Cabinet : ব্যতিক্ৰমী ৰূপত গান্ধী মণ্ডপত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক

images 11

Cabinet :

আজি গান্ধী মণ্ডপত ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক ৷

মাটিত পাৰি দিয়া পাটিত বহি কেবিনেট বৈঠকত অংশ ল’ব মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে ৷

বিয়লি চাৰি বজাত অনুষ্ঠিত হ’ব বৈঠক ৷

Exit mobile version