Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Book Fair in Dhemaji : অসমীয়া গল্প-উপন্যাসত জনগোষ্ঠীয় চেতনা শীৰ্ষক আলোচনা সত্ৰ

ষষ্ঠ দিনাও অসম গ্ৰন্থমেলা , ধেমাজিত পুথিপ্ৰেমীৰ ভিৰ , কিতাপ বিক্ৰীৰ হাৰ আশাব্যঞ্জক,সন্ধিয়া মনপৰশা সাংস্কৃতিক অনুষ্ঠান

publisher by publisher
November 9, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Book Fair in Dhemaji : অসমীয়া গল্প-উপন্যাসত জনগোষ্ঠীয় চেতনা শীৰ্ষক আলোচনা সত্ৰ
5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

Flying Squad Raid in dhemaji: ফ্লায়িং স্কোৱাডৰ তালাচিত ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

Book Fair in Dhemaji :

‘অসমীয়া গল্প উপন্যাসত জনগোষ্ঠীয় চেতনা” শীৰ্ষক আলোচনা সত্ৰ আজি বৌদ্ধিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে ধেমাজিত অব্যাহত থকা অসম গ্ৰন্থমেলা ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত কৰা গ্ৰন্থমেলাত এই আলোচনা সত্ৰ সঞ্চালনা কৰে বিশিষ্ট সাহিত্য গৱেষক অনুবাদক , ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° মামণি গগৈ বৰগোহাঞিয়ে ৷

বিষয় প্ৰসংগত তেওঁ কয়—“চেতনা হৈছে মনৰ ভিতৰত হোৱা এক ধৰণৰ জাগৰণ ৷ এই দিশেৰে বা ধাৰণাৰে বিশ্লেষণ কৰিলে এটা কথা ক’ব পাৰি যে জনগোষ্ঠীয় চেতনাৰে অসমীয়া সাহিত্য চহকী হৈছে আৰু এই সাহিত্যৰে জনগোষ্ঠীয় সমাজত বিভিন্ন চেতনা জাগৰিত হৈছে ৷ কিয়নো গল্প-উপন্যাসে ন্যায় সংগত অধিকাৰ , সংস্কৃতিৰ মূল্য , নতুন, জীৱনবোধ ,ভাষাৰ প্ৰতি দায়িত্বশীলতা , প্ৰকৃতিৰ প্ৰতি সচেতনতা আদি বিভিন্ন বিষয় তুলি আনে ৷

ADVERTISEMENT

ইয়াৰ দ্বাৰা সাহিত্য আৰু সমাজ উভয়ে ঋদ্ধি লাভ কৰে ৷”তেওঁ লগতে কয় যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল জনগোষ্ঠীয় সমাজৰ বিচিত্ৰতাৰে জিলিকি থকা ভূমি ৷ সেইবাবে অসমীয়া গল্প-উপন্যাসত জনগোষ্ঠীয় চেতনাৰ পোহৰ পৰাটো তেনেই স্বাভাৱিক ৷
আলোচনা সত্ৰত অংশগ্ৰহণ কৰি বিশিষ্ট লেখক-সমালোচক , ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অঞ্জন ওজাই কয় যে “ অসমীয়া গল্প-উপন্যাস জনগোষ্ঠীয় চেতনাৰে সমৃদ্ধ হৈ আছে ৷ ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰীৰ জৰিয়তে এই বাট মুকলি কৰিছিল ৷ বৰদলৈ কিন্তু অজনজাতীয় ব্যক্তি আছিল ৷

তেতিয়াৰ পৰা এতিয়ালৈকে জনজাতীয়, অজনজাতীয় বহু ঔপন্যাসিক আৰু কথাশিল্পীয়ে জনগোষ্ঠীয় সমাজ সংস্কৃতিৰ চেতনাৰে গল্প-উপন্যাস ৰচনা কৰি আহিছে ৷ মিচিং , কাৰ্বি , বড়ো , ৰভাকে ধৰি সকলো সৰু-বৰ জনগোষ্ঠীৰ জন-জীৱন লৈ কালজয়ী উপন্যাস সৃষ্টি হৈছে অসমীয়া ভাষাত ৷ এই সৃষ্টিকৰ্ম সমূহে সামগ্ৰিকভাৱে অসমীয়া গদ্য সাহিত্যক ঐশ্বৰ্যশালী কৰি তুলিছে ৷”

তেওঁ এইক্ষেত্ৰত অসম তথা অৰুণাচলৰো কেবাগৰাকী দিক্‌গজ সাহিত্যিকৰ বহুল পঠিত আৰু সমাদৃত সাহিত্যকৰ্মৰ বিষয়ে উল্লেখ কৰে ৷ সাম্প্ৰতিক কালৰ গল্পকাৰ ঔপন্যাসিকসকলেও জনগোষ্ঠীয় সমাজ-জীৱনলৈ অহা বিভিন্ন পৰিৱৰ্তন , বিছিন্নতাবাদৰ আধাৰত গঢ়ি উঠা সংগ্ৰাম আৰু ইয়াৰ পৰিনতি , বিশ্বায়নে আনি দিয়া দ্বন্দ্ব আদি বষয়ক লৈ উচ্চস্তৰৰ সাহিত্য সৃষ্টি কৰিছে ৷

তেওঁ এই পৰম্পৰা অসমীয়া ভাষা-সাহিত্যৰ বাবে আশাব্যঞ্জক বুলিও মন্তব্য কৰে ৷ আন এগৰাকী আলোচক , বিশিষ্ট লেখক-সমালোচক , উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই অসমীয়া উপন্যাসত জনগোষ্ঠীয় চেতনাৰ স্ৰোত অৱধাৰিত বুলি উল্লেখ কৰে ৷ প্ৰসংগক্ৰমে তেওঁ কয় যে জনগোষ্ঠীয় সমাজক বাদ দি অসমৰ সমাজ-জীৱন যিদৰে কল্পনা কৰিব নোৱাৰি সেইদৰে জনজাতীয় সমাজ-জীৱনক এৰি অসমীয়া সাহিত্যৰো কল্পনা কৰিব নোৱাৰি ৷সমাজ গঢ়াৰ ক্ষেত্ৰত ৰাজনীতিৰ যি ভূমিকা সাহিত্যৰো সেই একেই ভূমিকা ৷

সাম্প্ৰতিক প্ৰেক্ষাপটত বহু জনগোষ্ঠীয়ে বিভিন্ন কাৰণত বিচ্ছিন্নতাবাদক আঁকোৱালী লৈছে ৷ সেই বিচ্ছিন্নতাৰ চেতনাক সংশ্লিষ্ট জনগোষ্ঠী সমূহে ন্যায় সংগত বুলি ভাবে ৷ গতিকে জনগোষ্ঠীয় চেতনাৰে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত এতিয়া অতি সাৱধানতাৰে আগবাঢ়িব লাগিব ৷ ব্ৰিটিছসকলে অতি কৌশলে অসমত জাতি আৰু জনজাতিৰ মাজত বিচ্ছিন্নতাৰ বীজ ৰোপণ কৰিছিল ৷

সেই চেতনাৰ এতিয়া উদ্‌গিৰণ ঘটিছে ৷ গতিকে এনে প্ৰেক্ষাপটত সাহিত্যিকসকলে কি দৃষ্টিভংগী লোৱা উচিত সেইটো বিচাৰ্যৰ বিষয় ৷ কাৰণ অতীজৰে পৰা এতিয়ালৈ অসমীয়া গল্প-উপন্যাসত জনগোষ্ঠীয় সমাজ-জীৱনৰ চেতনাৰ সোঁত আছে আৰু থাকিবই ৷ অৱশ্যে ড° ৰাজখোৱাই এই বক্তব্যক সিন্ধান্ত বুলি নলৈ আলোচনা বুলি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক -সমালোচক , দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যাপক ড° চিত্ৰজিৎ শইকীয়াই কয় —“ পৰম্পৰাগত চিন্তা-চেতনাৰ লগতে বিশ্বায়নৰ ফল জনগোষ্ঠীয় সমাজেও প্ৰত্যক্ষ কৰিছে ৷ গতিকে সামাজিক উত্থান-পতনে জনগোষ্ঠীয় জন-জীৱনকো চুই গৈছে ৷

এনে প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ বিচিত্ৰ জনগোষ্ঠীয় সমাজৰ পটভূমিত উপন্যাস ৰচনা কৰাৰ প্ৰচুৰ সুবিধা আহিছে ৷ কাৰণ পৰিৱৰ্তনৰ প্ৰভাৱে জনগোষ্ঠীয় সমাজৰ সৰল-নিৰ্ভেজাল জন-জীৱনতো পৰিছে ৷ ইয়ে পুৰনি বিশ্বাস , পৰম্পৰা , ধৰ্ম আদিকো স্পৰ্শ কৰিছে ৷ এই পৰিৱৰ্তনশীল ইতিহাসক উপন্যাসে ধৰি ৰাখিবলৈ সক্ষম হ’ব ৷” তেওঁ অসমৰ লগতে অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীয় সমাজৰ পটভূমিত সৃষ্টি হোৱা উপন্যাস সমূহৰ বিষয়ে গভীৰভাৱে আলোকপাত কৰে ৷

মনোজ্ঞ আলোচনা সত্ৰখন উদ্বোধন কৰে ধেমাজি গাৰ্লছ কলেজৰ অধ্যক্ষ ড° দীপক বৰগোহাঁয়ে ৷ তেওঁ গ্ৰন্থ আন্দোলনক প্ৰসাৰিত কৰাৰ বাবে অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰা পদক্ষেপে সমাজ-জীৱনলৈ শুভবাৰ্তা কঢ়িয়াই অনা বুলি মন্তব্য কৰে ৷

তদুপৰি ব্যতিক্ৰমী অথচ ভাষা-সাহিত্য-সংস্কৃতিৰ বাবে অতি প্ৰয়োজনীয় বিষয়ক কেন্দ্ৰ কৰি আলোচনা সত্ৰ অনুষ্ঠিত কৰি পৰিষদে নতুন চিন্তা জাগৰিত কৰা বুলি কয় তেওঁ ৷আজি আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়াই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷

অসম গ্ৰন্থমেলা, ধেমাজিত আজি ধেমাজিৰ কবিৰ কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন হয় ৷ ইপিনে গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত আজি আন কেবাখনো নতুন গ্ৰন্থও উন্মোচিত হয় ৷ সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত পৰিৱেশিত হয় মনপৰশা সাংস্কৃতিক অনুষ্ঠান ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Book FairAssam Publication BoardDhemajikachari Moidan
publisher

publisher

Related Posts

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d