Shillong Visit Pm Modi : শ্বিলঙত উত্তৰ-পূব পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী

WhatsApp Image 2022 12 18 at 17.22.05

Shillong Visit Pm Modi :

মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত উত্তৰ-পূব পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে বৈঠকৰ আয়োজন ৷

চৰকাৰে ‘লুক ইষ্ট’ নীতিক ‘এক্ট ইষ্ট’লৈ ৰূপান্তৰিত কৰিছে আৰু এতিয়া ইয়াৰ নীতি হৈছে ‘এক্ট ফাষ্ট ফৰ নৰ্থইষ্ট’ আৰু ‘এক্ট ফাৰ্ষ্ট ফৰ নৰ্থইষ্ট’৷

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ৮টা আধাৰ স্তম্ভৰ সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰীৰ

জি-২০ৰ বৈঠক অঞ্চলটোৰ প্ৰকৃতি, সংস্কৃতি আৰু সম্ভাৱনা প্ৰদৰ্শনৰ এক উপযুক্ত সুযোগ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ স’তে বৈঠকত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহ

Exit mobile version