Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ulfa-Independent Press release : আলফা স্বাধীনৰ প্ৰতিবাদ দিৱস উপলক্ষে সেনাধ্যক্ষ পৰেশ অসমৰ সাংগাঠনিক বক্তব্য

publisher by publisher
November 28, 2022
in News, Assam
Reading Time: 3 mins read
0
Ulfa-Independent Press release : আলফা স্বাধীনৰ প্ৰতিবাদ দিৱস উপলক্ষে সেনাধ্যক্ষ পৰেশ অসমৰ সাংগাঠনিক বক্তব্য
3
SHARES
26
VIEWS
ShareShareShareShare

Ulfa-Independent Press release :

সংযুক্ত মুক্তি বাহিনী,অসম (স্বাধীন) ৰ আজি প্ৰতিবাদ দিৱস উপলক্ষে নিষিদ্ধ ঘোষিত সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ অসমে এক প্ৰেছ বিবৃতিযোগে কয় যে, আমাৰ ওপজা মাটি আই অসমীৰ ওপৰত ২৮ নৱেম্বৰ ,১৯৯০ চনৰ পুঁৱতি নিশাৰ পৰা ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই অসম – ভাৰত সংঘাতক’ অপাৰেচন বজৰংগ’ৰ জৰিয়তে অন্যায় যুদ্ধ জাপি যি পৈষাচিক দমন,উৎপীড়ন,হত্যা,ধৰ্ষণ অব্যাহত ৰখা বুৰঞ্জীৰ পাতত আকৌ এটা বছৰ সংযোগ্‌ হ’বলৈ উপক্ৰম হৈছে ৷

ADVERTISEMENT

দৰাচলতে ৰাষ্ট্ৰযন্ত্ৰই সুজলা-সুফলা অসমক চিৰকাল উপনিৱেশ হিচাপে ৰাখি ইয়াৰ সম্পদৰাজি ব্যাপকভাৱে শোষণ- লুন্ঠনৰে হিন্দীবলয়ক সৰ্বতোপ্ৰকাৰ সমৃদ্ধিশালী কৰিব বিচাৰে ৷মুঠৰ ওপৰত কাললৈ কুখ্যাতিৰে স্বাক্ষৰ বহন কৰা এই ক’লা দিনটোক জগত সভাত নিজ গৃহভূমিত স্বকীয় পৰিচয়ৰে মুৰতুলি জীয়াই থাকিবলৈ হ’লে প্ৰতিবাদৰ ভাষা আৰু কাৰ্যব্যৱস্থাৰ ৰূপ- ৰেখা মুক্তিকামী জনগণক চকুত আঙুলি ৰাখি বুজাই দিছিল ৷

RelatedPosts

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Guwahati:অসম আদানী – আম্বানীৰ কল’নীলৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা আৰম্ভ

Lurinjyoti Gogoi:গুৱাহাটীৰ হোটেল গে’টৱে’ত অনুষ্ঠিত হোৱা ‘অসম’‍ মিত্ৰজোটৰ সভাত এ আই ইউ ডি এফ দলেও অংশগ্ৰহণ কৰা নাই : লুৰীণজ্যোতি গগৈ

সেনাধ্যক্ষ গৰাকীয়ে বিবৃতিটোত আৰু কয় যে এইটো সকলোৰে জ্ঞাত যে ১৮২৬ চনৰ ঠিক পিছৰে পৰা অসমৰ হ্ৰত স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে উমি উমি জ্বলি থকা জুইকুৰা ৰোধিবলৈ যুদ্ধবাজ ৰাষ্ট্ৰই কেৱল দখলদাৰী বাহিনীৰে ৰাষ্ট্ৰসন্ত্ৰাস অব্যাহত ৰাখিছে তেনে নহয়,জন্মলগ্নৰে পৰা সংগঠনৰ ভিতৰত বিভাজনৰ চক্ৰান্ত,মনস্তাত্ত্বিক যুদ্ধৰ প্ৰয়োগ তথা গুপ্তচৰ পৰ্যন্ত নিয়োগেৰে নিত্য নতুন ছল – চাতুৰী আজিকোপতি অব্যাহত ৰাখিছে ৷

60e71f51 c247 48ef 9a85 be44eefe9e24যি ৰাষ্ট্ৰই উধম সিং,ভগত সিং বা সুভাষ চন্দ্ৰ বসুক কেতিয়াও সন্ত্ৰাসবাদী অথবা উগ্ৰপন্থী আখ্যায়িত কৰা নাই,বৰং স্বাধীনতা সেনানে হিচাপে বিভূষিত কৰিছে ৷আনকি দক্ষিণ আফ্ৰিকাৰ মুক্তি বিপ্লৱৰ মহানায়ক নেলছন মেণ্ডেলা বা পেলেষ্টাইনৰ নেতা য়াছাৰ আৰাফাটক সংশ্লিষ্ট ৰাষ্ট্ৰ ব্যৱস্থাই সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰাৰ পাছতো ভাৰতে কিন্ত তেওঁলোকক মুক্তিকামী জনগনৰ হিয়াৰ আমঠু মুক্তি বিপ্লৱী হিচাপে বিভুষিত কৰাটোৱে সশস্ত্ৰ মুক্তি বিপ্লৱৰ দ্ব্যৰ্থহীনভাৱে স্বীকৃতি দিয়া, তেনেস্থলত কি যুক্তিত অসমৰ বুৰঞ্জীগত স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত’সংযুক্ত মুক্তি বাহিনী,অসম (স্বাধীন)য়ে অৱতাৰণা কৰা মুক্তি বিপ্লৱীসকলক অপৰাধী সজাব পাৰে বুলি তিৰ্যক মন্তব্য কৰে পৰেশ অসমে ৷

তেওঁ কয়, আমাৰ সংঘাত অথবা বিদ্বেষ পৰাধীনতাৰ দাসত্ত্বৰ বিৰুদ্ধত আৰু স্বদেশ- স্বজাতিৰ ন্যায্য প্ৰাপ্তিৰ বাবে আৰু সামুহিক স্বাৰ্থ বিঘ্নিত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ,প্ৰতিৰোধী সংগ্ৰাম অৱধাৰিত সশস্ত্ৰ মুক্তি বিপ্লৱৰ পথ তেতিয়াহে অপ্ৰয়োজনীয় হিংসা বুলি গণ্য কৰিব পাৰে যেতিয়া নেকি তথাকথিত গণতন্ত্ৰই শান্তিপূৰ্ণ আৰু প৷ফলপ্ৰসূ সমাধানৰ উদ্দেশ্য থলগিৰি জাতি-জনগোষ্ঠীৰ ন্যায্যসংগত ‘আজন্ম অধিকাৰ’ প্ৰাসংগিকতাক নীতিগতভাৱে বৈধতা প্ৰদান কৰে ৷ভাৰতৰাষ্ট্ৰই তেওঁলোকৰ নাগৰিকৰ বাবে সংবিধান প্ৰদত্ত এঘাৰটা মৌলিক কৰ্তব্যসমূহৰ অন্যতম হ’ল-‘ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক ৰক্ষনাবেক্ষণ দিয়া’অৰ্থাৎ পৃথক স্বতন্ত্ৰ সত্তাৰ অধিকাৰী জাতিসমূহক ঔপনিৱেশিক শাসন- শোষণ পিঞ্জৰাত আবদ্ধ ৰখা৷যিটো যাউতিযুগীয়া কীৰ্তিৰে সমৃদ্ধ থলগিৰি জাতি-জনগোষ্ঠীয়ে কেতিয়াও মানি নলয় ৷

আলফা স্বাধীনৰ জেনেৰেল বৰুৱাই বিবৃতিটোত আৰু কয়, একাংশ চিন্তাবিদ,বুদ্ধিজীৱীয়ে বিগত বত্ৰিছ বছৰে ‘স্বাধীনতাৰ নিছিনা ৰাজনৈতিক কাৰকবোৰ একাষৰীয়া কৰি বৈৰীৰাষ্ট্ৰৰ দ্বাৰা সৃষ্ট অমানৱীয় আৰু ভয়াৱহ সন্ত্ৰাসৰ উপৰি সমস্ত অশান্তিৰ(?)মূলতেই কেৱল মাত্ৰ সশস্ত্ৰ সংগঠনক জগৰীয়া কৰি অপ-প্ৰচাৰ চলাই আহিছে ৷প্ৰতিপক্ষৰ চৰিত্ৰৰ অনিবাৰ্য পৰিণতিতে যে মুক্তি বিপ্লৱত অস্ত্ৰ সংযোগ কৰিবলৈ বাধ্য হৈছে তাক বিশ্লেষণ কৰাত দৃষ্টিকটুভাৱে ব্যৰ্থ ৷

এতিয়াও ঔপনিৱেশিক ধ্যান- ধাৰণাৰে আমাৰ সংগঠনক এচাম উচ্চৃংখল,কৰ্মবিমুখ আৰু সংস্থাপনহীন যুৱকৰ অলীক সপোন নাইবা চীন পাকিস্তানৰ কোনো গুপ্তচৰ সংস্থাৰ উচতনিৰ ফল বুলি প্ৰমাণ কৰিব বিচৰা ধৃষ্টতা পৰিলক্ষিত হয়। এনে মনোবৃত্তি অকল শিশু সুলভেই নহয় হাস্যকৰো৷নিজ মুলুকৰ এইসকল নমস্য চিন্তাবিদ,বুদ্ধিজীৱীয়ে অসমৰ আৰ্থ -সামাজিক, সামাজিক- সাংস্কৃতিক সংকটকালত সঠিক দিগ্ নিৰ্ণয় দেখুৱাত সফল হ’ব পৰা নাই ৷

যাৰ ফলত জনসাধাৰণে শত্ৰু- মিত্ৰ চিনাক্ত কৰাত বিভ্ৰান্ত হৈছে ৷তেওঁলোকৰ লিখনিত ভাষাৰ মাধুৰ্য্যতা ভৰপুৰ যদিও সাম্প্ৰতিক সমাজ বাস্তৱতাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা দেখা নাযায় ৷ আনকি শত্ৰুৰ আশিসপুষ্ট দুই এক সংবাদ মাধ্যম বা কৰ্মীয়ি যেতিয়া ৰাষ্ট্ৰৰ মুখপাত্ৰৰ লেখিয়া ভূমিকাত অৱতীৰ্ণ হয় ৷তেতিয়া বহু সত্য ঘটনা- পৰিঘটনা সহজ- সৰল চহা জনতাৰ চকু আঁৰত থাকি যায় ৷যিটো জাতীয় জীৱনৰ বাবে ক্ষতিকৰ ৷

আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীয়ে সুদীৰ্ঘ বিবৃতিক কয়, এই কথা কোৱাৰ প্ৰয়োজন নাই অপাৰেচন বজৰংগ,ৰাইনো,শ্বেৰ- ই- ডিল,কোব্ৰা,গোল্ডেন বাৰ্ড,অল ক্লিয়াৰ আদিয়ে পৰাধীন জাতিৰ সংবেদনশীলতাক জোকাৰি থকা অভিশপ্ত প্ৰতিটো দিনেই কঢ়িয়াইছে অপাৰেচনৰ গইনা লৈ জিঘাংসাৰ বলি হোৱা বহু নিৰীহ অসম সন্তানৰ ন ন তথ্য৷নিশাৰ অন্ধকাৰৰ ৰাষ্ট্ৰৰ আজ্ঞাবাহী ঘাতকে ইজনৰ পাছত সিজন সংগঠনৰ নেতা- সদস্যৰ পৰিয়াল,আত্মীয় স্বজন তথা শুভাকাংক্ষীক হত্যা কৰিছিল।

আজিও স্মৃতিৰ পৰা মচ খোৱা নাই তেজে ধোৱা সময়ৰ সাক্ষী ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰী ৰাজু বৰুৱাক ভেৰোণীয়া বাহিনীয়ে দলবদ্ধ ধৰ্ষণ কৰি মৃতদেহ পুখুৰীত দলিয়াই পেলোৱা,শিৱসাগৰ জিলাৰ বৰবিল গাঁৱৰ উমা গগৈ পৰিয়ালৰ ছয় গৰাকী সদস্যক পাশৱিক হত্যাৰে পাছত মৃতদেহ কেইটাৰ সৈতে ঘৰটো বোমাৰে উৰুৱাই দিয়া৷পেঙেৰীৰ পাঁচবছৰীয়া শিশু দেৱজিৎ মৰাণৰ নৃশংস হত্যা আৰু বন্দুকৰ কুন্দাৰে মৰিয়াই মৰিয়াই নলবাৰীৰ ষাঠি বছৰীয়া বৃদ্ধা সাবিত্ৰী ৰাজবংশীকে ধৰি সমগ্ৰ অসমত কিমান পাহুৱাল যুৱক-যুৱতী,আবাল-বৃদ্ধবনিতাক অপৰাধী সজাই কাঢ়ি লৈছিল মুকলি আকাশ চোৱাৰ স্বাধীনতাকণো ৷

এওঁলোকৰ একো একোটা নাম নহয় ৷ শত্ৰুৰাষ্ট্ৰৰ সন্ত্ৰাস বিভীষিকাত থানবান হোবা থলগিৰিৰ হ্দয়ৰ উচুপনি আৰু বৰ্বৰতাৰ জীয়া ছবি ৷যিটো সংগঠনৰ প্ৰতি গৰাকী সদস্য কিম্বা মুক্তিকামী জনগণৰ কোঁহে কোঁহে অনুৰণিত হৈ আছে ৷প্ৰজন্মৰ পাছত প্ৰজন্ম সলনি হ’লেও ইয়াক মচিব নোৱাৰে আৰু স্বাধীনতা অসমৰ যুক্তিযুক্ত ন্যায্যতা সলনি নহয় ৷

পৰেশ অসমে বিবৃতিত আৰু কয়,আজিও ইউনিফাইণ্ড কামাণ্ড ষ্ট্ৰাকচাৰৰ অধীনত ভুৱা গোচৰ জাপি দি কাৰচাৰ্জিপূৰ্ণভাৱে সুদীৰ্ঘকাল কাৰাৰুদ্ধ কৰি ৰখা বহু সম্ভাৱনাময় যুৱক- যুৱতীৰ জীৱনৰ অতিশয় অমূল্য সময় কাঢ়ি লৈ তেওঁলোকৰ ওপৰত শাৰিৰীক,মানসিক নিৰ্যাতন অব্যাহত ৰাখিছে ৷কিয়নো যুৱ প্ৰজন্ম জাতিৰ ধৰণী ৷থলগিৰিক শৃংখলৰ পৰা মুক্ত কৰিবলৈ হ’লে যুৱ প্ৰজন্মই গধুৰ দায়িত্ব কান্ধপাতি ল’ব লাগিব ৷ঔপনিৱেশিক শাসকবৰ্গই এক দেশ,এক জাতি,এক ভাষা আৰু ধৰ্মৰ আফিং খোৱাই অসমৰ গৰিমামণ্ডিত স্বকীয় সত্ত্বাক সমুলি জাহ নিয়াবলৈ উপক্ৰম হোৱাটো অনুধাৱন কৰাত নিশ্চয়কৈ পলম হৈছে ৷

এনে সন্ধিক্ষণত শত্ৰুক সংগঠিত আগ্ৰাসন ৰোধিবলৈ ঠুনুকা চিন্তাত বিভোৰ নহৈ,শাৰীৰিক- মানসিক সুস্বাস্থ্যৰ গৰাকী হৈ জাতীয় চেতনাবোধ,বস্তুনিষ্ঠ চিন্তা- চৰ্চাৰে দিগন্ত প্ৰসাৰিত কৰি থলগিৰি কাষত থিয় হ’বলৈ আহ্বান জনায় ৷ শীৰ্ষ আলফা স্বাধীনৰ নেতাজনে আৰু কয় যে, কৃত্ৰিম ভাৰতৰ গুণানুকীৰ্তন আওৰাই অসমৰ একক আৰু অনন্য বুৰঞ্জী,ভাষা- সংস্কৃতি তথা ঐতিহ্য – গৰিমাক ধোঁৱা চাঙত তুলি ছিন্নমূল জাতিত পৰিণত কৰিবলৈ,ভাৰতীয়কৰণৰ এনেবোৰ ষড়যন্ত্ৰ কোনে,কি উদ্দেশ্যত,কাৰ স্বাৰ্থত লৈছে ৷সেইটো বিজ্ঞান মনস্কতাৰে গভীৰভাৱে গমি-পিতি চোৱাৰ প্ৰয়োজন ৷

পৰিৱৰ্তীত পৰিস্থিতিত বৈষয়িক জীৱনৰ মায়ামোহ ভ্ৰমিত নহয়,সময় থাকোঁতেই বাস্তৱ সত্যক মানি মাৰবান্ধি ৰণুৱা সাজেৰে জাতীয় বীৰ লাচিতৰ যোগ্য উত্তৰাধিকাৰী হিচাপে চানেকি দাঙি ধৰাটো সময়ৰ আহ্বান ৷এই সুবাদতে মনত ৰখা উচিত যে মনে -প্ৰাণে ঐতিহ্যবোধ জাগৰিত নহ’লে কেৱল আৱেগেৰে আকাংক্ষিত লক্ষ্যত উপনীত হোৱা অসম্ভৱ ৷ পৰাধীনতাৰ গ্লানি আৰু ক্ষোভগাথাৰ প্ৰতিটো ক্ষণ ভগ্ মগীয়া আঘাতৰ পীড়াই প্ৰতেকৰ বুকুৱে বুকুৱে বোঁৱতী বৰলুইত হৈ বাগৰিছে ৷ক্ৰমবৰ্ধমান সংকটে চপৰা-চপৰে খহাইছে জাতীয় জীৱনৰ সাতামপুৰুষীয়া ভেটি ৷

বুৰঞ্জী বিজড়িত জাতিৰ পৰাধীন অৱস্থাই থলগিৰিৰ দুখ- দুৰ্দশা আৰু পাৰাপাৰহীন সমস্যাৰ একমাত্ৰ কাৰণ,তাক বন্দুক আৰু সংবিধানৰ ভয় ভাবুকিৰে শাসনৰ বাঘজৰী হাতত লোৱা ৰাজনীতক সকলো জাতিৰ মৰ্মবেদনা উপলব্ধি কৰাত অক্ষম ৷এইটো অনস্বীকাৰ্য যে অসমৰ অধিকাৰ প্ৰতিষ্ঠাৰ সোণ- সেৰীয়া সংগ্ৰামৰ বুৰঞ্জীৰ পাতত আমাৰ সংগঠন গক মাইলৰ খুঁটা হিচাপে চিহ্নিত হৈছে ৷সেয়ে ,চিৰযুগমীয়া সাঁচ ৰাখিবলৈ সীমাহীন ঘাত-প্ৰতিঘাতৰ মাজেৰে সশস্ত্ৰ প্ৰতিৰোধী ন্যায় যুদ্ধত আমি অবিচল অনিৰুদ্ধ ৷

দেশপ্ৰেমৰ এই নিৰ্মল আৰু পৱিত্ৰ চেতনা বিহ্বল নিবেদিত প্ৰাণক কোনো শক্তিয়ে নি:শিষ কৰিব নোৱাৰি বুলি দৃঢ় মন ব্যক্ত কৰে আলফা স্বাধীনৰ মুৰব্বী গৰাকীয়ে ৷ তেওঁ সংগঠনটোৰ দ্বাৰা আহ্বায়িত’ প্ৰতিবাদ দিৱসটোক ক’লাদিন বুলি অভিহিত কৰি এই দিনটোক শত- সহস্ত্ৰ’অমৰ মৃতক’ক স্মৃতিচাৰণ কৰি আৰু বৈৰী ৰাষ্ট্ৰৰ সন্ত্ৰাসত যিসকল থলগিৰি শাৰীৰিক- মানসিকভাৱে নিগৃহিত সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে থলগিৰি জনগণলৈ মুক্তকামী সম্ভাষণ জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Press releaseUlfa-Independent
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d