Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Wedding : এখন ব্যতিক্ৰম বিয়াত উখল-মাখল নলবাৰীৰ বালিলেছা কালি মন্দিৰ

বিধৱা ব্ৰাহ্মণ যুৱতী বিয়া কৰাই দেখুৱালে নিদৰ্শন

publisher by publisher
November 25, 2022
in Assam, India, News
Reading Time: 1 min read
0
Wedding : এখন ব্যতিক্ৰম বিয়াত উখল-মাখল নলবাৰীৰ বালিলেছা কালি মন্দিৰ
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Wedding :

এখন ব্যতিক্ৰম আৰু ঐতিহাসিক বিয়াৰ সাক্ষী হৈ ৰ’ল নলবাৰীৰ পৱিত্ৰ বালিলেছা কালী মন্দিৰ । ব্যতিক্ৰম বিয়া বুলিলে সাধাৰণতে কোনোবাই হাতীৰে বিয়া কৰাব যোৱা, গৰু গাড়ীৰে বিয়া কৰাবলৈ যোৱা ঘটনাই সংবাদ মাধ্যম বা সামাজিক মাধ্যমত চৰ্চিত হৈ আহিছে যদিও আজি সমাপন হোৱা বিয়াখন অৱশ্যে এনে পৰিসীমাৰ বহুখিনি উৰ্ধত ।

ADVERTISEMENT

স্বাভাৱিক বিবাহৰ লেখীয়াকৈ উৰুলি, পুৰোহিতৰ মন্ত্ৰ পাঠ ধ্বনি, আত্মীয়-শুভাকাংক্ষীৰ শুভেচ্ছাৰে এক উখল-মাখল পৰিৱেশ । তিলমাত্ৰও ক’তো জড়তা নাই । কেৱলমাত্ৰ প্ৰায় সকলোৰে মাজত চৰ্চিত-প্ৰশান্তই এক সাহসী পদক্ষেপ ল’লে আৰু ই হিন্দু সমাজৰ বাবে চানেকি হৈ ৰব ।’

উল্লেখ্য যে এনে চৰ্চা লাভ কৰা প্ৰশান্ত‌ই (প্ৰশান্ত শৰ্মা) হ’ল আজিৰ ব্যতিক্ৰম বিয়াখনৰ দৰা । ল’ৰাজনৰ ঘৰ নলবাৰীৰে মোহখুলিত । প্ৰশান্ত হৈছে এজন সাধাৰণ যুৱক । প্ৰশান্তই আজি সম্পূৰ্ণ সামাজিকভাৱে বিয়া কৰালে ৰঞ্জনা ভাগৱতী নামৰ এগৰাকী বিধৱা যুৱতীক । আনকি আজিৰ বিয়াখনত ৰঞ্জনাৰ আঠ বছৰীয়া কন্যাও উপস্থিত থাকে ।

উল্লেখ্য যে বিধৱা বুলি ক’লেই ভাৰতীয় নাৰীয়ে নানা কষ্ট, দুখ আৰু প্ৰায় প্ৰতিদিন বহু প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হয় । বৈধৱ্য নামি অহাটো কোনো অভিশাপ নহয় যদিও কম বয়সীয়া মহিলাসকলে বিধৱা হ’লে একপ্ৰকাৰ অসহনীয় জীৱন নামি আহে । এনে অৱস্থা ভাৰতবৰ্ষৰ প্ৰায় সকলো সম্প্ৰদায়ৰ ক্ষেত্ৰতে একে ।

মহিলাসকলৰ ক্ষেত্ৰত পৰম্পৰাগত সমাজব্যৱস্থাই এনেদৰে নমাই অনা অমানিশাৰ পৰা মুক্তি বিচাৰি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে চলাইছিল এক সংগ্ৰাম । যাৰ ফলশ্ৰুতিত ভাৰতীয় আইন ব্যৱস্থাই ১৮৫৬তে বিধৱাৰ পুনৰবিবাহ আইন অনুমোদন জনায় । লগতে সেইজন ভাৰতীয় মহামনিষিয়ে নিজেই শুভাৰম্ভ কৰে বিধৱাৰ পুনৰবিবাহৰ । ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ ঘনিষ্ঠ অসমৰ গুনাভিৰাম বৰুৱাইও বিষ্ণুপ্ৰিয়া নামৰ বিধৱা ব্ৰাহ্মণ মহিলা এগৰাকীক বিয়া কৰাইছিল ।

ইয়াৰ পূৰ্বে ভাৰতবৰ্ষৰ হিন্দু-মুছলমান প্ৰায় সকলো সম্প্ৰদায়ৰৰে বিধৱা বিবাহ পৰম্পৰাগত নিষিদ্ধতাৰ মাজতে আছিল যদিও আইন প্ৰণয়ন হোৱাৰ পাছৰে পৰা হিন্দু ধৰ্মীয় সমাজ ব্যৱস্থাৰ বাহিৰে আন বোৰত বিধৱাৰ পুনৰবিবাহ ইতিমধ্যে সহজ হৈ পৰিছে ।

লক্ষণীয়ভাৱে ব্ৰাহ্মণ সমাজৰ মাজত সেয়া এই পৰ্যন্ত তাকৰ হৈয়ে আছে । কিন্তু ইয়াৰ মাজতে প্ৰশান্ত শৰ্মাৰ দৰে এজন সাধাৰণ যুৱকে আজি গুৱাহাটীৰ কাহিলিপাৰাৰ দিলীপ ভাগৱতীৰ বিধৱা কন্যা ৰঞ্জনা ভাগৱতীক বিয়া কৰাই এক অসাধাৰণ নিদৰ্শন দেখুৱালে । কইনা ৰঞ্জনাৰ বায়েক, লেখিকা চন্দনা ভাগৱতীয়ে প্ৰকাশ কৰে যে ইয়াৰ বাবে প্ৰশান্ত শৰ্মা, তেওঁৰ পৰিয়াল আৰু ৰঞ্জনাৰ পূৰ্বৰ স্বামী পৰিয়াললৈ কৃতজ্ঞতা জনাবই লাগিব ।

তেওঁ কয়, ‘আমি আমাৰ ভনীজনীৰ পুনৰবিবাহ হোৱাটো বিচৰাটো স্বাভাৱিক । কিন্তু প্ৰশান্তৰ দৰে ল’ৰা এজন ইয়াৰ বাবে আগুৱাই অহা বা তেওঁৰ পৰিয়াল আৰু ভনীৰ আগৰ শহুৰ পৰিয়াল এই বিবাহত সন্মত হোৱাটো আমাৰ সমাজ ব্যৱস্থাত ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ হোৱাৰ লগতে অনুকৰণীয় ।’

উল্লেখ্য যে ইয়াৰ দুবছৰ পূৰ্বে এজনী কন্যা সন্তানৰ স’তে বিধৱা বিবাহ কৰাই বেলশৰৰ এজন সাধাৰণ যুৱক উৎপল পাটোৱাৰীও বহু চৰ্চিত হৈ পৰিছিল । আজি এই বিয়াখনৰ খবৰ পাই উৎপল পাটোৱাৰীয়ে দৈনিক অগ্ৰদূতক আনন্দ প্ৰকাশ কৰে । তেওঁ কয়, ‘মেলে মিটেঙে ভাষণ দি, কিতাপত লেখা-মেলা কৰি থাকিলেই সকলো হৈ নুঠে । হাতে-কমেও আগুৱাই আহিব লাগিব । অৱশ্যে বিয়াখনতে সাহসক সীমাবদ্ধ কৰিলে নহ’ব । দৰা-ক‌ইনা আজীৱন সাহসী হ’ব লাগিব ।’

আনহাতে, লগতে তেওঁ এতিয়া সুখত দিন কটাইছে বুলিও প্ৰকাশ কৰি প্ৰশান্ত-ৰঞ্জনা লৈ শুভেচ্ছা জনায় ।

লক্ষ্যণীয় যে তেনেই সাধাৰণ হ’লেও প্ৰশান্ত শৰ্মাই কটাই আহিছে আন এক কঠিন জীৱন । প্ৰশান্তৰ নিজকে ধৰি ককায়েক আৰু মাক দেউতাকৰে এটা সুন্দৰ পৰিয়াল আছিল যদিও তেওঁলোকৰ মাতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত এক দীঘলীয়া সময় মাতৃ শুশ্ৰূষাৰ নামতে পাৰ কৰিবলগীয়া হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NALBARIWedding
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d