Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ajan Pir Dargah : অৱশেষত যৱনিকা পৰিল আজানপীৰ দৰগাহৰ ক্ষমতা কেন্দ্ৰিক যুঁজ – বাগৰৰ

publisher by publisher
November 28, 2022
in News, Assam
Reading Time: 4 mins read
0
Ajan Pir Dargah : অৱশেষত যৱনিকা পৰিল আজানপীৰ দৰগাহৰ ক্ষমতা কেন্দ্ৰিক যুঁজ – বাগৰৰ
2
SHARES
22
VIEWS
ShareShareShareShare

Ajan Pir Dargah :

অৱশেষত যৱনিকা পৰিল আজানপীৰ দৰগাহৰ ক্ষমতা কেন্দ্ৰিক যুঁজ – বাগৰৰ | আদালতৰ মজিয়া পাইছিলগৈ আদালতৰ নিৰ্দেশ মর্মে দুয়োখন সমিতিয়েই গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰে যদিও আজানপীৰ দৰগাহত উন্নয়নমূলক কাম-কাজ প্রায় স্থবিৰ হৈ পৰে।

এনে এক পৰিৱেশৰ মাজতে কালি আজানপীৰ দৰগাহত পৰিচালনা সমিতিৰ বাৰ্ষিক সভা তথা অধিবেশনৰ আয়োজন কৰা হয়।

ADVERTISEMENT

এই অধিবেশন উত্তপ্ত হোৱাৰ আশংকা কৰি ৰাইজে আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাক অধিবেশনত উপস্থিত থাকি কোনো বিতর্ক নোহোৱাকৈ বিষয়টো নিষ্পত্তি কৰাৰ বাবে অনুৰোধ জনায়।

RelatedPosts

Accident in Sivsagar:শিৱসাগৰৰ ভটিয়াপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুর্ঘটনাত প্ৰাণ গ’ল যুৱ অভিযন্তাৰ

Swine flu outbreak:ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱত আতংকিত গাহৰি পালক

Sivsagar:শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা !

WhatsApp Image 2022 11 28 at 18.57.57সেই মৰ্মে আজি পুৱাৰ ভাগতেই বিধায়ক হাজৰিকা দৰগাহ চৌহদত উপস্থিত হয়। এক জনাকীর্ণ পৰিৱেশত প্রাক্তন সভাপতি হবিব উল্লাৰ সভাপতিত্বত বার্ষিক সভা অনুষ্ঠিত হয়।

বিধায়ক হাজৰিকাই ভাষণ প্ৰসংগত কয়, ‘মই সমষ্টিৰ বিধায়ক যদিও আজিলৈকে কোনো দিনে ধর্মীয় ৰাজনীতি কৰা নাই। আজানপীৰ চাহাবে মানৱতাৰ বাণী প্রচাৰ কৰিছিল।

তেওঁৰ জিকিৰত হিন্দু-মুছলমানৰ সমন্বয়ৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ বাণী স্পষ্টৰূপত প্ৰতিফলিত হয় ; কিন্তু সেই পীৰজনাৰ সমাধি উন্নয়নৰ নামত একাংশই ক্ষমতাকেন্দ্রিক যুঁজ-বাগৰ অব্যাহত ৰখাটো দুৰ্ভাগ্যৰ বিষয়। দানপাত্র ভাঙি লাখ লাখ টকা চুৰি কৰি নিয়া ঘটনাৰ কোনো তদন্ত নহ’ল।

দৰগাহ পৰিচালনাৰ নামত সংঘটিত কেতবোৰ কৰ্মকাণ্ডই আমাক লজ্জিত কৰিছে। শিৱসাগৰৰ সুনামত কালিমা সানিছে। এই পৰিৱেশৰ অৱসান ঘটাবই লাগিব।

এতিয়াৰে পৰা আজানপীৰ দৰগাহক লৈ কাকো কুটিল ৰাজনীতি কৰিবলৈ দিয়া নহ’ব।’ আজানপীৰ দৰগাহক হিন্দু-মুছলমানৰ সমন্বয়ৰ ভেটিৰূপে ৰখাৰ বাবে সকলো শ্ৰেণীৰ লোকক ঐক্যবদ্ধ হ’বলৈ তেওঁ আহ্বান জনায়।

বিধায়ক হাজৰিকাই কালি সভাত উপস্থিত থকা খলিলুৰ ৰহমান হাজৰিকা, নিত্যানন্দ কলিতা সহিতে নিৰপেক্ষ  লোকৰ এখন সমিতি গঠন কৰি তেওঁলোকক শিৱসাগৰ, আমগুৰি আৰু নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লোকসকলক লৈ প্ৰাথমিক পৰ্যায়ৰ পৰিচালনা সমিতি গঠনৰ পৰামৰ্শ আগবঢ়ায়।

পৰৱৰ্তী সময়ত জিকিৰ শিল্পীৰ উপৰি ৰাজ্যখনৰ যোৰহাট, গোলাঘাটৰ লগতে প্ৰতিখন জিলাৰ প্ৰতিনিধিক সমিতিত অন্তর্ভুক্ত কৰা হ’ব বুলি বিধায়কজনে স্পষ্ট কৰি দিয়ে।

ইফালে, পৰিচালনা সমিতিৰ বিষয়ববীয়া বাছনিৰ বাবে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’লে পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা কৰি সভাত উপস্থিত থকা কে’বা শতাধিক লোকে হাজৰিকাৰ পৰামৰ্শ পোনপটীয়াকৈ সমর্থন কৰে।

ইয়াৰ পাছতে পূৰ্বৰ সমিতিৰ সভাপতি হবিব উল্লাই পদত্যাগ কৰি পূৰ্বৰ সমিতি ভংগ বুলি ঘোষণা কৰে। প্ৰায় এঘন্টাৰ পাছতে খলিলুৰ ৰহমান হাজৰিকা আৰু নিত্যা কলিতাৰ নেতৃত্বাধীনত চাৰিজনীয়া সমিতিখনে সভাত তেওঁলোকে বাছনি কৰা
পৰিচালনা সমিতিৰ তালিকা দাখিল কৰে।

আনহাতে, প্রাক্তন সভাপতি হবিব উল্লাই পদত্যাগ কৰাৰ পাছতে আমগুৰিৰ চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ বিপুল বৰকটকীৰ সভাপতিত্বত নতুন সমিতি গঠনৰ সভা অনুষ্ঠিত হয়।

WhatsApp Image 2022 11 28 at 18.57.56 1ছজনীয়া সমিতিয়ে প্ৰস্তুত কৰা তালিকা অনুসৰি, আগন্তুক তিনিটা বৰ্ষৰ বাবে আজানপীৰ দৰগাহৰ পৰিচালনা সমিতিৰ সভাপতিৰূপে অধিবক্তা হাৰুন অল ৰছিদ আৰু সাধাৰণ সম্পাদকৰূপে বাব মুস্তাকিন আলী, কাৰ্যকৰী সভাপতিৰূপে বুবুল দত্তক নির্বাচিত কৰা হয়।

চাৰিৰ্জনীয়া সমিতিয়ে মুখ্য উপদেষ্টাৰূপে বিধায়ক হাজৰিকা, উপদেষ্টাৰূপে বিপুল বৰকটকী, ছৈয়দ হকিকুৰ ৰহমান, জাকিৰুল হুছেইন, দিলীপ হাজৰিকা, সদৰ কাজী আতিকুৰ ৰহমান কাছিমি, ড° সব্যসাচী মহন্ত, অধিবক্তা দিগন্ত মংগল নেওগ, পুতুল হুছেইন, অতনু বৰা, ৰাণা খান, ছাজাদুল হক, হবিব উল্লাক নিৰ্বাচিত কৰে।

উপ-সভাপতিৰূপে ইমদাদ হুছেইন, শান্তনু দাস, যুটীয়া সম্পাদকৰূপে ছাজিদুল ইছলাম, বিতুল আলীৰ লগতে ৩৩জন লোকক কার্যকৰী সদস্যৰূপে নির্বাচিত কৰে।

এই নামসমূহ পাঠ কৰাৰ পাছতে ৰাইজে বিপুল হর্ষধ্বনিৰ মাজেৰে নৱনিৰ্বাচিত সমিতিখন সর্বজন সমৰ্থিত বুলি আদৰণি জনায়।

আজিৰ সভাৰ সভাপতি বিপুল বৰকটকীয়ে অতি কম সময়ৰ ভিতৰতে বাকী জিলাসমূহৰ প্রতিনিধি তথা জিকিৰ শিল্পীসকলক সামৰি ল’ব বুলি ব্যক্ত কৰে।

আজিৰ সভাত দেৰগাঁৱৰ শিল্পী অমন আহমেদ আৰু ইদুল আলী আহমেদৰ সংগীসকলে জিকিৰ পৰিবেশন কৰি সকলো শ্ৰেণীৰ লোকৰ মন জয় কৰে।

উল্লেখ্য যে বিগত কে’বাটাও বছৰ ধৰি একাংশ লোকৰ ক্ষমতাকেন্দ্ৰিক যুঁজ-বাগৰৰ বাবে পৰিৱেশ বিনষ্ট হোৱা সৰাগুৰি চাপৰিলৈ সুস্থ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত বিধায়ক হাজৰিকাই গ্ৰহণ কৰা ভূমিকাক ৰাইজে সন্তুষ্টি প্রকাশ কৰে।

লগতে নতুন সমিতিখনৰ যোগেদি ঐতিহ্যমণ্ডিত সৰাগুৰি চাপৰিলৈ নতুনত্বৰ জোৱাৰ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ajan Pir DargahNew Committee FormedPradip HazarikaSaraguri SapariSivsagar
publisher

publisher

Related Posts

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d