Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Wine : সুৰাময় হ’ব অসম !

চহৰ-গ্ৰামাঞ্চলত দিয়া হ'ব নতুনকৈ সাতশ খন সুৰা দোকানৰ অনুজ্ঞাপত্ৰ

publisher by publisher
November 1, 2022
in India, Assam, News
Reading Time: 2 mins read
0
wine : সুৰাময় হ’ব অসম !
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Dispur Campaign:দিছপুৰত প্ৰদ্যুৎ বৰদলৈ মাৰাথন প্ৰচাৰাভিযান

Atul Bora meets Mira Barthakur:দিছপুৰ সমষ্টিত নতুন সমীকৰণ !

Assam Cabinet Meeting:শিক্ষকৰ ইএল ১০ দিনৰ বিপৰীতে ১৫ দিনলৈ বৃদ্ধি ৰাজ্যিক কেবিনেট

Wine :

ক’ৰণা কেন্দ্ৰীক সময়ছোৱাত ৰাজ্য চৰকাৰৰ ৰাজকোষ টনকিয়াল কৰাত সুৰা ব্যৱসায়ে লৈছিল মুখ্য ভূমিকা ৷ এনে প্ৰেক্ষাপটত এইবাৰ অসম চৰকাৰে সুৰা ব্যৱসায়ীৰ পৰা অধিক ৰাজহ আদায়ৰ লক্ষ্যৰে চহৰ আৰু গ্ৰামাঞ্চলত সাতশখন নতুন সুৰা দোকানৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে প্ৰস্তুতি চলাইছে ৷

WhatsApp Image 2022 11 01 at 20.23.09আবকাৰী বিভাগৰ মতে,সাতশখন নতুন সুৰা দোকানৰ জৰিয়তে ৰাজকোষলৈ বছৰি আবকাৰী শুল্ক আহিব প্ৰায় তিনি হাজাৰ কোটি টকা ৷

ADVERTISEMENT

ইতিমধ্যে প্ৰাৰম্ভিক পদক্ষেপ হিচাপে দিছপুৰে তাৎক্ষণিকভাৱে অনুজ্ঞাপত্ৰ দিয়াৰ নামত পঞ্চাশ কোটি সংগ্ৰহৰ পৰিকল্পনা লৈছে ৷ উল্লেখ্য যে অনুজ্ঞাপত্ৰৰ বাবে আবেদন আৰু পঞ্জীয়নৰ বাবদ বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিব আবকাৰী আয়ুক্ত কাৰ্যালয়ে ৷ মনকৰিবলগীয়া যে অনুজ্ঞাপত্ৰৰ আবেদন মাছুল হৈছে প্ৰায় একলাখ টকা ৷

WhatsApp Image 2022 11 01 at 20.23.09 2আনহাতে বিভাগীয় সূত্ৰে জানিব পৰা মতে ৭০০ খন ৱাইন শ্বপৰ বাবে গড়ে ৫খনকৈ আবেদন কৰিলেই মুঠ আবেদন হ’বগৈ ৩,৫০০ খন। এক লাখকৈ হ’লেই মুঠ সংগৃহিত ধন হ’ব ৩৫ কোটি টকা ৷

শেহতীয়াকৈ গ্ৰামাঞ্চলতো নতুন অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰস্তুতি চলোৱাৰ পিছত গড়ে আবেদন বৃদ্ধি পোৱাৰ আশা কৰিছে আবকাৰী বিভাগে। ইয়াৰ লগে লগে মাছুলৰ পৰাই সংগৃহীত হ’ব কেইবাকোটি টকা ৷

WhatsApp Image 2022 11 01 at 20.23.10আবকাৰী আয়ুক্তালয়ৰ পৰা প্ৰাপ্ত খবৰ মতে ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ প্ৰাপক সকলে অতিৰিক্তভাৱে আবকাৰী বিভাগক দিব লাগিব ২ লাখ টকাকৈ পঞ্জীয়ন মাছুল । এই পঞ্জীয়নৰ পৰাও প্ৰায় ১৫ কোটি টকা সংগ্ৰহ কৰিব বিভাগে ।

এইদৰেই এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ গাওঁ-চহৰ সৰ্বত্ৰে সুৰাময় কৰিবলৈ আগবাঢ়িছে দিছপুৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMODispurExcise DepartmentLicenseNew Wine Shop
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d