Gold Price Increase : ৫৪ হেজাৰ টকা হ’ল সোণৰ মূল্য, ৰূপৰ মূল্য ৬৬ হেজাৰলৈ বৃদ্ধি

Gold Silver Price If you want to buy gold and

Gold Price Increase :

সোমবাৰে বজাৰত সোণ আৰু ৰূপৰ মূল্য পুনৰ বৃদ্ধি পালে। আইবিজেএৰ ৱেবছাইটৰ তথ্য অনুসৰি, সোমবাৰে ভাৰতত সোণৰ মূল্য ৩১৬ টকা বৃদ্ধিৰে ৫৩,৯৭২ টকা হ’ল ৷

ADVERTISEMENT

বজাৰত সোমবাৰে প্রতি ১০ গ্রাম ২৪ কেৰেটৰ সোণৰ মূল্য ৫৩,৯৭২ টকা হোৱাৰ বিপৰীতে ২৩ কেৰেটৰ মূল্য ৫৩,৭৫৬ টকা, ২২ কেৰেটৰ মূল্য ৪৯,৪৩৮ টকা আৰু ১৮ কেৰেটৰ মূল্য ৪০,৪৭৯ টকা হয়।

ইফালে, বজাৰত কালি ১,৪৫৭ টকা মূল্যবৃদ্ধিৰে প্ৰতি এক কিলো ৰূপৰ মূল্য ৬৫,৮৯১ টকা হ’ল । বিবাহৰ বতৰত দেশত পুনৰ মূল্যবৃদ্ধি হ’ল সোণ আৰু ৰূপৰ।

Exit mobile version