Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Meghalaya : শ্বিলঙত অব্যাহত অগ্নিগৰ্ভা পৰিস্থিতি !

পুনৰ ৪৮ ঘন্টাৰ বাবে ইন্টাৰনেট কৰ্তন

publisher by publisher
November 25, 2022
in Assam, India, News
Reading Time: 1 min read
0
Meghalaya : শ্বিলঙত অব্যাহত অগ্নিগৰ্ভা পৰিস্থিতি !
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Meghalaya CM :আইন হাতত লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্রী চাংমাৰ

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’লিয়াম পৰিবহন নকৰাৰ ভাবুকি পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ, সুৰক্ষাৰ আশ্বাস মেঘালয় চৰকাৰৰ

Meghalaya :

পশ্চিম কাৰ্বি আংলং–মেঘালয়ৰ সীমান্তৰ্ৱতী মুক্ৰ’ত মঙলবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত আজিও অব্যাহত আছে চেপা উত্তেজনা ৷ এই ঘটনাৰ পাছতেই মেঘালয়ত দুৰ্বৃত্তই অসমৰ ট্ৰাক চালকসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উদ্থাপিত হোৱাৰ পিছতে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ ইন্ধন পৰিবহন বৰ্তমান বন্ধ কৰিছে। যাৰ বাবে শেহতীয়াকৈ পাহাৰীয়া ৰাজ্যখনৰ পেট্ৰল পাম্পত ইন্ধনৰ নাটনিয়ে দেখা দিছে ৷

ADVERTISEMENT

ইতিমধ্যে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে আইঅ’চি, এইচপিচিএল আৰু বিপিচিএলকে ধৰি সকলো তেল বিপণন কোম্পানীলৈ পত্ৰ প্ৰেৰণ কৰি আৰু টেংকাৰত ইন্ধন লোড নকৰাৰ ইউনিয়নৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ পেট্ৰল- ডিজেল পৰিবহন নকৰা সিদ্ধান্তৰ পিছতে গক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় শ্বিলঙত ৷

বৃহস্পতিবাৰে মেঘালয় চৰকাৰৰ খাদ্য অসামৰিক যোগান বিভাগৰ সঞ্চালকে ৰাজ্য খনলৈ তেল পৰিবহন বাহাল কৰিবলৈ অনুৰোধ জনায় চিঠি প্ৰেৰণ কৰে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নলৈ৷ তেল পৰিবহন কৰাৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্য চৰকাৰে ৷

উল্লেখ্য যে মেঘালয়লৈ যোৱা বহু যানবাহন আৰু ট্ৰাক চালকক খাচী দুৰ্বৃত্তই ৰিভয় আৰু শ্বিলংত ভাবুকি দিয়াই নহয় ইতিপূৰ্বে ক্ষতিগ্ৰস্ত কৰিছে কে’বাখনো যানবাহন৷ আনকি বলেৰ’বাহন জ্বলাই দিয়ে দুৰ্বৃত্তই ৷ এই ঘটনাৰ পিছতে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ পেট্ৰ’লিয়াম সামগ্ৰীৰ পৰিবহন বন্ধ কৰাৰ বাবে ভাবুকি দিছিল।

আজিও গুৱাহাটীৰ পাশ্বৰ্ৱতী যোৰাবাটৰ পৰা মেঘালয়লৈ যোৱা যানবাহন উভতই পঠাইছে অসম আৰক্ষীয়ে ৷বুধবাৰৰ পৰাই মেঘালয় পঞ্জীকৃত যান বাহনৰ বাহিৰে কোনো যানবাহন যাব দিয়া নাই মেঘালয়লৈ৷ যোৰাবাটত গিজগিজাই আছে অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী ৷

আনহাতে মেঘালয় চৰকাৰে পৰিস্থিতি অপৰিৱৰ্তীত হৈ থকাৰ বাবে সাতখন জিলাত পুনৰ ইন্টাৰনেট কৰ্তন কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Border areaKARBI ANGLONGMEGHALAYA
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d