Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Lachit Divas in Delhi : নতুন দিল্লীৰ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সভাত গৃহমন্ত্ৰী অমিত শ্বাহ

publisher by publisher
November 24, 2022
in India, News
Reading Time: 2 mins read
0
Lachit Divas in Delhi : নতুন দিল্লীৰ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সভাত গৃহমন্ত্ৰী অমিত শ্বাহ
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Lachit Divas in Delhi :

নতুন দিল্লীত বুধবাৰৰ পৰা তিনিদিনীকৈ আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে বর্ণাঢ্য কাৰ্যসূচীৰ আজি বিজ্ঞান ভৱনৰ দ্বিতীয় দিনাৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷

অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আঁত ধৰা সভাখনিত গৃহমন্ত্ৰী গৰাকীয়ে কয়, দেশৰ স্বাভিমান প্ৰতিক ৰূপে পৰিগণিত হ’ল লাচিত বৰফুন ৷ অসমক ১৭ বাৰ আক্ৰমণ কৰা মোগলক ৰোধিবলৈ লাচিত বৰফুকনে এক অভেদ্য দূৰ্গ হৈ পৰিছিল৷

ADVERTISEMENT

অসম চৰকাৰে বীৰ যোদ্ধা গৰাকীক ৰাষ্ট্ৰীয় দৰবাৰলৈ আনি সকলোকে পৰিচিত কৰে ভাৰতবাসীক উপকৃত কৰিলে ৷ শিৱাজীৰ দৰে লাচিত বৰফুকন এগৰাকী পৰাক্ৰমী বীৰ আছিল৷অখণ্ড অসমক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ দৃঢ় পদক্ষেপ লোৱা বীৰ জনক শ্ৰদ্ধাৰে স্মৰণ গৃহমন্ত্ৰী গৰাকীয়ে ৷

সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে লাচিত দিৱসৰ তাৎপৰ্য সন্দৰ্ভত উল্লেখ কৰি কয়,জাতীয় বীৰ লাচিত বৰফুকনৰ দেশ প্ৰেম,জাতীয় প্ৰেম সকলোৱে আদৰ্শ ৰূপে গ্ৰহণ কৰিব লাগে ৷অসম চৰকাৰে মহাবীৰ গৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ অনাৰ বাবে শলাগ লৈছো ৷

সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই লাচিত দিৱস আয়োজনৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ এক ক্ষতিয়ান দাঙি ধৰে৷
সভাখনত ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী,উচ্চতম ন্যায়ালয়ৰ অৱসৰ প্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ,অসম বিধাসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা সহ কেইবা গৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

সভাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্য চিত্ৰ মুকলি কৰে ৷আনহাতে বুধবাৰৰ প্ৰথমদিনাৰ কাৰ্যসূচী অংশ লৈ কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰৰ্মনে বিজ্ঞান ভৱনত আহোম সাম্ৰাজ্য আৰু লাচিত বৰফুকনৰ লগতে অন্যান্যসকলৰ জীৱন তথা সাফল্যক আলোকপাত কৰি আয়োজন কৰা এখন বিশেষ প্রদর্শনী মুকলি কৰে।

এই প্রদর্শনীত অসমৰ ২০০০ বছৰৰ গৌৰৱময় ইতিহাস আৰু ৬০০ বছৰীয়া আহোম ৰাজত্বৰ সমলসমূহ তুলি ধৰাৰ চেষ্টা কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত সীতাৰমণে আহোম সাম্রাজ্য তথা লাচিত বৰফুকনৰ বীৰ গাঁথাৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। সীতাৰমণে এই ক্ষেত্ৰত অসম চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়াবলৈ সাংস্কৃতিক মন্ত্ৰ্যালয়ক অনুৰোধ জনায়।

তেওঁ কয় যে লাচিত বৰফুকনৰ বীৰ গাঁথাই তেওঁক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাই কয় যে ভাৰত বুৰঞ্জীয়ে লাচিত বৰফুকন আৰু আহোম বীৰত্ব তথা অসমৰ তেনেধৰণৰ উল্লেখনীয় বিভিন্ন দিশক আলোকপাত কৰিব পৰা নাই। তেওঁ কয় যে এই পদক্ষেপে দেশৰ প্ৰকৃত বীৰসকলৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাত সহায় কৰিব।

ড:শৰ্মাই কয় যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাচিত বৰফুকনৰ বীৰ গাঁথা প্রতিষ্ঠা কৰিবলৈ এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাৰ সঞ্চালনাত আজি ‘আহোম শাসন আশা দক্ষতা আৰু সাহসৰ গাঁথা’ শীৰ্ষক এখন আলোচনাচক্রও অনুষ্ঠিত হয়। এই আলোচনাত মুখ্যমন্ত্ৰী ড:শৰ্মাৰ লগতে প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান প্রকাশ সিং, লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা, ড০ সমুদ্রগুপ্ত কাশ্যপ, কপিল কাপুৰ, কুলদীপ পাটোৱাৰী আৰু ড০ চন্দন কুমাৰ শৰ্মাই অংশগ্রহণ কৰে।

আজি সন্ধিয়া ভাগত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আইন মন্ত্ৰী কিৰেণ ৰিজিজু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। প্রখ্যাত ইতিহাসবিদ যোগেন্দ্র নাথ ফুকনে বিখ্যাত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত মোগলক পৰাস্ত কৰাৰ বিষয়ে বক্তৃতা দিয়ে। সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কন্ঠ শিল্পী অংগৰাগ পাপন মহন্তই জ্যোতি ,বিষ্ণু সংগীত,ভূপেন্দ্ৰ,জয়ন্ত,খগেন মহন্তৰ কে’বাটাও কালজয়ী গীতৰ লগতে নিজে কন্ঠদান কৰা হিন্দী গীতৰে মোহাচ্ছন্ন কৰি ৰাখে উপস্থিত ৰাইজক ৷উল্লেখযোগ্য যে ২৫ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahHimanta Biswa SarmaLachit BarphukanNarendra Modi
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d