Guwahati:
আজি প্ৰথমবাৰৰ বাবে অসমলৈ অনা হ’ব ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফী ৷ইতিমধ্যে মঙলবাৰে পুৱা ১০-৩০ বজাত বিশ্বকাপ ফুটবলৰ ট্ৰফী কঢ়িয়াই অনা দলটো উপস্থিত হয় বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত ৷ দলটোক উস্ম আদৰণি জনোৱা হয় বিমানবন্দৰত ৷
ADVERTISEMENT
বিশ্বকাপ ফুটবলৰ ট্ৰফীটি ৰখা হ’ব মহানগৰীৰ এচিএ বর্ষাপাৰা ষ্টেডিয়ামত। ৮:৩০ বজাত ট্রফীটো আনুষ্ঠানিকভাৱে মুকলি কৰিব মখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ৷



































