Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech Gadget

বাজেট গেজেট : সস্তাতে ক্ৰয় কৰক লেপটপ

publisher by publisher
March 16, 2022
in Gadget, India, News, Tech
Reading Time: 1 min read
0
বাজেট গেজেট : সস্তাতে ক্ৰয় কৰক লেপটপ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ’ব পাৰে বৃদ্ধি

Laptop Worth Rs 2.5 lakh to MLA:অৰ্থ সংকটৰ মাজতো বিলাসিতাৰ অন্য নাম হৈ পৰিছে অসম বিধানসভা-চৰকাৰ

Mass Layoff : চাহিদা হ্ৰাস পাইছে, এইবাৰ ছাটাই কৰিব আমেৰিকান সংস্থা এইচপি-য়ে

কৰ’না মহামাৰীৰ বাবে ঘৰৰ পৰা কাম কৰাৰ বিষয়টোৱে যথেষ্ট জনপ্রিয়তা লাভ কৰিছে। ইয়াৰ ফলতে,সমগ্র দেশত লেপটপৰ বিক্ৰী লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। তদুপৰি পূৰ্বৰ তুলনাত ভালেখিনি কম দামতে বজাৰলৈ আহিবলৈ আৰম্ভ কৰিছে নতুন নতুন লেপটপ মডেল।কৰ’নাৰ পূৰ্বে ৩০ হেজাৰ টকাতকৈ কম মূল্যৰ লেপটপ বজাৰত দুর্লভ আছিল যদিও ভাৰতীয় বজাৰত এতিয়া এনে কে’বাটাও লেপটপ মুকলি কৰা হৈছে। অৱশ্যে এই সস্তীয়া লেপটপৰ তালিকাৰ কিছুমান মডেলত অপাৰেটিং ছিষ্টেম ইনষ্টল কৰা নাথাকে। গ্রাহকে পাছত পৃথকে অপাৰেটিং ছিষ্টেম ক্রয় কৰি ইনষ্টল কৰিব লাগে। আন কিছুমান লেপটপ আছে য’ত ক্রম অ’এছ অপাৰেটিং চিষ্টেম ইনষ্টল কৰা থাকে। ৩০হেজাৰ টকাতকৈ কম মূল্যৰ কেইটামান জনপ্রিয় লেপটপ মডেলৰ বিষয়ে তলত দিয়া হ’ল…

ADVERTISEMENT

লেনােভাে ভি১৫
মূল্য : ২৯,২০০ টকা

লেনােভাে ভি১৫ চেলেন এন ৪০২০ প্রচেছৰৰ দ্বাৰা চালিত। লেনােভােৰ এই লেপটপত ১৫.৬ ইঞ্চিৰ এইছডি (৭২০ পি) ডিপ্লে আছে । এই লেপটপটো চাৰি জিবি ৰেম আৰু ১টিবি হার্ড ড্রাইভৰ স’তে আহে। ভি১৫ত এটা ডিঅ’এছ অপাৰেটিং ছিষ্টেম আছে। যদি আপুনি বিচাৰে,আপুনি এই লেপটপটো ক্ৰয় কৰাৰ পাছত উইণ্ডোজ ১০ বা উইণ্ডোজ ১০ অপাৰেটিং ছিষ্টেম নিজাকৈ ইনষ্টল কৰি ল’ব পাৰে।

এচাৰ এক্সটেনচা ১৫
মূল্যঃ ২৭,৯০০ টকা

এচাৰ এক্সটেনচা ১৫-ত ১৫.৬ ইঞ্চিৰ এইছডি ডিচপ্লে আছে।এই লেপটপটোত এএমডি ৩০২০ ই ডুৱেল-কোৰ প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে। বজাৰত এই মডেলটো চাৰি জিবি মে আৰু ১টিবি হার্ড ড্রাইভৰ স’তে উপলব্ধ। লেপটপটোত উইণ্ডোজ ১০ অপাৰেটিং চিষ্টেম ইনষ্টল কৰাই থাকে যদিও গ্রাহকে বিচাৰিলে উইণ্ডোজ ১১ লৈ আপগ্রেড কৰি ল’ব পাৰে। আনহাতে, ইন্টেল প্রচেছৰৰ স’তে এচাৰ এক্সটেনচা ১৫ৰ আন এটা ভেৰিয়েন্টো আছে। এই মডেলটোৰ মূল্য ২৯,৯০০ টকা। লেপটপটো ইন্টেল পেন্টিয়াম চিলভাৰ এন। ৫০৩০ প্রচেছৰৰ দ্বাৰা চালিত আৰু ১টিবি হার্ড ড্রাইভ পৰিৱর্তে, ইয়াত ২৫৬ জিবি এছএছড়ি থাকে।

ডেল ১৫ (২০২১)
মূল্য : ২৯,৯৯০ টকা

ডেল ১৫ (২০২১) এএমডি চিলভাৰ ৩০৫০ ইউ প্রচেছৰৰ দ্বাৰা চালিত। ৩০,০০০ টকাৰ কম মূল্যতে এই লেপটপটোৱে ৪জিবি ৰেম আৰু ২৫৬ জিবি এছএছডি ষ্টোৰেজ লাভ কৰিছে। ফলস্বৰূপে, এই লেপটপটো দ্রুততাৰে বুট হয় আৰু সােনকালেই যিকোনাে এপ আদিক খুলিবলৈ সক্ষম । লেপটপটোত শেহতীয়া উইণ্ডোজ ১১ অপাৰেটিং ছিষ্টেমাে আছে।

আছুছ ক্রোমবুক ফ্লিপ
মূল্য : ২৩,৯৯০ টকা

যদি আপুনি ক্রমবুক এটা কিনাৰ পৰিকল্পনা কৰিছে,তেন্তে এই লেপটপটোৰ কথা ভাবি চাব পাৰে। ইয়াত এটা ইন্টেল চেলেন প্রচেছৰ আছে। এই মডেলটো ভাৰতীয় বজাৰৰ আটাইতকৈ সৰু আকাৰৰ লেপটপবােৰৰ ভিতৰত অন্যতম। ইয়াত ১১.৬ ইঞ্চিৰ ডিচপ্লে আছে আৰু ই চাৰি জিবি ৰেম আৰু ৬৪ জিবি স্টোৰেজৰ স’তে আহে।

এইছপি ক্রোমবুক ১৪
মূল্য : ২৭,৪৯০ টকা

১৪ ইঞ্চিৰ টাচস্ক্রীণ ডিপ্লেৰ স’তে এইটো এটা আকর্ষণীয় আৰ্হিৰ লেপটপ। এই লেপটপটো ক্রম অ’এছ।অপাৰেটিং ছিষ্টেমত চলে। ই চাৰি জিবি ৰেম আৰু ৬৪ জিবি ষ্টোৰেজৰ স’তে আহে। অৱশ্যে, যদি গ্রাহকে বিচাৰে, ২৫৬ জিবি লৈকে এছএছডি ইনষ্টল কৰাৰ সুযােগ আছে। এই মডেলটো ভাৰতীয় বজাৰৰ সর্বশ্রেষ্ঠ মজলীয়া আকাৰৰ ক্রোমবুকবােৰৰ ভিতৰত অন্যতম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AcerDELHPlaptopLenovo
publisher

publisher

Related Posts

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Assam

September 25, 2026
দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

September 25, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

September 25, 2026
কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d