Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AASU : ৰাজ্যৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ শংকৰজ্যোতি বৰুৱাবিদ্যুতৰ অস্বাভাৱিক মাছুল বৃদ্ধি, হ্ৰাস কৰিবলৈ দাবী আছুৰঃ পৰিচালন সঞ্চালকক সাক্ষাৎ ছাত্ৰ সন্থাৰ

APDCL য়ে গ্ৰাহকৰ পৰা বিসংগতিপূৰ্ণভাৱে অত্যাধিক মাছুল সংগ্ৰহ কৰাটো চূড়ান্ত অন্যায়,APDCL ৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ শংকৰজ্যোতি বৰুৱা

publisher by publisher
September 22, 2022
in Assam, India
Reading Time: 1 min read
0
AASU : ৰাজ্যৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ শংকৰজ্যোতি বৰুৱাবিদ্যুতৰ অস্বাভাৱিক মাছুল বৃদ্ধি, হ্ৰাস কৰিবলৈ দাবী আছুৰঃ পৰিচালন সঞ্চালকক সাক্ষাৎ ছাত্ৰ সন্থাৰ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

চাৰিশ কোটি লাভ অর্জন কৰিও মাচুল বৃদ্ধিৰহে কৌশল এপিডিছিয়েল 

AASU :  ৰাজ্যত বিদ্যুতৰ বিল অস্বাভাৱিক বৃদ্ধিয়ে গ্ৰাহকক জ্বলা-কলা খোৱাইছে ৷ সমগ্ৰ অসমতে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিলৰ অত্যাধিক বৃদ্ধিৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে কোনোধৰণৰ যুক্তিসংগত উত্তৰ দিব পৰা নাই ৷ আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত এটা সঁজাতি দলে অসম শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰক সাক্ষাৎ কৰি অতি সম্প্ৰতি গ্ৰাহকে সন্মুখীন হোৱা বিসংগতি সন্দৰ্ভত আলোচনা কৰে ৷ সাক্ষাৎকালত বিসংগতি সমূহ অতিশীঘ্ৰে দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

ADVERTISEMENT

ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিবৃতিত কয়- APDCL য়ে গ্ৰাহকৰ পৰা বিসংগতিপূৰ্ণ ভাৱে অত্যাধিক মাছুল সংগ্ৰহ কৰাটো চূড়ান্ত অন্যায় ৷ এনে কাৰ্যই গ্ৰাহকক হাৰাশাস্তি কৰিছে ৷ ছাত্ৰ সন্থাৰ এটা দলে APDCLৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰক সাক্ষাৎ কৰি অত্যাধিক বিল আৰু বিসংগতি সমূহ দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাও ৷ নিবিদা লাভ কৰা কোম্পানীসমূহে উৎকৃষ্ট মানৰ স্মাৰ্ট মিটাৰ সংস্থাপন নকৰাৰ বাবে এনেধৰণৰ বিসংগতি সংঘটিত হোৱাৰ কথা পৰিচালন সঞ্চালক গৰাকীয়ে ছাত্ৰ সন্থাক জানিবলৈ দিয়ে ৷ অত্যাধিক মাছুল আৰু বিসংগতি সংক্ৰান্তত APDCL ৰ এটা উচ্চ পৰ্যায়ৰ তদন্তকাৰী বিষয়াৰ দলে গোটেই বিষয়টো সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত পৰীক্ষা-নিৰীক্ষা কৰি বিসংগতিসমূহ সমাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি থকাৰ কথা জনায় ৷ ইতিমধ্যে ব্যাপক বিসংগতিৰ সন্দৰ্ভত অতিশীঘ্ৰে সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ অত্যাধিক বিল অহা গ্ৰাহকৰ ক্ষেত্ৰত গ্ৰাহকে অভিযোগ দিয়া বা নিদিয়াকৈও বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাও ৷ ইয়াৰোপৰি গুৱাহাটীৰ পৌৰ নিগমৰ অধীনৰ গ্ৰাহকে হল্ডিং নম্বৰ জমা নিদিলেও বিদ্যুৎ সংযোগ কৰ্তন কৰিব নোৱাৰিব বুলি পৰিচালন সঞ্চালকক ছাত্ৰ সন্থাই স্পষ্টকৈ জনাও আৰু এইক্ষেত্ৰত পৰিচালন সঞ্চালকে কৰ্তন নহয় বুলি আশ্বাস প্ৰদান কৰে ৷

বিবৃতিত পুনৰ কয়-APDCL য়ে বিভিন্ন শিতানত ঘাটি বাজেট পূৰাবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছোঁ ৷ ঘাটি বাজেট পূৰাবলৈ গ্ৰাহকৰ পৰা অতিৰিক্ত মাছুল সংগ্ৰহ কৰাটো গ্ৰহণযোগ্য নহয় ৷ বিদ্যুত বিভাগে গ্ৰাহকে সন্মুখীন হৈ অহা সকলো সমস্যা সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ মিটাৰ ৰিদিং ল’বলৈ যোৱা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ চৰকাৰে ইয়াৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ বিভাগৰ বিসংগতিৰ ফলত যাতে ৰাইজে জীয়াতু ভুগিবলগীয়া নহয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক ৷ ২৪ ঘন্টাই বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈও চৰকাৰ-বিভাগক দাবী জনাইছোঁ ৷ বিদ্যুৎ বিলৰ ক্ষেত্ৰত দেখা দিয়া ব্যাপক খেলিমেলি সন্দৰ্ভত ছাত্ৰ সন্থাই তীক্ষ্ণ নজৰ ৰাখিব আৰু সমাধান সূত্ৰ নোলোৱা পৰ্যন্ত ছাত্ৰ সন্থা ক্ষান্ত নহয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUAPDCL
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d