Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

BBC Journalist Beaten : বিবিচি-ৰ সাংবাদিকক প্ৰহাৰ জিনপিঙৰ আৰক্ষীৰ !

চীনত বাতৰি সংগ্রহ কৰিবলৈ গৈ গ্রেপ্তাৰ

publisher by publisher
November 28, 2022
in COVID-19, International
Reading Time: 3 mins read
0
BBC Journalist Beaten : বিবিচি-ৰ সাংবাদিকক প্ৰহাৰ জিনপিঙৰ আৰক্ষীৰ !
1
SHARES
7
VIEWS
ShareShareShareShare

BBC Journalist Beaten :

আন্তর্জাতিক সংবাদ সংস্থা বিবিচি-ৰ এজন সাংবাদিকক গ্রেপ্তাৰ কৰিছে চীনৰ আৰক্ষীয়ে । তেওঁ চীনত চৰকাৰৰ ক’ভিড-নীতিৰ বিৰুদ্ধে জনগনৰ বিক্ষোভৰ বাতৰি যুগুতাবলৈ গৈছিল ।

ADVERTISEMENT

দেওবাৰে বিবিচি-ৰ তৰফৰ পৰা দাবী কৰা হৈছে তেওঁলোকৰ কর্তব্যৰত সাংবাদিকক প্ৰহাৰ কৰিছে চীনৰ আৰক্ষীয়ে । তেওঁক গ্রেপ্তাৰো কৰা হৈছে ।

RelatedPosts

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

মহানগৰ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাস

চীনত ছি জিনপিং চৰকাৰৰ ক’ভিড-শূন্য নীতিৰ বিৰুদ্ধে পথত নামিছে সাধাৰণ জনতা । দেওবাৰে বেইজিং আৰু ছাংহাইৰ পথত শতাধিক লোকে বিক্ষোভ প্ৰদৰ্শন কৰে । তাতে খবৰ সংগ্রহ কৰিবলৈ গৈছিল বিবিচি-ৰ সাংবাদিকজন ।

তেওঁক আৰক্ষীয়ে বাধা দিয়ে বুলি অভিযোগ । ছাংহাইৰ পৰা তেওঁক গ্রেপ্তাৰ কৰা হৈছে । আৰক্ষীৰ জিন্মাত সাংবাদিকক মাৰধৰ কৰাৰ অভিযোগো উত্থাপন হৈছে জিনপিং চৰকাৰৰ বিৰুদ্ধে ।

বিবিচি-ৰ তৰফৰ পৰা এক বিবৃতি দি জনোৱা হৈছে, ‘‘বিবিচি-ৰ সাংবাদিক এড লৰেন্সৰ স’তে চীনা আৰক্ষীৰ আচৰণক লৈ আমি শংকিত । ছাংহাইত চৰকাৰ-বিৰোধী বিক্ষোভৰ খবৰ সংগ্রহ কৰিবলৈ গৈছিল তেওঁ । তেওঁক আৰক্ষীয়ে বাধা দিয়ে । হেণ্ডকাফ পিন্ধাই সাংবাদিকক গ্রেপ্তাৰ কৰি লৈ যোৱা হৈছে ।’’

上海乌鲁木齐路 民众高喊
共产党 下台!
这是迄今为止最为激进的口号。 pic.twitter.com/ijP7lxnIgH

— 李老师不是你老师 (@whyyoutouzhele) November 26, 2022

বিবিচি-ৰ তৰফৰ পৰা চীনত সাংবাদিকতা কৰে লৰেন্সে । তেওঁক গ্রেপ্তাৰ কৰাৰ পাছত দীর্ঘ সময় ধৰি আটক কৰি ৰখা হৈছিল বুলি অভিযোগ । আৰক্ষী জিন্মাত তেওঁক মাৰধৰ কৰাৰ  দাবী বিবিচি-ৰ ।

অভিযোগ  লৰেন্সৰ ওপৰত চীনৰ আৰক্ষীয়ে লাঠি চালনা কৰিছে । কে’বা ঘণ্টা পাছত তেওঁক মুকলি কৰা হয় ।

বিবিচি-য়ে তেওঁলোকৰ বিবৃতিত জনাইছে  ‘‘আমাৰ কর্তব্যৰত সাংবাদিকক যিদৰে আক্রমণ কৰা হৈছে আমি আতংকিত । চীনৰ চৰকাৰে আমাৰ পৰা এই বিষয়ত এই পর্যন্ত ক্ষমা বিচৰা নাই  দুখপ্রকাশ কৰা নাই । উলোটাই আৰক্ষীয়ে দাবী কৰিছে  জনতাৰ ভিৰত সাংবাদিকৰ শৰীৰত ক’ভিড সংক্রামিত হ’ব পাৰে বুলি আৰক্ষীয়ে তেওঁক তাৰ পৰা আঁতৰাই লৈ আনে ।’’

চীনত ক’ভিড পৰিস্থিতি যথেষ্ট উদ্বেগজনক । দেওবাৰে তাত ক’ভিড সংক্রমণে নতুন অভিলেখ গঢ়িছে । এদিনত আক্রান্ত হৈছে ৪০ হেজাৰ ৩৪৭ জ‌ন । এনে পৰিস্থিতিত কঠোৰ তলাবন্ধ আৰু ‘ক’ভিড-শূন্য’ নীতি অৱলম্বন কৰিছে চৰকাৰে । যাৰ বিৰুদ্ধে বিক্ষোভত নামিছে দেশৰ জনসাধাৰণ ।

দিনৰ পাছত দিন গৃহবন্দী হৈ থাকি জনসাধাৰণ বিৰক্ত হৈছে । লগতে দীর্ঘ কোৱোৰেণ্টাইন আৰু ক’ভিড পৰীক্ষা কৰা বাঞ্চনীয় । দেওবাৰে চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্রতিবাদ জনাবলৈ ৰাজপথত ওলাই আহিছিল বহু জনসাধাৰণ । ছাংহাইৰ পথত শ্ল’গান দিয়ে, ‘‘ছি জিনপিং, পদত্যাগ দিয়ক ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArrestedBbc ReporterCHAINAProtestShanghaiXi Jinping
publisher

publisher

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

March 8, 2026
পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d