Chandmari : মহানগৰীৰ চান্দমাৰীত চাঞ্চল্য

চলন্ত ৰে'লৰ সন্মুখত জপিয়ালে যুৱকে

WhatsApp Image 2022 11 24 at 18.08.23

Chandmari:

মহানগৰীৰ চান্দমাৰীত চাঞ্চল্য। চলন্ত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰে এজন যুৱকে।

নামনিমুৱা মালবাহী ৰে’লৰ আগত জাপ দিয়া যুৱকজনৰ বয়স প্ৰায় ২৫ বছৰ হ’ব বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত উপস্থিত হোৱা ৰে’ল আৰক্ষীয়ে মৃত যুৱকজনৰ পৰিচয় এই পৰ্যন্ত উলিয়াবলৈ সক্ষম হোৱা নাই ৷

Exit mobile version