Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

NITA AMBANI : নীতা আম্বানীয়ে চাহিদা পূৰণৰ বাবে কোটি কোটি টকাৰে কিনিলে ৰবট !

সৰ্বত্ৰে সমালোচিত

publisher by publisher
September 20, 2022
in India, News
Reading Time: 1 min read
0
NITA AMBANI : নীতা আম্বানীয়ে চাহিদা পূৰণৰ বাবে কোটি কোটি টকাৰে কিনিলে ৰবট !
3
SHARES
26
VIEWS
ShareShareShareShare

NITA AMBANI : ভাৰত তথা  বিশ্বৰ অন্যতম ধনী ব্যক্তি ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানী সম্পদৰ ক্ষেত্ৰত যোৱা কেইটামান দশকত আটাইতকৈ ধনী ব্যক্তি ৰূপে

ADVERTISEMENT

পৰিচিত । মুকেশ আম্বানীৰে পত্নী নীতা এগৰাকী চৌখিন মহিলা হিচাপে পৰিচিত ৷ তেওঁ ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক, ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সঞ্চালক।
প্ৰকাশিত তথ্য অনুসৰি, মুকেশ আম্বানীৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮২.৯ বিলিয়ন। উল্লেখ্য যে নীতাই ১৯৮৫ চনত মুকেশ আম্বানীৰ সৈতে ২০ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল। তেতিয়াৰ পৰা নীতা আম্বানীৰ জীৱন সলনি হৈছে। যেতিয়া আম্বানী পৰিয়ালৰ কথা আহে সকলোৰে কল্পনা বিলাসী ঘৰৰ গাড়ী আৰু বিলাসী জীৱনৰ কল্পনালৈ আহে ।
মুকেশ আম্বানীৰ লগতে নীতা আম্বানীয়েও এক বিলাসী জীৱন যাপন কৰে। তেওঁ আম্বানী সাম্ৰাজ্যত ৰাণীৰ দৰে বাস কৰে। এইটো ক’ব পাৰি যে নীতা আম্বানীয়ে ভাৰতৰ আটাইতকৈ বিলাসী জীৱন যাপন কৰা মহিলা। সামাজিক মাধ্যমক চৰ্চিত খবৰ অনুসৰি নীতা আম্বানীয়ে একাপ চাহ খায় , যাৰ মূল্য প্ৰায় ৩০ লাখ টকা। তেওঁৰ ওচৰত পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ভেনিটি বেগ আৰু কাপোৰ আছে । ইয়াৰ উপৰিও অভাৱ নাই বিলাসী গাড়ীৰ ।

RelatedPosts

মনীষৰ দীপাৱলীৰ পার্টিত ১৫ কোটিটকীয়া বেগ হাতত লৈ উপস্থিত নীতা

Mother Nita will wear a gold saree at her son Anant’s wedding:পুত্ৰ অনন্তৰ বিবাহত সোনৰ শাড়ী পিন্ধিব মাতৃ নীতা আম্বানীয়ে

Celebrity Fitness Trainer Vinod Channa:মুকেশ- নীতাৰ তনয় অনন্ত আম্বানীৰ ১০৮ কেজি ওজন কমোৱা বিখ্যাত ফিটনেছজন

WhatsApp Image 2022 09 20 at 18.58.59কিন্ত শেহতীয়াকৈ এটা বাতৰি প্ৰকাশ হৈছে যে নীতা আম্বানীয়ে এটা ৰবট ক্ৰয় কৰিছে ৷ যি সকলো কাম কৰে। ঠিক ৰজনীকান্ত আৰু ঐশ্বৰ্যৰ চিট্টিৰ দৰে। জানিব পৰা মতে এই ৰবটটোক যি আদেশ দিয়া হয়, ঠিক মানুহৰ দৰে সম্পন্ন কৰে । এই ৰবটটোৰ মূল্য প্ৰায় কেইবা কোটি টকা। নীতা আম্বানীৰ ৰবটৰ ক্ৰয়ৰ বিষয়ে চ’ছিয়েল মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে । আনহাতে বহুতে সমালোচনা কৰি কয় যে, এইবাৰ নীতা আম্বানীৰ কামৰ বাবে আৰু মানুহৰ প্ৰয়োজন নহ’ব। আনহাতে এই ৰবটটোৰ আগমনৰ পিছৰে পৰা নীতা আম্বানীয়ে ফিটনেছৰ প্ৰতি বিশেষ মনোযোগ দিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOUGHT A ROBOTFULFILL HER WISHNita Ambani
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d