Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Indian Railway : এবছৰ ধৰি ছাটাই অভিযান আৰম্ভ ভাৰতীয় ৰে’লৰ ! প্ৰকাশ্যে চঞ্চল্যকৰ তথ্য

publisher by publisher
November 24, 2022
in India
Reading Time: 1 min read
0
Indian Railway : এবছৰ ধৰি ছাটাই অভিযান আৰম্ভ ভাৰতীয় ৰে’লৰ ! প্ৰকাশ্যে চঞ্চল্যকৰ তথ্য
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

অতিবৃষ্টি-বানৰ বাবে ৰেল বাতিল হ’লে টিকটৰ ধন ঘূৰাই পাবনে?

দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ প্ৰথমটো পৰীক্ষা সফল

Indian Railway :

ভাৰতীয় ৰেলৱেই প্ৰতি তিনি দিনত এজন বিষয়াক ছাঁটাই কৰিছে! শেহতীয়াকৈ, প্ৰকাশ্যে আহিছে এই আশ্চৰ্যজনক এই পৰিসংখ্যা । তথ্য অনুসৰি ২০২১ চনৰ পৰা আৰম্ভ হৈছে এই ছাঁটাইৰ প্ৰক্ৰিয়া ।

ADVERTISEMENT

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Rail Minister Ashwini Vaishnaw) য়ে কৈছে, যদি কোনোবাই দুৰ্নীতি বা প্ৰতাৰণা কৰে তেন্তে ৰে’ল বিষয়াসকলক সহ্য কৰা নহ’ব। ৰে’লৱেক দুৰ্নীতিমুক্ত কৰাৰ উদ্দেশ্য বৃহৎ সংখ্যক বিষয়াক ছাটাই কৰা আৰম্ভ হৈছে।

ৰে’লৱে সূত্ৰই জনোৱা অনুসৰি, সৰ্বসৰ্বাধিক ১৩৯ জন বিষয়াক ছাটাই কৰা হৈছে। চিবিআইয়ে তেওঁলোকৰ দুজনক উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে।

প্ৰশ্ন উত্থাপন হৈছে, ৰে’ল বিষয়াসকলক এনেদৰে আঁতৰাব পাৰিনে? অৱশ্যে, ৰে’লৱেৰ নিযুক্তি আইন অনুসৰি, কৰ্মচাৰীসকলক তিনি মাহৰ জাননীৰে বৰ্খাস্ত কৰিব পাৰি। কৰ্মচাৰীসকলক বাধ্যতামূলক অৱসৰত প্ৰেৰণ কৰিব পাৰি।

আনহাতে, ৰে’লমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে অশ্বিনীয়ে কৰ্মচাৰীসকললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে । তেওঁ বাৰে বাৰে জনাই যে বিষয়াসকলে সঠিকভাৱে কাম নকৰিলে ভিআৰএছৰ স’তে ঘৰত বহিব লাগিব। তথ্য অনুসৰি বিষয়াসকলক বিভিন্ন ৰে’ল বিভাগৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

অৱশ্যে, বৃহৎ সংখ্যক বিষয়াক অপসাৰণ কৰাৰ সন্দৰ্ভত ৰে’লৱেত আন এটা মতামত আহিছে। তথ্য অনুসৰি বহু ক্ষেত্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হয় যাৰ বাবে সংশ্লিষ্ট বিষয়াসকলে অৱসৰ ল’বলৈ বাধ্য হয়।

ছাটাই কৰা বিষয়াসকলৰ এটা অংশৰ নথিত এইটোও কোৱা হৈছে যে তেওঁলোকে পদোন্নতি নোপোৱাকৈ চাকৰি এৰি দিছে। কিন্তু বাস্তৱত, তেওঁলোকক ৰে’লৱেই আঁতৰাই দিছে। ফলত ইমান বোৰ বিষয়াক বৰ্খাস্ত কৰাৰ সঠিক কাৰণ সম্পৰ্কে সন্দেহ থাকি গ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashwini VaishnawINDIAN RAILWAYRail Minister
publisher

publisher

Related Posts

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d