Messive Reshuffle In Assam Police:ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক ৰদবদল

WhatsApp Image 2022 12 13 at 19.56.21

Messive Reshuffle In Assam Police:

ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক ৰদবদল ৷ জ্যেষ্ঠ আই পি এছ বিষয়া দিগন্ত বৰাক মহানগৰ আৰক্ষী আয়ুক্ত

হিচাপে নিযুক্তি

বৰাই অসম চৰকাৰৰ গৃহ- ৰাজনৈতিক আৰু তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত- সচিব হিচাপে নিয়োজিত হৈ আছিল ৷

আনহাতে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিৎ সিঙক বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (প্ৰশাসন) হিচাপে বদলি

গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ পূৱ মণ্ডলৰ ডি চি পি সুধাকৰ সিংক নলবাৰীৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰাৰ বিপৰীতে প্ৰথম আৰক্ষী বেটেলিয়নৰ অধিনায়ক সুধাকৰ সিং পানেছাৰক পূৱ মণ্ডলৰ ডি চি পি ৰূপে বদলি কৰা হয় ৷

Exit mobile version