Horoscope :
মেষ : মন স্থিৰ ৰখা দৰকাৰ হ’ব। অনাহক হ’লেও মনবিৰোধী কথাত খং উঠিব পাৰে, ভবা মতে, কামত অগ্ৰসৰ হ’ব। শুভ বণও মেৰুণ। মেৰুণ ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।
বৃষ : চোৰৰ পৰা সাৱধানে থাকক। মুক্তভাৱে ধন নাৰাখিভ। বিদ্যাত মধ্যম। মন চঞ্চল থাকিব। শুভ বর্ণও গাঢ় নীলা। এই ৰঙৰ ব্যৱহাৰ আপোনাৰ সফতা আনিবষ শুভ সংখ্যা ৪।
মিথুন : ভ্ৰমণাদি পৰাপক্ষত স্থগিত ৰাখক। শৰীৰ প্ৰতি নজৰ ৰাখিব লাগিব। আত্মীয়ক লৈ উদ্বেগৰ কাৰক। শুভ বর্ণ চকলেট ৰং। আজি নিৰামি। আহাৰ কৰিব। শুভ সংখ্যা ৫।
কর্কট : মজলীয়া দিন। অৱশ্যে তাৰ মাজতে দুই-এটা যোগাযোগত আনন্দিত হ’ব। আজি আপোনাৰ শুভ বর্ণ হালধীয়া। হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ১
সিংহ : আনৰ কথাত উঠা বহা কৰাসকল সাৱধান থাকক। আজি আপুনি পুৱা বেলগছত পানী ঢালিবষ শুভ বর্ণ সেউজীয়া। শুভ সংখ্যা ৩।
কন্যা : বিষয় সম্পত্তিৰ লগত লাগি থকা সকল উপকৃত হ’ব। কিছুমান পাৰিবেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব। শুভ বৰ্ণ বগা। বগা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬।
তুলা : দূৰ যাত্ৰাদিত বাধা থাকিব। অনাহক কথা বুলি নজনাৰ বাবে মতান্তৰৰ মাজত সোমাই পৰিব। নতুন সংযোগ আছে। আপুনি কমলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।
বৃশ্চিক: আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহ’ব। শৰীৰ সম্পৰ্কে সচেতন ব্যক্তিৰ চিন্তা কম। আপুনি আজি ৰঙা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৮।
ধনু : অভাৱনীয় কথাত খৰচৰ পথ ওলাব। নকৰো বুলি বা নিদিওঁ বুলি ভবা কথাকো ৰাখিব নোৱাৰিব। আপোনাৰ শুভ বৰ্ণ পাতল সেউজীয়া। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখণ ৭।
মকৰ : কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয়। বিদ্যার্থীসকলে আজি বাতিপুৱা তুলসীৰ তলত পানী ঢালিব। দুখীয়া দান কৰিব। শুভ বর্ণ গুলপীয়া। শুভ সংখ্যা ৯।
কুম্ভ : উন্নত পৰিৱেশ। ঘৰুৱা মনোমত পৰিৱেশ আশা কৰিব পাৰে। সন্তানৰ সান্নিধ্যত উৎসাহিত। আপুনি আজি কলা ৰঙৰ পৰা বিৰত থাকক। শুভ সংখ্যা ২।
মীন:কিছুমান নতুন দায়িত্ব পৰাৰ সম্ভাৱনা। আজি আপুনি যাত্ৰা কৰোতে মানিবেগত তিনিটা তুলসীৰ পাত ল’ব। ক্ৰীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬