Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হাগ্ৰামা মহিলাৰী বিটিচিৰ স্ৰষ্টাঃ প্ৰমীলা ৰাণী ব্ৰহ্ম

publisher by publisher
November 30, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
হাগ্ৰামা মহিলাৰী বিটিচিৰ স্ৰষ্টাঃ প্ৰমীলা ৰাণী ব্ৰহ্ম
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

Guwahati:মিত্ৰতাত আবদ্ধ বিজেপি- বিপিএফ ! এনডিএত এন্টি হাগ্ৰামাৰ দল বিপিএফৰ

বাক্সাৰ শালবাৰীৰ শিমলাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত বিপিএফ নেত্ৰী তথা মন্ত্ৰী ড° প্ৰমীলাৰাণী ব্ৰহ্মই কয়, ‘হাগ্ৰামা মহিলাৰী হৈছে বিটিচিৰ স্ৰষ্টা ৷ হাগ্ৰামা মহিলাৰীৰ বাবেই বিটিচিত আজি উন্নতি হৈছে ৷ কিন্তু অসমৰ বহু ঠাইত আজিলৈ উন্নয়ন নহ’ল ৷ হাগ্ৰামা মহিলাৰীয়ে আজি নিজৰ ত্যাগৰ বিনিময়ত বিটিচিখন গঢ় দিব পাৰিছে ৷ আমি ভোট পাবৰ কাৰণে চাকৰি দিম বুলি কাকো প্ৰতিশ্ৰুতি দিয়া নাই ৷ আমাৰ কোনো এজন প্ৰাৰ্থী বা লিডাৰেও এনে মন্তব্য কৰা নাই কেতিয়াও ৷ সেইয়া কৰিছে কেৱল ইউপিপিএল-এ ৷ বিটিচিত বিপিএফৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতেই সুসম্পৰ্ক আছে । আমাৰ চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মিত্ৰতাও থাকিব ৷ ২০২১ত আমি বিপিএফ দলে বিজেপিক প্ৰত্যাহ্বান হিচাপেই লৈছো ৷ আমি নিজৰ দলক বচাবলৈ চেষ্টা অব্যাহত ৰাখিছো ৷ হাগ্ৰামা মহিলাৰীয়ে যাতে আকৌ চৰকাৰ গঠন কৰিব পাৰে তাৰ কাৰণে আমিও যুঁজিছো ৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে পুনৰ বিটিচিত চৰকাৰ হ’ব ৷’

ADVERTISEMENT

‘প্ৰমোদ বড়োই ঘৰে ঘৰে চাকৰি দিম বুলি যি শ্ল’গান দি ফুৰিছে তেওঁ মংগল গ্ৰহত নে চন্দ্ৰত চাকৰি দিব’ বুলি প্ৰমীলাৰাণীয়ে কটাক্ষ কৰে প্ৰমোদ বড়োক৷ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিটিচিৰ ১২ টা সমষ্টিত প্ৰাৰ্থী দিব বুলি ওলোৱা বাতৰি সন্দৰ্ভত ব্ৰহ্মই কয়, ‘নিৰ্বাচন সকলোৱে খেলিব পাৰে ৷ যিহেতু বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা নাথাকিব আমি বাধা নিদিও, আপত্তিও নকৰো ৷’

উল্লেখ্য যে ২২ নং ককলাবাৰী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ধীৰেন বড়োৰ হৈ নিৰ্বাচনী সভাখনত মন্ত্ৰী ড° ব্ৰহ্মৰ লগতে চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীসহ দলৰ কে’বাগৰাকী নেতাই অংশগ্ৰহণ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFBTC ElectionPramila Rani Brahma
publisher

publisher

Related Posts

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d