Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Umiam Lake:মেঘালয়ৰ উমিয়াম হ্ৰদত ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত

অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

publisher by publisher
November 5, 2022
in India, News
Reading Time: 2 mins read
0
Umiam Lake:মেঘালয়ৰ উমিয়াম হ্ৰদত ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত
1
SHARES
5
VIEWS
ShareShareShareShare

Umiam Lake:
চুবুৰীয় ৰাজ্য মেঘালয়ৰ উমিয়াম হ্ৰদত অনুষ্ঠিত হোৱা ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত আজি মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷

WhatsApp Image 2022 11 05 at 20.05.52 1এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীজনে ভাষণত কয় যে, ভাৰতীয় সেনা বিশেষকৈ ইষ্টাৰ্ন কমাণ্ড আৰু গজৰাজ কৰ্পছ আৰু ৰেড হৰ্নছ ডিভিজনৰ আয়োজক দলটোক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। দেশৰ বিভিন্ন ক্লাব আৰু খেলুৱৈসকলক ৰয়িং আৰু ছেইলিং ৰেগাটাৰ বাবে একত্ৰিতকৰণ তথা তেওঁলোকৰ অংশগ্ৰহণ আৰু আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ প্ৰচেষ্টাক শলাগ লৈছোঁ।

ADVERTISEMENT

WhatsApp Image 2022 11 05 at 20.05.53মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে এই উৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশখনৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ মনোমোহা প্ৰদৰ্শন দেখি আপ্লুত হয় আৰু সকলো প্ৰদৰ্শক আৰু শিল্পীক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাই । উত্তৰ-পূৰ্বাঞ্চলত জল ক্ৰীড়াৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ ক্ষেত্ৰত এক নতুন আৰম্ভণিৰ সূচনা হ’ব বুলিও ভাষণত উল্লেখ কৰে ৷

RelatedPosts

মেঘালয়ৰ পূব জয়ন্তীয়া হিলছত ৫১ কোটি টকাৰ ড্রাগছ সহ মহিলা আটক

Nagaon:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ

উল্লেখ্য যে উমিয়াম হ্ৰদত ৱাটাৰ ফেষ্টৰ এই উদ্বোধনী সংস্কৰণত ২২টা ক্লাবৰ পৰা প্ৰায় ২০০টাই প্ৰৱেশ পত্ৰ লাভ কৰে ৷

WhatsApp Image 2022 11 05 at 20.05.53 1সমাপন অনুষ্ঠানত ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ন কমাণ্ডৰ এয়াৰ মাৰ্শ্বাল সুজিত পুষ্পকৰ সৰকাৰ, এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰানা, জি অ’ চি ৪ কৰ্পছৰ মেজৰ জেনেৰেল এছ মুৰুগেছানৰ লগতে জি অ’ চি ২১ মাউণ্টেন ডিভিজনৰ জ্যেষ্ঠ বিষয়া বৰ্গ উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CM InauguratesHimanta Biswa SarmaMEGHALAYARanapratap kalitaRising Sun Water Fest'22Umiam Lake
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d