Horoscope :
মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব। কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে। ঘৰুৱাত বাধা কম। হঠাৎ ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা ১।
বৃষ : কৰ্মস্থানত নিজৰ দায়িত্ব পালন কৰক। দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব। দাম্পত্যত শুভ ফল ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা। প্ৰেমত বাধা আঁতৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।
মিথুন :কমক্ষেত্ৰত সহকৰ্মীৰ মতামতক প্রাধান্য নিদিব। আর্থিক লেন-দেনত গুৰুতনৰ পৰামৰ্শ লোৱা বাঞ্ছনীয় অভিনেতা-অভিনেত্ৰীসকলৰ কার্যদক্ষতা হ্রাস পাব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।
কর্কট : নিবনুৱা ব্যক্তিসকলৰ কৰ্মপ্ৰাপ্তি যোগ। ভাবি থকা কামত বাধাৰ কাৰকতা। পতি-পত্নীৰ যৌথ প্রচেষ্টা সফল হোৱাৰ কাৰকতা৷ দেহভাৱ স্বাভাবিক। শুভ ৰং কমলা, শুভ সংখ্যা ২।
সিংহ : অভিনৱ পৰিকল্পনাাাৰ সুদক্ষ ৰূপায়ণ আৰু মান-সন্মান বৃদ্ধি। কর্ম আৰু ধৰ্মত সমভাৱে আসক্ত হ’ব পাৰে। দাম্পত্য সম্পর্ক শুভ। ধনাভাৱ যথাযথ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।
কন্যা : কর্মত অগ্রিম পদোন্নতি। মনোবল বৃদ্ধি আৰু উদ্যোগ প্ৰতিষ্ঠাৰ চেষ্টা। পুত্ৰ বা কন্যাৰ পৰা ক্ষয়-ক্ষতিৰ আশংকা। সমস্ত্য স্থলত অপতা লাভ। শুভ ৰং ক’লা, শুভ সংখ্যা ৪।
তুলা : প্ৰয়োজনীয় আৰু অপ্ৰয়োচনীয় কথাত মন গধূৰ হৈ থাকিব। কিন্তু সামগ্ৰিকভাৱে সমগ্ৰ দিনটো অনুকূল প্ৰভাৱ থাকিব। বুদ্ধিৰো উন্নত ফল।শুভ ৰং নীলা, শুভ সংখ্যা ৭।
বৃশ্চিক :শৰীৰ ভালেই যাব। পাৰিবাৰিক ক্ষেত্ৰত সু-সংবাদ লাভৰ কাৰক। কোনো বিষয়তে ভাৱপ্ৰৱণতা বা কক্ষতা বৰ্জন কৰাই উচিত। ভ্ৰমণত মধ্যম। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।
ধনু : উন্নত সংযোগ। ভ্ৰমণত সাধাৰণ ব্যাঘাত। আৰ্থিকত যিমান আশা কৰিব তাৰ কিয়দংশ হে মৃদু পূৰণৰ আশা। দিনৰ ১০ বজাৰ পৰা এঘন্টা সময় কাৰ্যকৰী। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮।
মকৰ : পাৰিপাৰ্শ্বিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে। নিজৰ অজান্তে কোনো প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে। বিদ্যাত বেয়া নহ’ব। শুভ ৰং ক’লা, শুভ সংখ্যা ১।
কুম্ভ : মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব। ব্যৱসায়ত চিন্তাৰ কাৰণ নাই। কর্মস্থান শুভ বুলি ক’ব পাৰি অৰ্থভাগ্যৰ সুযোগ। দাম্পত্য জীৱন মধুৰ হ’ব। শুভ ৰং কমলা, শুভ সংখ্যা ৩।
মীন : অবাস্তৱ কথাৰ মাজত কষ্ট পাব। যোগাযোগত সুফল ক’ম পাব। শৰীৰ সম্পৰ্কে উদাসতা। খৰচ-পাতি বৰ্জন কৰক। উপর্যুপতি দায়িত্বৰ কাৰক। প্ৰেমত শুভ সংযোগ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২।