Dr.Samujjul Bhattacharya :ৰাজ্যিক কেবিনেটৰ চাৰি জিলাৰ বিলুপ্তিকৰণ সিদ্ধান্তৰ বিৰোধিতা আছুৰ উপদেষ্টা সমুজ্জ্বলৰ

WhatsApp Image 2022 12 31 at 19.23.41

Dr.Samujjul Bhattacharya :

ৰাজ্যৰ চাৰি জিলাৰ বিলুপ্তিক লৈ ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তক বিৰোধিতা কৰিছে সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই

কেবিনেটৰ এই সিদ্ধান্ত কোনোকাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ৰাইজে বহু আন্দোলন কৰি জিলা কে’খন লাভ কৰিছিল ।

তেনেক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্ত কেতিয়াও মানি ল’ব নোৱাৰি বুলি মন্তব্য কৰে উপদেষ্টাজনে ।

Exit mobile version