Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Qatar : কাটাৰ বিশ্বকাপত ফুটবলাৰৰ প্ৰেমিকা , জীৱন সংগীনিৰ বাবে সাজু কৰিছে ১০ হাজাৰ কোটি টকাৰ বিলাসী জাহাজ 

কি আছে এই প্ৰাসাদোপম জাহাজত

publisher by publisher
November 18, 2022
in International, News, Sports
Reading Time: 2 mins read
0
Qatar : কাটাৰ বিশ্বকাপত ফুটবলাৰৰ প্ৰেমিকা , জীৱন সংগীনিৰ বাবে সাজু কৰিছে ১০ হাজাৰ কোটি টকাৰ বিলাসী জাহাজ 
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

Guwahati:গুৱাহাটীলৈ অনা হ’ল ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফী

মহাসাগৰৰ গভীৰত লুকাই আছে খোৱাপানীৰ বিপুল ভাণ্ডাৰ

Qatar :

সমাগত কাটাৰ বিশ্বকাপ ফুটবল । প্ৰতিযোগিতাৰ সমান্তৰালকৈ ফুটবলাৰৰ পত্নী- বান্ধৱীক ৰাখিবলৈ সাজু কৰা হৈছে এক বিশাল প্ৰাসাদোপম জাহাজ । দোহাৰ বন্দৰত নিৰ্মাণ কৰা এই জাহাজখনত মুঠ ব্যয় হৈছে প্ৰায় ৯৭০৫ কোটি টকা । এই ব্যয়ৰ হিচাপ দেখি এতিয়া সমগ্ৰ দেশখনত বিতৰ্কৰ জোৱাৰ উঠিছে ।

বিশেষকৈ এই বিলাহ বহুল জাহাজখন নিৰ্মাণ কৰাত জড়িত হৈ আছে হাজাৰ শ্ৰমিকৰ তেজ-ঘাম । প্ৰাপ্ত খবৰ অনুসৰি , এই শ্ৰমিক সকলক দাসৰ দৰে ব্যৱহাৰ কৰিছে কাটাৰ বিশ্বকাপ সন্থাই তথা কাটাৰৰ চৰকাৰে । কম মজুৰিতে দিনৰ পিছত দিন ধৰি শ্ৰমদান কৰিছে এইসকল শ্ৰমিকে ।

ADVERTISEMENT

স্পেইনৰ এটা মানৱ অধিকাৰ সংস্থাৰ দাবী যে, কিউবাৰ পৰা অনা এইসকল শ্ৰমিকৰ লগত অত্যাচাৰ কৰা হৈছে । থাকিবলৈ দিয়া হৈছে এক অস্বাস্থ্যকৰ পৰিবেশত । নিৰ্ধাৰিত সময়তকৈ বেছি কাম কৰোৱাইছে এই শ্ৰমিকসকলক । আনকি তেওঁলোকৰ পৰা পাচপৰ্টও কাঢ়ি লোৱা হৈছে ।

কম বেতনত খটোৱা এইসকল শ্ৰমিকক মাহিলী হাজাৰ টকাও দিয়া নাই সংস্থাটোৱে । তেনেক্ষেত্ৰত বহুজনে মধ্যযুগৰ দাস প্ৰথাৰ সৈতে তুলনা কৰিছে কাটাৰৰ এই কৰ্মক । তেনেক্ষেত্ৰত কাটাৰ চৰকাৰৰ এই কাৰ্যক সমালোচনা কৰি এইবূলিও কৈছে যে, কাটাৰ চৰকাৰে এচিয়াৰ পৰা আমদানি কৰা শ্ৰমিকৰ হতুৱাই ষ্টেডিয়াম, ৰাস্তা ,ৰেলপথ আদিও নিৰ্মাণ কৰি লৈছে ।

ইতিমধ্যে ইংলেণ্ডৰ ফুটবল তাৰকাসকল কাটাৰত গৈ উপস্থিত হৈছে । লাহে লাহে পত্নী-প্ৰেমিকাসকলো উপস্থিত হৈছে । যদিও এইমুহূৰ্তত খেলুৱৈ সকলক প্ৰেমিকা বা পত্নীৰ লগত থকাৰ অনুমতি দিয়া হোৱা নাই । তথাপি কাটাৰ চৰকাৰে এইসকলক ৰাখিবলৈ এই বিলাসবহুল জাহাজত ব্যৱস্থা কৰিছে ।

কাটাৰৰ ৰাজধানী চহৰ দোহাৰ সমুদ্ৰ তীৰত নিৰ্মাণ কৰা এই জাহাজত সকলোধৰণৰ আধুনিক সা-সৰঞ্জামৰ ব্যৱস্থা কৰা হৈছে । যিখিনি দেখি আচৰিত হৈছে সমগ্র বিশ্ববাসী । খবৰ অনুসৰি এই প্ৰাসাদোপম জাহাজ খনত শ্বপিং মল, স্পাৰ বিভিন্ন পৰিসেৱা , আমোদ-প্ৰমোদ তথা বিনোদনৰ সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

য’ত এটা ৰাতিৰ বিনিময়ত ব্যয় হ’ব প্ৰায় ২,৪৩৪ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰাত দুই লাখ ৩৫ হেজাৰ টকা । ২০১৬ চনতে এই জাহাজ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল । ইটালীৰ এম এচ চি নামৰ এটা সংস্থাই এই জাহাজ নিৰ্মাণৰ দায়িত্ব লৈছিল । মুঠ ৪০০ কোটি ইউৰো ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩৩,৮৩২ কোটি ব্যয়ৰে এই প্ৰাসাদসদৃশ জাহাজখন নিৰ্মাণ কৰা হৈছে ।

খবৰ অনুসৰি ইংলেণ্ডৰ ২৬ জন তাৰকা ফুটবলাৰৰ পত্নী -বান্ধৱী প্ৰমোদতীৰত থাকিব । বিশেষ সূত্ৰত প্ৰকাশ যে , এই জাহাজত একাধিক ষ্টল , বুটিক ,শিশু সকলৰ খেলৰ স্থান , শ্বুটিং , চুইমিং পুল , সাগৰ ভ্ৰমণ কৰিবলৈ সৰু জাহাজ আদি । সমান্তৰালকৈ স্পৰ্ট কমপ্লেক্স , গাড়ী চলাচলৰ সুবিধা , ডিস্কো ,বাৰ , চিনেমা হল, ১৩ খন ৰেষ্টুৰেণ্ট , বিশ্বৰ সকলো প্ৰান্তৰ মদ এই জাহাজতে পো‌ৱা যাব ।

সকলো সুবিধাৰ বাবে তৈয়াৰ কৰা এই জাহাজখন দীঘল হৈছে ১০৯৪ ফুট, উচ্চতা ২২৩ ফুট আৰু প্ৰস্থ হৈছে ১৫৪ ফুট । মুঠ ৬,৭৬২ জন যাত্ৰী থাকিব পৰা এই জাহাজখনৰ গতি বেগ হৈছে ২২.৭ কিলোমিটাৰ । ২১ টা ডেক সমৃদ্ধ জাহাজখনত কৰ্মচাৰীৰ সংখ্যা হৈছে ২,১৩৮ জন ।

উল্লেখ্য যে, কাটাৰৰ অন্য অঞ্চলত সুৰাপান নিষিদ্ধ যদিও এই জাহাজ পানীত থাকিব কাৰণে ইয়াত মদ্যপান কৰাত কোনো বাধা নাথাকিব । ইফালে ফুটবলাৰৰ পত্নী-বান্ধৱীৰ বাবে ইয়াত বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে । তথ্য অনুসৰি ১৭ অনুৰ্ধ বিশ্বকাপ খেলা ফুটবলাৰ ফিল ফডেনেৰ বান্ধৱী ৰেকেকাও এই জাহাজত থকাৰ মন মেলিছে ।

এই প্ৰমোদতীৰৰ এজন কৰ্মচাৰীয়ে উল্লেখ কৰা মতে, এই জাহাজত অসাধাৰণ ব্যৱস্থা কৰা হৈছে । বিশ্বকাপ চাবলৈ ইয়াতকৈ আৰু উৎকৃষ্ট ঠাই কতো নোলাব । য’ত মদ্যপানৰ কোনো অসুবিধাৰ নথকাৰ লগতে দোহাৰ অন্য ঠাইত ৰৌদ্ৰস্নানৰ অনুমতি নাই যদিও ইয়াত সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

পৰিতাপৰ কথা হৈছে যে, ফুটবলাৰসকলে নিজেই হয়তো পত্নী-প্ৰেমিকাক সাক্ষাৎ কৰিব নোৱাৰিব । যিহেতু সকলো খেলুৱৈক ক’ভিড বিধিৰ নিৰীক্ষণত ৰখা হ’ব । বিপৰীতে পত্নী তথা বান্ধৱী সকলৰ বাবে কোনো ক’ভিড বিধি প্ৰযোজ্য নহ’ব ।

যিহেতু ক’ভিড বিধি উলংঘন কৰিলে ৬০০ পাউণ্ড তথা ভাৰতীয় মুদ্ৰাৰ হিচাপত পাঁচ লাখ ৭৯ হাজাৰ টকা জৰিমনা ভৰিব লাগিব । অৱশ্যে ইংলেণ্ডৰ নিজৰ লোকৰ ক্ষেত্ৰত এই জৰিমনা কম হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DohaFIFAQatarSeaShipWorld cup football
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d