Nalbari : নলবাৰীত মুকলি হ’ল তাৰকাগৃহ

FjR3VV6akAA6DiR

Nalbari :

নলবাৰী জিলাৰ মিলনপুৰত নলবাৰী বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে ফিটা কাটি উদ্বোধন কৰিলে তাৰকাগৃহ।

উদ্বোধন কৰি শিক্ষাৰ্থীৰ স’তে মুখ্যমন্ত্ৰীয়ে চালে প্ৰথম দৰ্শনী ।

Exit mobile version