Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Silchar Assam Cabinet : শিলচৰত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৩১মাৰ্চৰ ভিতৰত ১০ লাখ ৫৭ হেজাৰ নতুন অৰুণোদয় হিতাধিকাৰী

publisher by publisher
November 29, 2022
in Assam, News
Reading Time: 3 mins read
0
Silchar Assam Cabinet : শিলচৰত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Silchar Assam Cabinet :

বৰাক উপত্যকাত স্বাধীনতাৰ ৭৫ বছৰৰ পিছত অমৃত মহোৎসৱৰ সময়ত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক ৷ এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ৷

ADVERTISEMENT

মিনি দিছপুৰলৈ পৰিণত হোৱা কাছাৰ জিলাৰ সদৰ শিলচৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে শিলচৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকৰ ক্ষেত্ৰত বৰাকবাসী ৰাইজে দিয়া সহাৰীৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যত কেতিয়াবা অসম বিধানসভাৰ বৈঠক এখনো বৰাক উপত্যকাত অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰে৷

মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ সিদ্ধান্ত বিষয়ে সদৰি কৰি কয় অহা বৰ্ষৰ ৩১মাৰ্চৰ ভিতৰত ১০ লাখ ৫৭ হাজাৰ ৫১৬ গৰাকী নতুন অৰুণোদয় হিতাধিকাৰী সংযোজন কৰিব ৷ইয়াৰ পূৰ্বে আছিল ১৭ লাখ হিতাধিকাৰী৷ ইয়াৰ লগে লগে মুঠ হিতাধিকাৰী হ’বগৈ ২৭,৭৭,ooo ৷

অৰুণোদয় আচঁনিত চৰকাৰৰ বাৰ্ষি ব্যয় প্ৰায় চাৰি হাজাৰ কোটি টকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, অহা জানুৱাৰী সাতৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হয় ১২জানুৱাৰী জিলা পৰ্যায়ৰ মণিটৰিং সভাৰ সিদ্ধান্তৰ পিছত ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নতুন হিতাধিকাৰী নিৰ্বাচন কৰা হ’ব৷

এই ক্ষেত্ৰত ৰাজহুৱা ওজৰ-আপত্তি গ্ৰহণ কৰি বহাগ বিহুৰ পূৰ্বে অৰ্থাৎ ১০ এপ্ৰিলত চুড়ান্ত অৰুণোদয় হিতাধিকাৰী তালিকা প্ৰকাশ পাব ৷ আনহাতে মুখ্যমন্ত্ৰীয়ে অৰুনোদয় আচঁনিৰ সুবিধা লাভ কৰিব ইন্দিৰা মিৰি বিধৱা পেঞ্চন আৰু দীনদয়াল দিবাংগ আচঁনি হিতাধিকাৰী সকলে ৷

সেই অনুসৰি ইন্দিৰা মিৰি বিধৱা পেঞ্চনধাৰী সকলে পাই থকা ২৫০ ৰ স’তে অৰুণোদয়ৰ ১০০০ টকা যোগ হৈ মুঠ টকা পাব ১২৫০ টকা ৷

শিলচৰ কেবিনেটত ৩২২ টা বিভিন্ন এন জি অ আৰু ৰাজহুৱা অনুষ্ঠানৰ বাবে বিশেষ অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, তিনিচুকীয়াৰ ২৭/৭/৯৯ চনত স্থাপিত হোৱা ৰামপুৰ বাগান এল পি স্কুল খনৰ চৰকাৰীকৰণৰ বাবে দিছপুৰত সুদীৰ্ঘ ৩২বছৰ পৰি থকা ফাইলটো পুনৰ গ্ৰহণ কৰি চৰকাৰীকৰণত কেবিনেটে অনুমোদন জনায় ৷

গুৱাহাটী মহানগৰীক নতুন ৰূপত সজাই -পৰাই দক্ষিণ -পূব এছিয়াৰ দুৱাৰমুখ ৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে বিশেষ উদ্যাগ লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,আজিৰ কেবিনেটে গুৱাহাটী মহানগৰীত তিনিখন নতুন উৰণীয়া সেঁতু নিৰ্মাণৰ অনুমোদন জনায় ৷

সেই অনুসৰি জি এছ ৰোডৰ ডাউন – টাউন হাস্পতালৰ সন্মুখত এখন ফ্লাইঅভাৰৰ বিপৰীতে ফটাশিল- গড়চুক চাইকেল ফেক্টৰীত আন এখন উৰণীয়া সেঁতু আৰু ফটাশিল- কুমাৰপাৰাত নিৰ্মাণ হ’ব তৃতীয় খন উৰণীয়া সেঁতু ৷

আনহাতে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠ টাৰ্মিনেলৰ পৰা আজাৰলৈ এটা অত্যাধুনিক পথ বনোৱাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

অহা পাঁচ ডিচেম্বৰৰ পৰা অসম চৰকাৰে ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক এক নতুন কাৰ্যসূচী কেবিনেট সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, প্ৰথমটো পষেকৰ পাঁচ ডিচেম্বৰত এহেজাৰ কোটি ব্যয় সাপেক্ষে বঙাইগাঁও মেডিকেল কলেজ আৰু উপায়ুক্ত কাৰ্যালয় ভৱন আদি নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷

ছয় ডিচেম্বৰত নলবাৰী উপায়ুক্ত কাৰ্যালয় ভৱন ,ষ্টেডিয়াম নিৰ্মাণ৷সাত ডিচেম্বৰত তামুলপুৰত মেডিকেল কলেজ ,বাকসা-পাগলাদিয়া দলংৰ নিৰ্মাণৰ কাম৷

আঠ ডিচেম্বৰত মৰিগাঁও মেডিকেল কলেজ আৰু ষ্টেডিয়াম ৷ ন ডিচেম্বৰত ১২ শ কোটি ব্যয় সাপেক্ষে গোলাঘাটত গোলাঘাট মেডিকেল কলেজ নিৰ্মাণৰ শুভাৰম্ভৰ লগতে ডেৰগাঁৱৰ পৰা গোলাঘাট সংযোগী হেমচন্দ্ৰ বৰুৱা পথৰ নিৰ্মাণ ৷

দহ ডিচেম্বৰত বিশ্বনাথ জিলাৰ কে’বাটাও প্ৰকল্প আৰম্ভ ।১১ ডিচেম্বৰত মাজুলী- লখিমপুৰ সংলগ্ন দলং কাম আৰম্ভ ৷ ১৩ ডিচেম্বৰত নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ ৷১৪ ডিচেম্বৰত ধেমাজী মেডিকেল কলেজ আৰু উপায়ুক্ত ভৱনৰ নিৰ্মাণ ৷

১৫ ডিচেম্বৰত ডিব্ৰুগড়ত অসমমালাৰ অধীনত কেইবাটাও বৃহৎ পথ নিৰ্মাণৰ কাম আৰম্ভ আৰু ১৬ ডিচেম্বৰত যোৰহাটত লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰ ভূমি পূজন আৰু ঐতিহ্যমণ্ডিত যোৰহাট কাৰাগাৰক অমৃত উদ্যানলৈ ৰূপান্তৰিত আৰু উপায়ুক্ত ভৱন ,অত্যাধুনিক সা- সুবিধাযুক্ত ষ্টেডিয়াম নিৰ্মাণৰ কামৰ শুভাৰম্ভ হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

আনহাতে দ্বিতীয়টো বিকাশ পষেকৰ কাৰ্যসূচী আৰম্ভ হ’ব পাঁচ জানুৱাৰী পৰা ২০ জানুৱাৰীলৈ ৷ এই কাৰ্যসূচীৰ অধীনত বৰাক উপত্যকা,কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা,তেজপুৰ আদি কে’বাখনো জিলাত প্ৰকল্প কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেট বৈঠক পোনপ্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত অনুষ্ঠিত হোৱাৰ বাবে উপত্যকাটোৰ উন্নয়ন বাবে চৰকাৰে দায়বদ্ধ বুলি উল্লেখ কৰি কয়, শিলচৰত মিনি সচিবালয়ৰ নিৰ্মাণৰ বাবে ১৩৫ কোটি টৰা কেবিনেটে অনুমোদন জনায় ৷

আনহাতে বেটাকান্দি মথাউৰি নিৰ্মাণৰ বাবে ৫৯ কোটি,ৰামনগৰত এলিফেণ্ট কৰিডৰ,জি চি কলেজক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণ আৰু কৰিমগঞ্জ জিলাত ১১০ কোটি ব্যয় সাপেক্ষে বৃহৎ পানী যোগান আচঁনিৰ প্ৰকল্পত কেবিনেটে অনুমোদন জনোৱাৰ কথা সদৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamborakcabinetHimanta Biswa SarmaSilchar
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d