণৰ প্ৰিয় হ’ব পাৰিছে নে টুইটাৰে ? অৱশ্যে এই সংস্থা ক্ৰয় কৰাৰ প্ৰকৃত কাৰণ কি ? এয়া ৫১ বছৰীয়া মাস্ক নে ?

WhatsApp Image 2022 10 31 at 14.36.13 1

যিয়ে যিয়েই নক‌ওক ! টুইটাৰ যে সোণৰ মুৰ্গী, হ’ব সেয়া মাস্কৰ দৃঢ় বিশ্বাস । বিশ্বৰ ধনাঢ্যৰ দাবী, তেওঁ বিশ্বাস কৰে, যিমন কোটি ডলাৰ ব্যয় কৰি টুইটাৰ ক্ৰয় কৰিছো, তাতকৈ ১০ গুণ অধিক মূল্যবান ই । সেয়ে চাৰি হেজাৰ চাৰিশ কোটি ডলাৰৰ নিজৰ সম্পত্তি পৰা ১,৫০০ কোটি ডলাৰ ব্যয় কৰিছে নেকি তেওঁ ?

টুইটাৰ কিনিবলৈ বাকী অর্থ আহিছে ইনভেষ্টমেন্ট ফাণ্ড আৰু অন্যান্য লার্জ ফাণ্ডৰ পৰা । এই অধিগ্রহণত এশ কোটি ডলাৰ ব্যয় কৰিছে অ’ৰেকল্‌-ৰ সহপ্রতিষ্ঠাপক লেৰি এলিছনো । তদুপৰি, বিভিন্ন বেংকৰ পৰা ঋণ লৈ বাকি ১,৩০০ কোটি ডলাৰ তোলা হৈছে ।

WhatsApp Image 2022 10 31 at 14.36.13

‘সৰু’ টুইট-চৰাইক লৈ কি স্বপ্ন দেখিছে মাস্কে ? তেওঁৰ তাত তো টেছলা-ৰ দৰে গাড়ী প্রস্ততকাৰী সংস্থা আছে । স্পেছএক্স-ৰ দৰে মহাকাশ গৱেষণা সংস্থাও গঢ়ি তুলিছে । আর্থিক মূল্যৰ হিচাপত টুইটাৰতকৈ যিবোৰ বহু গুণ ভাৰি । টেছলাৰ নিট মূল্য ৭০ হেজাৰ ২৩৩ কোটি ডলাৰ । আনহাতে, ১২ হেজাৰ ৭০০ কোটি ডলাৰৰ নিট মূল্যৰ স্পেছএক্স নাছাৰ দৰে মহাকাশ গৱেষণা সংস্থাক প্ৰত্যাহ্বান জনাব পাৰিব নে ।

অনেকৰ দাব, নিজৰ জনপ্রিয়তাক হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰি টুইটাৰ লাভ কৰিব বিচাৰিছে মাস্কে । এই অধিগ্রহণৰ আগৰ পৰাই টুইটাৰত তেওঁৰ অনুৰাগীৰ সংখ্যা ১১.১৪ কোটি । অনুৰাগীসকলৰ সংখ্যাৰ হিচাপত এই ছাইটত তেওঁতকৈ আগত আছে একমাত্র বাৰাক অ’বামাই । আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতিৰ ফল’ৱাৰ ১৩.৩৪ কোটি ।

WhatsApp Image 2022 10 31 at 14.36.12

নিজৰ এই বিপুল সংখ্যক অনুৰাগীক টুইটাৰচ টানি আনিব পাৰিবনে মাস্কে ? বাস্তৱত সেয়া ঘটিলে টুইটাৰৰ বৃহস্পতি যি শীৰ্ষত উঠিব, তাত কোনো সন্দেহ নাই ।

WhatsApp Image 2022 10 31 at 14.36.14 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Elon MuskFacebookSocial MediaSpaceXTwitter
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d