Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

JOURNALIST’S JAILED IN MYANMAR : ম্যানমাৰত কাৰাৰুদ্ধ দেশ-বিদেশৰ ১৪৫ সাংবাদিক

কাৰাগাৰত থকা বাৰ্মিজ সাংবাদিকৰ মুকলিৰ দাবী প্ৰেছ এম্বেল কেম্পেইনৰ

publisher by publisher
September 19, 2022
in News, Crime, International, Politics
Reading Time: 1 min read
0
JOURNALIST’S JAILED IN MYANMAR : ম্যানমাৰত কাৰাৰুদ্ধ দেশ-বিদেশৰ ১৪৫ সাংবাদিক
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

China:চীনত ম্যানমাৰৰ মিং পৰিয়ালৰ ১১ সদস্যক একেলগে দিলে ফাঁচি

Myanmar:অৱশেষত ধূলিৰ লগত মিলিল বিশাল নিষিদ্ধ সাম্রাজ্য

Linkmen Arrested:তিনিচুকীয়াত আলফা স্বাধীনৰ ৭ গৰাকী লিংকমেন আটক

WORLD : বিশ্বৰ সংবাদ মাধ্যমৰ সুৰক্ষা আৰু অধিকাৰ সংস্থা’প্ৰেছ এম্বেল কেম্পেইন’ (পিইচি)য়ে যোৱা বছৰৰ সামৰিক অভ্যুত্থানৰ পিছৰ পৰা ম্যানমাৰত কৰ্মৰত সাংবাদিকসকলক ওপৰত ধাৰাবাহিক আতিশয্য চলোৱাৰ লগতে বহু কেইগৰাকী সংবাদকৰ্মীক কাৰাগাৰলৈ নিক্ষেপ কৰা কাৰ্যক গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ আটকাধীন সকলো সাংবাদিকৰ বাবে নিৰপেক্ষ বিচাৰ নিশ্চিত কৰাৰ বাবে কৰ্তৃপক্ষক আহ্বান জনাইছে পি ইচিয়ে।

ADVERTISEMENT

WhatsApp Image 2022 09 19 at 16.08.16

দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখনৰ ৰাজধানী য়াংগনৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বিবিচি বাৰ্মিজৰ এজন ফ্ৰিলান্স ৰিপৰ্টাৰক ১৫ ছেপ্টেম্বৰত ইনছেইন কাৰাগাৰৰ এখন সামৰিক আদালতে কাৰাদণ্ড বিহে ৷ উল্লেখ্য যে ইতিপূৰ্বে আন গক গোচৰত তিনি বছৰৰ বাবে কাৰাবাস খাটিছিল এইচ টিইটি খিনেক নামৰ মহিলা সাংবাদিক গৰাকীয়ে ৷ যোৱা বছৰৰ ১৫ আগষ্টত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়াৰে পৰা য়াংগনৰ কুখ্যাত কাৰাগাৰতে এবছৰৰো অধিক সময় কাৰাৰুদ্ধ হৈ আছে । জনপ্ৰিয় সাংবাদিকগৰাকীয়ে বিবিচিৰ বাবে ‘খান চাৰ কী’ নামৰ এটা বাৰ্মিজ ভাষাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল কৰিছিল ৷ য’ত তেওঁ দৰিদ্ৰতাপীড়িত দেশখনত আসন্ন গৃহযুদ্ধৰ পটভূমিত বহুতো বাৰ্মিজ ৰাজনৈতিক আৰু সামাজিক নেতাৰ কাহিনী বৰ্ণনা কৰিছিল। এনেবোৰ কাৰণতে সামৰিক জান্তাৰ টাৰ্গেট হৈ পৰে সাংবাদিক গৰাকী ৷

WhatsApp Image 2022 09 19 at 16.08.17

মনকৰিবলগীয়া যে “২০২১ চনৰ ১ ফেব্ৰুৱাৰীত সংঘটিত অভ্যুত্থানৰ পিছত, সামৰিক শাসকে বহুতো সংবাদ মাধ্যমক ম্যানমাৰৰ ভিতৰত তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰিবলৈ বাধ্য কৰায়। এতিয়ালৈকে প্ৰায় ১৪৫ জন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ এক-তৃতীয়াংশ এতিয়াও বন্দী হৈ আছে। সামৰিক শাসকৰ এই অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰেছ এম্বেল কেম্পেইন চমুকৈ পিইচি-এ৷ আন্ত:ৰাষ্ট্ৰীয় সাংবাদিক সংগঠনটোৰ সভাপতি ব্লেজ লেম্পেনে কয়,আমি সামৰিক কৰ্তৃপক্ষৰ দ্বাৰা সকলো সাংবাদিকৰ চৰ্তহীন মুক্তি দাবী কৰো,” ৷

WhatsApp Image 2022 09 19 at 16.08.16 1

উল্লেখ্য যে ম্যানমাৰত শেহতীয়াকৈ গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে য’ত সৈন্যসকলে বিভিন্ন সংগঠনৰ গণতন্ত্ৰপন্থী কৰ্মীসকলক আক্ৰমণ লক্ষ্য কৰি লৈছে ৷ আনহাতে সামৰিক শাসক বিৰোধী গোটেও তেওঁলোকৰ আত্মীয় আৰু শুভাকাংক্ষী সকলৰ সৈতে সামৰিক বাহিনীক লক্ষ্য কৰি লোৱাৰ বাবে হাতত অস্ত্ৰ লৈছিল ৷ এনে প্ৰেক্ষাপটত সাংবাদিকসকল সন্মুখীন হৈছে এক কঠিন পৰিস্থিতিৰ ।

WhatsApp Image 2022 09 19 at 16.08.18 1WhatsApp Image 2022 09 19 at 16.08.18

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JOURNALIST'SJAILEDMyanmarPROTEST PEC
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d