Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বজাৰত জ্বলিছে জুই, আখলত নাই উত্তাপ

খাদ্য সামগ্ৰীতকৈ সস্তাত পায় কাপোৰ, ফাঁচীবজাৰ-গণেশগুৰি বজাৰত গ্ৰাহকৰ হুমুনিয়াহ

publisher by publisher
November 15, 2021
in Assam, India, News
Reading Time: 1 min read
0
বজাৰত জ্বলিছে জুই, আখলত নাই উত্তাপ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

বজাৰত জুই । খাদ্য তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জুয়ে চৌদিশে গ্ৰাস কৰিছে । মূল্যবৃদ্ধিৰ জুইত ছাটিফুটি মৰিছে সৰ্বসাধাৰণ ৰাইজ; কিন্তু বজাৰৰ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিৰ্বিকাৰ চৰকাৰ । ৰাজনৈতিক নেতাৰ মুখত এতিয়া মূল্যবৃদ্ধিক লৈ নানান অজুহাত । কোনো কোনো নেতাই আকৌ জনতাক মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণৰ উপায়ো দিবলৈ এৰা নাই । কিয়নো এনে পৰিস্থিতিত ৰাইজে বজাৰৰ অৱস্থা দেখি হুমুনিয়াহ কঢ়াৰ বাদে আন একো কৰিব পৰা নাই ।

ADVERTISEMENT

উন্নয়নৰ সপোন দেখুৱাই, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । এই লৈ সাধাৰণ জনতাৰ মনত প্ৰশ্নৰ উদয় হৈছে – মূল্যবৃদ্ধিৰে চৰকাৰে নিজৰ ঘাটি পূৰণ কৰি থকা নাইতো ? স্বাভাৱিকতে এই প্ৰশ্নৰ অৱতাৰণা হ’ব‌ই । কিয়নো খাদ্য সামগ্ৰীতকৈ সস্তাত পোৱা যায় কাপোৰ ।

কাপোৰৰ দাম কিছু বৃদ্ধি হৈছে যদিও সেই দাম স্বাভাৱিক বুলি মন্তব্য কৰিছে গ্ৰাহকে । খাদ্য সামগ্ৰীৰ বজাৰত মূৰে কপালে হাত দিয়া ৰাইজে কাপোৰ-জোতা কানাবলৈ নকৰে হিচাপ-নিকাচ । কিয়নো কাপোৰ-জোতা নিত্য ব্যৱহাৰ কৰা হয় যদিও অত্যাৱশ্যকীয় সামগ্ৰী নহয় । এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি গুৱাহাটীৰ কুমাৰপাৰা নিবাসী চন্দনা কলিতা নামৰ এগৰাকী গ্ৰাহকে কয়, ‘মূল্যবৃদ্ধিৰ জুয়ে ছানি ধৰিছে ৰাজ্যবাসীক । ভাবিছিলো চৰকাৰ পৰিৱৰ্তন হ’লে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক কিছু সকাহ দিব; কিন্তু তেনে নহ’ল । পেট্ৰ’লৰ দামে শতকৰ ঘৰ পাৰ কৰি আহিল । বজাৰত ৬০, ৮০ টকাৰ তলত তৰকাৰী নাই । শাক-পাচলিৰ দাম গুৱাহাটীৰ বাহিৰত কম; কিন্তু গুৱাহাটী সোমোৱাৰ পাছত তাৰ দাম চাৰিগুণ বৃদ্ধি পায় । চৰকাৰৰ যোগান বিভাগ নামৰ এটা দায়িত্বপূৰ্ণ বিভাগ আছে; কিন্তু সেই বিভাগৰ নিয়ন্ত্ৰণত নাই ৰাজ্যৰ বিশেষকৈ গুৱাহাটীৰ বজাৰ ।’

খাদ্য সামগ্ৰীৰ বজাৰতকৈ কাপোৰৰ দোকানত ভিৰ পৰিলক্ষিত হোৱাৰ কাৰণ সন্দৰ্ভত তেওঁ পুনৰ কয়, ‘কাপোৰৰ দাম ডিজাইন, ব্ৰেণ্ড অনুযায়ী বেছি; কিন্তু সাধাৰণতে আমি ব্যৱহাৰ কৰা কাপোৰবোৰ উপযুক্ত মূল্যত উপলব্ধ । পূৰ্বতকৈ কাপোৰৰ দাম বাঢ়িছে যদিও কাপোৰ মানুহে সদায় নিকিনে । প্ৰয়োজন হ’লেহে কিনে । সেয়ে সদায় দাম নাবাঢ়ে; কিন্তু খাদ্য সামগ্ৰী তথা পেট্ৰ’ল-ডিজেলৰ দাম সদায় বাঢ়ে । যাৰ বাবে আমি অতিষ্ঠ হৈ পৰিছো । চৰকাৰে শীঘ্ৰে ইয়াক নিয়ন্ত্ৰণ কৰক । অন্যথা ৰাইজৰ ক্ষোভৰ উদ্গীৰণ হ’ব ।’

ইপিনে, গণেশগুৰিৰ ভৃগু মাৰ্কেটৰ দোকানী নিতা সাহাই বজাৰত গ্ৰাহক নাই যদিও পদপথত প্ৰতিদিনে গ্ৰাহকৰ ভিৰ হয় বুলি জানিবলৈ দিয়ে । তেওঁ কয়, ‘মোৰ এই মাৰ্কেটত ২২ বছৰ হ’ল । এই সুদীৰ্ঘ সময়ছোৱাত ম‌ই বজাৰৰ বহু উত্থান-পতন দেখিছো; কিন্তু বিগত দুই-আঢ়ৈ বছৰে বজাৰৰ যি শোচনীয় অৱস্থা দেখিছো সেয়া হ’ব পাৰে বুলি আগতে কেতিয়াও কল্পনা কৰা নাছিলো । মোৰ দোকানত মহিলাৰ কাপোৰ উপলব্ধ । ইয়াত গণেশগুৰি তথা ইয়াৰ দাঁতিকাষৰীয়া লোকে বজাৰ কৰেহি । পদপথৰ লগতে মাৰ্কেটতো গ্ৰাহকৰ উপস্থিতি সন্তোষজনক আছিল । ক’ভিডৰ বাবে জনসাধাৰণৰ এতিয়া অৱস্থা শোচনীয় । মানুহৰ হাতত ধন নাই; কিন্তু জীয়াই থাকিবলৈ খাদ্য, কাপোৰ লাগিব‌ই ।

ম‌ই পৰিয়াল থকা মানুহ । ম‌ই জানো মোৰ পত্নীয়ে কিদৰে আখলত হিচাপ-নিকাচ কৰি চলাইছে । মোৰ পত্নীৰ দৰে প্ৰতিগৰাকী গৃহিণীয়েই পাকঘৰৰ বাজেটখন মিলাই হয়তো মূৰে-কপালে হাত দিয়ে । বজাৰত জুই বাবেই আখলত সেই জুইৰ উত্তাপ নাই । হাত ধৰি চলিবলগীয়া হৈছে গৃহিণীয়ে; কিন্তু তাৰ পৰিৱৰ্তে তুলনামূলকভাৱে সস্তাত পায় কাপোৰ । কাপোৰ-জোতা বা তেনেধৰণৰ দীৰ্ঘ সময় ধৰি ভালে থকা সামগ্ৰীৰ মূল্য কি কম ? দোকানত পোৱা কাপোৰৰ দাম আমি ৫-১০ টকাহে বৃদ্ধি কৰিছো । এই দামতো বহু দিনলৈ এনেকৈয়ে থাকিব । সঘনে বৃদ্ধি নহয় । সেই বাবেই হয়তো খাদ্য সামগ্ৰীৰ বজাৰতকৈ কাপোৰৰ দোকানত গ্ৰাহক বেছি ।’

ফাঁচি বজাৰত পাচলিৰ দাম দৰে কৰি থকা কলেজীয়া ছাত্ৰী ভাস্বতী কলিতাই কয়, ‘ম‌ই গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰী । বান্ধৱী এজনীৰ লগত ভাড়াঘৰত থাকো । গুৱাহাটীত কম দামত ভাল ভাড়াঘৰ পাবলৈ নাই । পঢ়াৰ খৰচ, ভাড়াঘৰৰ প‌ইচা, খোৱা-বোৱা, কাপোৰ তথা অন্যান্য সকলো বস্তুৰ বাবে প্ৰয়োজন হোৱা টকা ঘৰৰ পৰা পঠায় । চাউলখিনিও ঘৰলৈ গ’লে দি পঠিয়ায়; কিন্তু বাকী সকলো সামগ্ৰী ইয়াতে কিনিব লাগে । আমি আজিকালি অলপ অলপ বজাৰ কৰো । এসাঁজ-দুসাঁজ খাব পৰাকৈ । যাতে ইমান দামত কিনা পাচলি বহুদিন পৰি থাকি বেয়া হৈ নাযায় । আগতে এইবোৰ কথা গাত লগা নাছিল । এতিয়া লাগে ।

সকলো বস্তুৰ দাম বাঢ়িছে । ফল-মূলটো খাব‌ই নোৱাৰি । চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই । ভোটাৰ ৰাইজ যে অসন্তুষ্ট হৈছে সেই কথা চৰকাৰে অনুমান কৰিব পৰা নাই । নহ’লেনো মূল্যবৃদ্ধি ৰোধ নকৰাকৈ থাকিলেহেঁতেন নে ? এতিয়া খাদ্য সামগ্ৰীতকৈ অন্য বস্তু সস্তাত পায় । ধুনীয়া ধুনীয়া জোতা-কাপোৰ ওলাইছে বজাৰত । যোৱা বছৰ ক’ভিডৰ ভয়ত কাপোৰ কিনাই নহ’ল । এইবাৰ কিনিছো । কাপোৰৰ দাম বৰ বেছি বঢ়া নাই । দৰ-দাম সস্তাতে আনিছো । তেনেদৰে পদপথতে কম দামত উপলব্ধ হৈছে কলেজ বেগ, সাজসজ্জা তথা প্ৰসাধন সামগ্ৰী ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiInflation
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d