Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Qatar : কাটাৰ বিশ্বকাপত ফুটবলাৰৰ প্ৰেমিকা , জীৱন সংগীনিৰ বাবে সাজু কৰিছে ১০ হাজাৰ কোটি টকাৰ বিলাসী জাহাজ 

কি আছে এই প্ৰাসাদোপম জাহাজত

publisher by publisher
November 18, 2022
in International, News, Sports
Reading Time: 2 mins read
0
Qatar : কাটাৰ বিশ্বকাপত ফুটবলাৰৰ প্ৰেমিকা , জীৱন সংগীনিৰ বাবে সাজু কৰিছে ১০ হাজাৰ কোটি টকাৰ বিলাসী জাহাজ 
5
SHARES
49
VIEWS
ShareShareShareShare

Qatar :

সমাগত কাটাৰ বিশ্বকাপ ফুটবল । প্ৰতিযোগিতাৰ সমান্তৰালকৈ ফুটবলাৰৰ পত্নী- বান্ধৱীক ৰাখিবলৈ সাজু কৰা হৈছে এক বিশাল প্ৰাসাদোপম জাহাজ । দোহাৰ বন্দৰত নিৰ্মাণ কৰা এই জাহাজখনত মুঠ ব্যয় হৈছে প্ৰায় ৯৭০৫ কোটি টকা । এই ব্যয়ৰ হিচাপ দেখি এতিয়া সমগ্ৰ দেশখনত বিতৰ্কৰ জোৱাৰ উঠিছে ।

944f317f 2d07 4927 9f3a 2c29a3bdfa86বিশেষকৈ এই বিলাহ বহুল জাহাজখন নিৰ্মাণ কৰাত জড়িত হৈ আছে হাজাৰ শ্ৰমিকৰ তেজ-ঘাম । প্ৰাপ্ত খবৰ অনুসৰি , এই শ্ৰমিক সকলক দাসৰ দৰে ব্যৱহাৰ কৰিছে কাটাৰ বিশ্বকাপ সন্থাই তথা কাটাৰৰ চৰকাৰে । কম মজুৰিতে দিনৰ পিছত দিন ধৰি শ্ৰমদান কৰিছে এইসকল শ্ৰমিকে ।

ADVERTISEMENT

32848107 5e6e 4799 aeca d9833f80224dস্পেইনৰ এটা মানৱ অধিকাৰ সংস্থাৰ দাবী যে, কিউবাৰ পৰা অনা এইসকল শ্ৰমিকৰ লগত অত্যাচাৰ কৰা হৈছে । থাকিবলৈ দিয়া হৈছে এক অস্বাস্থ্যকৰ পৰিবেশত । নিৰ্ধাৰিত সময়তকৈ বেছি কাম কৰোৱাইছে এই শ্ৰমিকসকলক । আনকি তেওঁলোকৰ পৰা পাচপৰ্টও কাঢ়ি লোৱা হৈছে ।

RelatedPosts

Guwahati:গুৱাহাটীলৈ অনা হ’ল ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফী

মহাসাগৰৰ গভীৰত লুকাই আছে খোৱাপানীৰ বিপুল ভাণ্ডাৰ

ভিয়েটনামত ভয়ংকৰ জাহাজ দুৰ্ঘটনা !

b514e59d f18d 4656 a948 83a5eedf6737কম বেতনত খটোৱা এইসকল শ্ৰমিকক মাহিলী হাজাৰ টকাও দিয়া নাই সংস্থাটোৱে । তেনেক্ষেত্ৰত বহুজনে মধ্যযুগৰ দাস প্ৰথাৰ সৈতে তুলনা কৰিছে কাটাৰৰ এই কৰ্মক । তেনেক্ষেত্ৰত কাটাৰ চৰকাৰৰ এই কাৰ্যক সমালোচনা কৰি এইবূলিও কৈছে যে, কাটাৰ চৰকাৰে এচিয়াৰ পৰা আমদানি কৰা শ্ৰমিকৰ হতুৱাই ষ্টেডিয়াম, ৰাস্তা ,ৰেলপথ আদিও নিৰ্মাণ কৰি লৈছে ।

ইতিমধ্যে ইংলেণ্ডৰ ফুটবল তাৰকাসকল কাটাৰত গৈ উপস্থিত হৈছে । লাহে লাহে পত্নী-প্ৰেমিকাসকলো উপস্থিত হৈছে । যদিও এইমুহূৰ্তত খেলুৱৈ সকলক প্ৰেমিকা বা পত্নীৰ লগত থকাৰ অনুমতি দিয়া হোৱা নাই । তথাপি কাটাৰ চৰকাৰে এইসকলক ৰাখিবলৈ এই বিলাসবহুল জাহাজত ব্যৱস্থা কৰিছে ।

d9f80815 7d1d 45cc ae01 a3aeb74726f1কাটাৰৰ ৰাজধানী চহৰ দোহাৰ সমুদ্ৰ তীৰত নিৰ্মাণ কৰা এই জাহাজত সকলোধৰণৰ আধুনিক সা-সৰঞ্জামৰ ব্যৱস্থা কৰা হৈছে । যিখিনি দেখি আচৰিত হৈছে সমগ্র বিশ্ববাসী । খবৰ অনুসৰি এই প্ৰাসাদোপম জাহাজ খনত শ্বপিং মল, স্পাৰ বিভিন্ন পৰিসেৱা , আমোদ-প্ৰমোদ তথা বিনোদনৰ সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

য’ত এটা ৰাতিৰ বিনিময়ত ব্যয় হ’ব প্ৰায় ২,৪৩৪ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰাত দুই লাখ ৩৫ হেজাৰ টকা । ২০১৬ চনতে এই জাহাজ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল । ইটালীৰ এম এচ চি নামৰ এটা সংস্থাই এই জাহাজ নিৰ্মাণৰ দায়িত্ব লৈছিল । মুঠ ৪০০ কোটি ইউৰো ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩৩,৮৩২ কোটি ব্যয়ৰে এই প্ৰাসাদসদৃশ জাহাজখন নিৰ্মাণ কৰা হৈছে ।

ebff52b3 9584 4593 a1c8 ccfdb3bed643খবৰ অনুসৰি ইংলেণ্ডৰ ২৬ জন তাৰকা ফুটবলাৰৰ পত্নী -বান্ধৱী প্ৰমোদতীৰত থাকিব । বিশেষ সূত্ৰত প্ৰকাশ যে , এই জাহাজত একাধিক ষ্টল , বুটিক ,শিশু সকলৰ খেলৰ স্থান , শ্বুটিং , চুইমিং পুল , সাগৰ ভ্ৰমণ কৰিবলৈ সৰু জাহাজ আদি । সমান্তৰালকৈ স্পৰ্ট কমপ্লেক্স , গাড়ী চলাচলৰ সুবিধা , ডিস্কো ,বাৰ , চিনেমা হল, ১৩ খন ৰেষ্টুৰেণ্ট , বিশ্বৰ সকলো প্ৰান্তৰ মদ এই জাহাজতে পো‌ৱা যাব ।

সকলো সুবিধাৰ বাবে তৈয়াৰ কৰা এই জাহাজখন দীঘল হৈছে ১০৯৪ ফুট, উচ্চতা ২২৩ ফুট আৰু প্ৰস্থ হৈছে ১৫৪ ফুট । মুঠ ৬,৭৬২ জন যাত্ৰী থাকিব পৰা এই জাহাজখনৰ গতি বেগ হৈছে ২২.৭ কিলোমিটাৰ । ২১ টা ডেক সমৃদ্ধ জাহাজখনত কৰ্মচাৰীৰ সংখ্যা হৈছে ২,১৩৮ জন ।

উল্লেখ্য যে, কাটাৰৰ অন্য অঞ্চলত সুৰাপান নিষিদ্ধ যদিও এই জাহাজ পানীত থাকিব কাৰণে ইয়াত মদ্যপান কৰাত কোনো বাধা নাথাকিব । ইফালে ফুটবলাৰৰ পত্নী-বান্ধৱীৰ বাবে ইয়াত বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে । তথ্য অনুসৰি ১৭ অনুৰ্ধ বিশ্বকাপ খেলা ফুটবলাৰ ফিল ফডেনেৰ বান্ধৱী ৰেকেকাও এই জাহাজত থকাৰ মন মেলিছে ।

এই প্ৰমোদতীৰৰ এজন কৰ্মচাৰীয়ে উল্লেখ কৰা মতে, এই জাহাজত অসাধাৰণ ব্যৱস্থা কৰা হৈছে । বিশ্বকাপ চাবলৈ ইয়াতকৈ আৰু উৎকৃষ্ট ঠাই কতো নোলাব । য’ত মদ্যপানৰ কোনো অসুবিধাৰ নথকাৰ লগতে দোহাৰ অন্য ঠাইত ৰৌদ্ৰস্নানৰ অনুমতি নাই যদিও ইয়াত সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

পৰিতাপৰ কথা হৈছে যে, ফুটবলাৰসকলে নিজেই হয়তো পত্নী-প্ৰেমিকাক সাক্ষাৎ কৰিব নোৱাৰিব । যিহেতু সকলো খেলুৱৈক ক’ভিড বিধিৰ নিৰীক্ষণত ৰখা হ’ব । বিপৰীতে পত্নী তথা বান্ধৱী সকলৰ বাবে কোনো ক’ভিড বিধি প্ৰযোজ্য নহ’ব ।

যিহেতু ক’ভিড বিধি উলংঘন কৰিলে ৬০০ পাউণ্ড তথা ভাৰতীয় মুদ্ৰাৰ হিচাপত পাঁচ লাখ ৭৯ হাজাৰ টকা জৰিমনা ভৰিব লাগিব । অৱশ্যে ইংলেণ্ডৰ নিজৰ লোকৰ ক্ষেত্ৰত এই জৰিমনা কম হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DohaFIFAQatarSeaShipWorld cup football
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d