Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এইবাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অভিনেত্ৰী আইমী বৰুৱা*

১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত জিলিকি উঠা এই তথ্যচিত্ৰখন হৈছে 'স্ক্ৰীমিং বাটাৰফ্লাইজ’। ৬০ মিনিটতকৈ কম সময়ৰ তথ্যচিত্ৰৰ শিতানত আইমী বৰুৱাই পৰিচালনা কৰা তথ্যচিত্ৰখনে চলচিত্ৰ মহোৎসৱখনিত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে লাভ কৰিছে ‘Silver Conch'-ৰ সন্মান।

publisher by publisher
June 5, 2022
in Entertainment, News
Reading Time: 1 min read
0
এইবাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অভিনেত্ৰী আইমী বৰুৱা*
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

‘ছেমখৰ’ ছবিৰ প্ৰদৰ্শনত নিষেধাজ্ঞাৰ দাবীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ স্মাৰকপত্ৰ প্ৰেৰণ খিলঞ্জীয়া সাহিত্যসভা, অসমৰ

ৰাজস্থান আন্ত:ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱত উজলিল আইমী বৰুৱা : “চেমখৰ”লৈ দুটা শাখাৰ শ্ৰেষ্ঠ সন্মান

বেংগালুৰু আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ “চেমখৰ”লৈ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক আইমী বৰুৱা। ডিমাছা ভাষাত নিৰ্মিত ছবি ‘চেমখৰ’ৰ জৰিয়তে দেশৰ লগতে বিদেশতো অসমক গৌৰৱান্বিত কৰিবলৈ সমৰ্থ হোৱা অভিনেত্ৰীগৰাকীয়ে এইবাৰ তথ্যচিত্ৰৰে সকলোৰে হৃদয় জিনিবলৈ সমৰ্থ হৈছে। ১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত জিলিকি উঠা এই তথ্যচিত্ৰখন হৈছে ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’। ৬০ মিনিটতকৈ কম সময়ৰ তথ্যচিত্ৰৰ শিতানত আইমী বৰুৱাই পৰিচালনা কৰা তথ্যচিত্ৰখনে চলচিত্ৰ মহোৎসৱখনিত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে লাভ কৰিছে ‘Silver Conch’-ৰ সন্মান। ভাৰত চৰকাৰৰ তথ্য-সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ ফিল্ম ডিভিজনৰ উদ্যোগত অনুষ্ঠিত এই চলচিত্ৰ মহোৎসৱত শনিবাৰে আয়োজিত এক বিশেষ অনুষ্ঠানত ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’লৈ আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগান, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰী আৰু প্ৰখ্যাত চলচিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ উপস্থিতিত ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ৰ হৈ বঁটা গ্ৰহণ কৰে পৰিচালক তথা অভিনেত্ৰী আইমী বৰুৱাই। এই বঁটাত আছে ট্ৰফী আৰু নগদ ৫ লাখ টকা। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা এই তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে মালা বৰুৱাই।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aimee BaruahSilver Conchস্ক্ৰীমিং বাটাৰফ্লাইজ
publisher

publisher

Related Posts

শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে
Assam

September 5, 2026
দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d