Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

Mass Layoff : চাহিদা হ্ৰাস পাইছে, এইবাৰ ছাটাই কৰিব আমেৰিকান সংস্থা এইচপি-য়ে

publisher by publisher
November 23, 2022
in Tech
Reading Time: 2 mins read
0
Mass Layoff : চাহিদা হ্ৰাস পাইছে, এইবাৰ ছাটাই কৰিব আমেৰিকান সংস্থা এইচপি-য়ে
2
SHARES
16
VIEWS
ShareShareShareShare

Mass Layoff :

এইবাৰ কর্মচাৰী ছাটাই কৰিব আন এক আমেৰিকান সংস্থাই । জনপ্রিয় কম্পিউটাৰ হার্ড‌ওৱেৰ নির্মাতা সংস্থা হিউলেট-পেকার্ড বা এইচপি-য়ে গণহাৰত কর্মচাৰী ছাটাইৰ সিদ্ধান্ত লৈছে ।

সংবাদসংস্থা সূত্রে দাবী, প্রায় ছহেজাৰ কর্মচাৰী ছাটাই কৰিব এইচপি-য়ে । ২০২৫ৰ ভিতৰত এই প্রক্রিয়া সম্পন্ন কৰা হ’ব পাৰে ।

ADVERTISEMENT

কিয় ছাটাইৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ এই অন্যতম জনপ্রিয় কম্পিউটাৰ আৰু লেপটপ নির্মাতা সংস্থাই ? সূত্রৰ খবৰ, সাম্প্রতিক অতীতত বিশ্বৰ বজাৰত কম্পিউটাৰ বা লেপটপৰ চাহিদা কমিছে ।

RelatedPosts

বাজেট গেজেট : সস্তাতে ক্ৰয় কৰক লেপটপ

ফলত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে এইচপিৰ দৰে সংস্থাই । সেয়ে কিছু কর্মচাৰী ছাটাই কৰি ব্যয় আবণ্টন হ্ৰাস কৰিব বিচাৰিছে কর্তৃপক্ষই ।

আমেৰিকাৰ এই সংস্থাত বর্তমান ৫০ হেজাৰ কর্মচাৰী আছে । ২০২৫ৰ ভিতৰত চাৰিৰ পৰা ছয় হেজাৰ কর্মচাৰী ছাটাই কৰাৰ সম্ভাৱনা । যি মুঠ কর্মচাৰী সংখ্যাৰ প্রায় ১২ শতাংশ ।

ব্যক্তিগত কম্পিউটাৰৰ বজাৰত মণ্ডাৰ লগতে আগন্তুক দিনতো লাভৰ আশা কৰা নাই এইচপি-য়ে । সংস্থাৰ তৰফৰ পৰা ধাৰণা কৰা হৈছে, লেপটপ বা কম্পিউটাৰৰ চাহিদা অদূৰ ভৱিষ্যতে বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই । ২০২২ত সংস্থাই যি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আগন্তুক বছৰতো একেই থাকিব ।

ফলত সংস্থাৰ বর্তমান লক্ষ্য হৈছে, আন্তঃগাথঁনিৰ মানোন্নয়ন আৰু নতুন উদ্যমত কাম আৰম্ভ কৰা । লগতে নতুনকৈ এশ কোটি ডলাৰ আবণ্টন কৰাৰ সিদ্ধান্ত লোৱা হৈছে । যাৰ ভিতৰত ৬০ কোটি ডলাৰ বিনিয়োগ কৰা হ’ব ২০২৩ৰ ভিতৰতে । নতুন বিনিয়োগৰ মাজতে অন্যান্য ক্ষেত্রত আবণ্টন ব্যয় হ্ৰাস কৰা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HPRemove EmployeeUs Computer Company
publisher

publisher

Related Posts

বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী
Tech

বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

February 2, 2026
আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?
Tech

আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

January 15, 2026
বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন
Tech

বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

January 11, 2026
২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ
Tech

২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

January 5, 2026
AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়
Tech

AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

December 6, 2025
 ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে
Tech

 ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

November 22, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d