এবছৰলৈ পিছুৱালে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন
ADVERTISEMENT
২০২৩ ৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ হ’ব নাৰায়ণপুৰ অধিৱেশন।
আৰু এবছৰলৈ কাৰ্যকাল বৃদ্ধি পালে বৰ্তমানৰ সমিতিৰ।
এবছৰৰ পিপাছত হ’ব সভাৰ নিৰ্বাচন।
সংবিধান অনুযায়ী নৱেম্বৰতে হ’ব নিৰ্বাচন।
অৰ্থাৎ ২০২৩ ৰ নৱেম্বৰতহে হ’ব নিৰ্বাচন।





























