Parliament winter Session : আজিৰ পৰা আৰম্ভ সংসদৰ দুই সদনৰ শীতকালীন অধিৱেশন

১৭ দিনীয়া অধিবেশনত উত্থাপন হ'ব ১৬ খন নতুন বিধেয়ক

85026879

Parliament winter Session :

আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ দুই সদনৰ শীতকালীন অধিবেশন ৷ ১৭ দিনীয়া অধিবেশনত কেন্দ্ৰীয় চৰকাৰে বাজেট উদ্থাপন কৰাৰ লগতে ১৬ খন গুৰুত্বপূৰ্ণ নতুন বিধেয়ক উদ্থাপন কৰিব ৷

কেন্দ্ৰীয় চৰকাৰে বাজেট অধিৱেশনত গুৰুত্বপূৰ্ণ সংস্কাৰৰ বাবে প্ৰস্তুতি চলাই আছে।

উল্লেখ্য যে ১৬ খন নতুন বিধেয়ক, যেনে বাণিজ্য নম্বৰ (সংশোধনী) বিধেয়ক, ২০২২ আৰু বহু-ৰাজ্যিক সমবায় সমিতি (সংশোধনী) বিধেয়ক, ২০২২ উত্থাপনৰ সমান্তৰালভাৱে অৰ্থনৈতিক সংস্কাৰ স্থগিত ৰাখি ক্ষুদ্ৰ সংস্কাৰৰ দিশত আগবাঢ়ি যোৱা ওপৰত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ৷

Exit mobile version