Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Shiva Chauhan : ছিয়াচেনত মাইনাছ ৩০ ডিগ্রীত প্ৰহৰী দেশৰ প্রথম মহিলা সেনা ! শিৱা চৌহান কোন ?

publisher by publisher
January 4, 2023
in India, News
Reading Time: 3 mins read
0
Shiva Chauhan : ছিয়াচেনত মাইনাছ ৩০ ডিগ্রীত প্ৰহৰী দেশৰ প্রথম মহিলা সেনা ! শিৱা চৌহান কোন ?
2
SHARES
23
VIEWS
ShareShareShareShare

Shiva Chauhan :

কেপ্টেইন শিৱা চৌহান । বিশ্বৰ সর্বোচ্চ যুদ্ধক্ষেত্র ছিয়াচেনত মোতায়েন প্রথম মহিলা সেনা । মঙলবাৰে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ।

ADVERTISEMENT

1672818177 2ছিয়াচেনত মোতায়েন হোৱাৰ পূৰ্বে অন্য সেনা বিষয়াৰ দৰে শিৱায়ো এমাহৰ কঠোৰ প্রশিক্ষণৰ মাজেৰে যাবলগীয়া হৈছিল ।

RelatedPosts

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

1672818191 3সঠিক প্রশিক্ষণৰ বাবে শিৱাক এমাহৰ বাবে ছিয়াচেন বেটল স্কুলত ৰখা হৈছিল । সেই প্রশিক্ষণত বৰফৰ প্রাচীৰত উঠা, তুষাৰপাতৰ মাজত উদ্ধাৰকাৰ্য চলোৱা আৰু কঠিন পৰিস্থিতিত জীয়াই থকাৰ মহড়া অন্তর্ভুক্ত আছিল ।

1672818314 10সেনাবাহিনীয়ে এক বিবৃতিত জনাইছে, ‘‘বিভিন্ন প্রতিকূলতা থকা স্বত্ত্বেও কেপ্টেইন শিৱাই সফলভাৱে প্রশিক্ষণ শেষ কৰিছে আৰু ছিয়াচেন চম্ভালিবলৈ প্রস্তুত ।’’

1672818273 8দুই জানুৱাৰীত, সমুদ্রপৃষ্ঠৰ পৰা ১৫ হেজাৰ ছশ ফুট উচ্চতাত ছিয়াচেনৰ কুমাৰ প’ষ্টত, শিৱাক মোতায়েন কৰা হৈছে । এই অঞ্চলৰ তাপমাত্রা মাইনাছ ৩০ ডিগ্রী ছেলচিয়াছ ।

1672818395 13কেপ্টেইন শিৱাৰ নেতৃত্বত সেনাৰ এটা দলে যুদ্ধৰ প্রযুক্তিগত কৌশলত কাম কৰিব । সম্প্ৰতি তিনি মাহৰ বাবে কুমাৰ প’ষ্টত মোতায়েন থাকিব শিৱা আৰু তেওঁৰ দল ।

1672818224 5কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে এটা টুইটত শিৱাক ছিয়াচেনত মোতায়েন কৰাৰ খবৰ প্রকাশ্যত অনাৰ পাছৰ পৰা দেশবাসীৰ দৃষ্টি তেওঁৰ ওপৰত । সকলোৰে এতিয়া এটাই প্রশ্ন, কোন এই শিৱা ?

download 2কেপ্টেইন শিৱা ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা । ১১ বছৰ বয়সত তেওঁৰ পিতৃৰ মৃত্যু হয় । দ্বাদশ শ্রেণী পর্যন্ত শিৱাই উদয়পুৰৰ এখন বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল । পাছত তেওঁ উদয়পুৰৰেই ‘এনজেআৰ ইনষ্টিটিউট অৱ টেকন’লজি’ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং কৰে ।

images 1 1শৈশৱৰ পৰাই ভাৰতীয় সশস্ত্র বাহিনীত যোগ দিয়াৰ স্বপ্ন দেখিছিল শিৱাই । সেয়ে পঢ়া-শুনা শেষ কৰি তেওঁ চেন্নাইৰ ‘অফিচাৰছ ট্রেইনিং একাডেমি’ত প্রশিক্ষণ লয় ।

images 3প্রশিক্ষণ লোৱাৰ পাছত শিৱাই ২০২১ত ভাৰতীয় সেনাৰ ‘ইঞ্জিনিয়াৰিং ৰেজিমেন্ট’-ৰ সদস্য হয় । ২০২২ৰ জুলাইত কাৰ্গিল বিজয় দিৱস উপলক্ষে কেপ্টেইন শিৱাই ছিয়াচেন যুদ্ধ স্মৃতিসৌধৰ পৰা কাৰ্গিল যুদ্ধ স্মৃতিসৌধলৈ ৫০৮ কিলোমিটাৰ দূৰত্বত ছুৰা ছ’ই চাইকেল অভিযানত সফলতাৰে নেতৃত্ব দিয়ে।

ibtq2b6 siachen650 625x300 12 August 18ইয়াৰ পাছতে শিৱাক ছুৰা ছ’ই অভিযন্তাসকলৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হয় । ছিয়াচেনত তেওঁৰ অভূতপূর্ব প্রদর্শনৰ বাবে তেওঁক ছিয়াচেন বেটল স্কুলত প্রশিক্ষণৰ বাবে নিৰ্বাচন কৰা হৈছিল । সেই প্রশিক্ষণৰ পাছতেই তেওঁক ছিয়াচেনত মোতায়েন কৰা হৈছে ।

1672818206 4বিশ্বৰ সর্বোচ্চ আৰু শীতলতম যুদ্ধক্ষেত্র সুৰক্ষিত কৰিবলৈ ভাৰতৰ ‘মেঘদূত অপাৰেছন’-ৰ পাছৰ পৰা বিগত ৪০ বছৰত ছিয়াচেনত কেতিয়াও কোনো মহিলা সেনা বিষয়াক মোতায়েন কৰা নাই ।

1672818426 15শিৱাৰ বিষয়ে প্রতিৰক্ষামন্ত্রী ৰাজনাথে টুইট কৰি লিখিছিল, “ভাল খবৰ ! অধিক সংখ্যক মহিলাই সশস্ত্ৰ বাহিনীত যোগদান কৰি প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰা দেখি মই ৰোমাঞ্চিত হৈছো। কেপ্তেইন শিৱক প্ৰণাম জনাইছো।”

1672818395 13 1মহিলাদের আরও বেশি করে সশস্ত্র বাহিনীতে যোগ দিতে এবং প্রতিটি চ্যালেঞ্জকে এগিয়ে নিয়ে যেতে দেখে আমি রোমাঞ্চিত। ক্যাপ্টেন শিবাকে আমি শুভেচ্ছা জানাই।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian ArmyShiva ChauhanSiachenWomen in Indian Army
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d