Usha Mangeshkar:
অসম সাহিত্য সভাৰ ২০২২বৰ্ষৰ ড:ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা শনিবাৰে ঘোষণা কৰা হয় ৷ সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই এক সংবাদমেলত ড:ভূপেন হাজৰিকা বঁটাৰ বাবে বলিউদৰ প্ৰখ্যাত কন্ঠশিল্পী তথা চামেলী মেম চাহাব আৰু পলাশৰ ৰং আদি গীতৰ স্ৰষ্টা ঊষা মংগেশকাৰৰ নাম ঘোষণা কৰে ৷
ADVERTISEMENT