Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Kismis : কিচমিচৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক

publisher by publisher
November 16, 2022
in Lifestyle
Reading Time: 2 mins read
0
Kismis : কিচমিচৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক
3
SHARES
32
VIEWS
ShareShareShareShare

Kismis :

শুকান আঙোৰৰ পৰা প্ৰস্তুত কৰা কিচমিচ অতিকে পুষ্টি গুণেৰে ভৰপূৰ ড্ৰাইফ্ৰুটছ । সোণালী বাদামী ৰঙৰ এই ফল খুবেই শক্তিদায়ক । ইয়াক সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা হয় । তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পালে কিচমিচ খাবলৈ দিয়া হয় । কিচমিচ ইমানেই শক্তিদায়ক ফল যে, মাত্ৰ এটা কিচমিচ খালেও শৰীৰত তেজৰ মাত্ৰা দ্ৰুত গতিত বৃদ্ধি হয় । পিত্ত বা বায়ুৰ সমস্যাও দূৰ কৰে । আনকি হৃদপিণ্ডৰ বাবেই অত্যন্ত উপকাৰী । আজি আমি আপোনালোকক কিচমিচৰ কেইটামান উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম ।

ADVERTISEMENT

ওজন নিয়ন্ত্ৰণ :— কিচমিচ প্ৰাকৃতিক শৰ্কৰা সমৃদ্ধ যুক্ত হোৱাৰ বাবে শৰীৰৰ কেলৰি নিয়ন্ত্ৰণ কৰে । বিশেষকৈ ই দীৰ্ঘ সময় ধৰি পেট ভৰাই ৰাখে কাৰণে ওজন নিয়ন্ত্ৰণ হয় ।

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

001528 dry kismis 250g 600x600 1ৰক্তহীনতা দূৰ কৰে :—প্ৰচুৰ পৰিমাণে লো আৰু ভিটামিন বি কমপ্লেক্স থকাৰ কাৰণে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে । ইয়াত থকা কপাৰে তেজৰ লোহিত কণাৰ পৰিমাণ বৃদ্ধি কৰে ।

images 4 1হজমত সহায় কৰে :— দৈনিক পানীত তিয়াই ৰখা কিচমিচ খালে পেটৰ সমস্যা দূৰ হয় । বিশেষকৈ ই হজমী ক্ষমতা বৃদ্ধি কৰি কোষ্ঠকাঠিন্য সমস্যা হ্ৰাস কৰে আৰু পেট পৰিষ্কাৰ কৰে ।

how to make raisinskismis from green grapes recipe main photoৰক্তচাপ নিয়ন্ত্ৰণ :—পটাচিয়াম সমৃদ্ধ কিচমিচে শৰীৰত লবণাক্ততাৰ ভাৰসাম্য বজাই ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । ইয়াত থকা এন্টি অক্সিডেন্টে ৰক্তনলীৰ জৈব ৰসায়নত ইতিবাচক পৰিৱৰ্তন আনে । ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে।

images 5 2হাড়ৰ গঠন ভাল কৰে :— দুৰ্বল হাড় গঠনৰ বাবে অতি প্ৰয়োজনীয় উৎস হৈছে কিচমিচ । ইয়াত উপলব্ধ কেলচিয়াম মাইক্ৰোনিউট্ৰিয়েন্টে হাড় সুস্থ আৰু সুদৃঢ় কৰাত সহায় কৰে ।

52073cb2 6a25 4ab5 82bd f1b9f6dff85eমুখৰ দুৰ্গন্ধ দূৰ কৰে :– কিচমিচত থকা এন্টি ব্যেকটেৰিয়েল উপাদানে মুখৰ স্বাস্থ্য ৰক্ষা আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে ।

images 4 2ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে :— কিচমিচত থকা ভিটামিন বি আৰু চিয়ে মানুহৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে । যিকোনো ৰোগ সংক্ৰমণৰ ক্ষেত্ৰতো বাধা দিয়ে । বিশেষকৈ জ্বৰ আৰু অন্যান্য দুৰ্বলতা দূৰ কৰাৰ লগতে।শৰীৰটোত সুস্থিৰতা প্ৰদান কৰে ।

images 8 1শক্তি যোগান ধৰে :— কিচমিচত থকা প্ৰাকৃতিক গ্লুকজে কৰ্মশক্তি বৃদ্ধি কৰে । এক পৰিমিত পৰিমাণত কিচমিচ খালে শৰীৰৰ দুৰ্বলতা হ্ৰাস কৰাৰ লগতে বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰে ।

raisins coverঅন্ধত্ব ও কলেষ্টৰেল দূৰ কৰে :—কিচমিচত থকা প্ৰচুৰ এন্টি অক্সিডেন্টে মানুহৰ অন্ধত্ব হোৱাত বাধা দিয়াৰ লগতে ইয়াত থকা ফাইবাৰে লিভাৰৰ কলেষ্টৰেল দূৰ কৰাত সহায় কৰে ।

download 12অনিদ্ৰা দূৰ কৰে :– কিচমিচত থকা প্ৰচুৰ আইৰণে মানুহৰ অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি দিয়ে । সেইয়েহে গৱেষকে প্ৰতিদিনে পুৱা দুটাকৈ কিচমিচ খোৱাৰ পৰামৰ্শ দিছে ।

images 9 1মনোযোগ আৰু বুদ্ধিৰ বিকাশ কৰে :— শিশুসকলৰ বুদ্ধিৰ বিকাশ বা মনোযোগ বৃদ্ধি কৰাত কিচমিচে সাংঘাতিক ধৰণে সহায় কৰে । ইয়াত থকা উপকাৰী উপাদানে মনোযোগ বৃদ্ধি কৰি মানসিক প্ৰশান্তি দিয়ে । বিশেষকৈ ই মানুহৰ গভীৰ নিদ্ৰা অহাত সহায় কৰা কাৰণে মগজু শান্ত হোৱা পৰিলক্ষিত হয় । নিয়মিত কিচমিচ খালে মানসিক অৱসাদো দূৰ কৰে ।

বি: দ্ৰ: ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsHealthKismis
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d