Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Shiva Chauhan : ছিয়াচেনত মাইনাছ ৩০ ডিগ্রীত প্ৰহৰী দেশৰ প্রথম মহিলা সেনা ! শিৱা চৌহান কোন ?

publisher by publisher
January 4, 2023
in India, News
Reading Time: 3 mins read
0
Shiva Chauhan : ছিয়াচেনত মাইনাছ ৩০ ডিগ্রীত প্ৰহৰী দেশৰ প্রথম মহিলা সেনা ! শিৱা চৌহান কোন ?
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

Shiva Chauhan :

কেপ্টেইন শিৱা চৌহান । বিশ্বৰ সর্বোচ্চ যুদ্ধক্ষেত্র ছিয়াচেনত মোতায়েন প্রথম মহিলা সেনা । মঙলবাৰে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ।

ADVERTISEMENT

ছিয়াচেনত মোতায়েন হোৱাৰ পূৰ্বে অন্য সেনা বিষয়াৰ দৰে শিৱায়ো এমাহৰ কঠোৰ প্রশিক্ষণৰ মাজেৰে যাবলগীয়া হৈছিল ।

সঠিক প্রশিক্ষণৰ বাবে শিৱাক এমাহৰ বাবে ছিয়াচেন বেটল স্কুলত ৰখা হৈছিল । সেই প্রশিক্ষণত বৰফৰ প্রাচীৰত উঠা, তুষাৰপাতৰ মাজত উদ্ধাৰকাৰ্য চলোৱা আৰু কঠিন পৰিস্থিতিত জীয়াই থকাৰ মহড়া অন্তর্ভুক্ত আছিল ।

সেনাবাহিনীয়ে এক বিবৃতিত জনাইছে, ‘‘বিভিন্ন প্রতিকূলতা থকা স্বত্ত্বেও কেপ্টেইন শিৱাই সফলভাৱে প্রশিক্ষণ শেষ কৰিছে আৰু ছিয়াচেন চম্ভালিবলৈ প্রস্তুত ।’’

দুই জানুৱাৰীত, সমুদ্রপৃষ্ঠৰ পৰা ১৫ হেজাৰ ছশ ফুট উচ্চতাত ছিয়াচেনৰ কুমাৰ প’ষ্টত, শিৱাক মোতায়েন কৰা হৈছে । এই অঞ্চলৰ তাপমাত্রা মাইনাছ ৩০ ডিগ্রী ছেলচিয়াছ ।

কেপ্টেইন শিৱাৰ নেতৃত্বত সেনাৰ এটা দলে যুদ্ধৰ প্রযুক্তিগত কৌশলত কাম কৰিব । সম্প্ৰতি তিনি মাহৰ বাবে কুমাৰ প’ষ্টত মোতায়েন থাকিব শিৱা আৰু তেওঁৰ দল ।

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে এটা টুইটত শিৱাক ছিয়াচেনত মোতায়েন কৰাৰ খবৰ প্রকাশ্যত অনাৰ পাছৰ পৰা দেশবাসীৰ দৃষ্টি তেওঁৰ ওপৰত । সকলোৰে এতিয়া এটাই প্রশ্ন, কোন এই শিৱা ?

কেপ্টেইন শিৱা ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা । ১১ বছৰ বয়সত তেওঁৰ পিতৃৰ মৃত্যু হয় । দ্বাদশ শ্রেণী পর্যন্ত শিৱাই উদয়পুৰৰ এখন বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল । পাছত তেওঁ উদয়পুৰৰেই ‘এনজেআৰ ইনষ্টিটিউট অৱ টেকন’লজি’ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং কৰে ।

শৈশৱৰ পৰাই ভাৰতীয় সশস্ত্র বাহিনীত যোগ দিয়াৰ স্বপ্ন দেখিছিল শিৱাই । সেয়ে পঢ়া-শুনা শেষ কৰি তেওঁ চেন্নাইৰ ‘অফিচাৰছ ট্রেইনিং একাডেমি’ত প্রশিক্ষণ লয় ।

প্রশিক্ষণ লোৱাৰ পাছত শিৱাই ২০২১ত ভাৰতীয় সেনাৰ ‘ইঞ্জিনিয়াৰিং ৰেজিমেন্ট’-ৰ সদস্য হয় । ২০২২ৰ জুলাইত কাৰ্গিল বিজয় দিৱস উপলক্ষে কেপ্টেইন শিৱাই ছিয়াচেন যুদ্ধ স্মৃতিসৌধৰ পৰা কাৰ্গিল যুদ্ধ স্মৃতিসৌধলৈ ৫০৮ কিলোমিটাৰ দূৰত্বত ছুৰা ছ’ই চাইকেল অভিযানত সফলতাৰে নেতৃত্ব দিয়ে।

ইয়াৰ পাছতে শিৱাক ছুৰা ছ’ই অভিযন্তাসকলৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হয় । ছিয়াচেনত তেওঁৰ অভূতপূর্ব প্রদর্শনৰ বাবে তেওঁক ছিয়াচেন বেটল স্কুলত প্রশিক্ষণৰ বাবে নিৰ্বাচন কৰা হৈছিল । সেই প্রশিক্ষণৰ পাছতেই তেওঁক ছিয়াচেনত মোতায়েন কৰা হৈছে ।

বিশ্বৰ সর্বোচ্চ আৰু শীতলতম যুদ্ধক্ষেত্র সুৰক্ষিত কৰিবলৈ ভাৰতৰ ‘মেঘদূত অপাৰেছন’-ৰ পাছৰ পৰা বিগত ৪০ বছৰত ছিয়াচেনত কেতিয়াও কোনো মহিলা সেনা বিষয়াক মোতায়েন কৰা নাই ।

শিৱাৰ বিষয়ে প্রতিৰক্ষামন্ত্রী ৰাজনাথে টুইট কৰি লিখিছিল, “ভাল খবৰ ! অধিক সংখ্যক মহিলাই সশস্ত্ৰ বাহিনীত যোগদান কৰি প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰা দেখি মই ৰোমাঞ্চিত হৈছো। কেপ্তেইন শিৱক প্ৰণাম জনাইছো।”

মহিলাদের আরও বেশি করে সশস্ত্র বাহিনীতে যোগ দিতে এবং প্রতিটি চ্যালেঞ্জকে এগিয়ে নিয়ে যেতে দেখে আমি রোমাঞ্চিত। ক্যাপ্টেন শিবাকে আমি শুভেচ্ছা জানাই।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indian ArmyShiva ChauhanSiachenWomen in Indian Army
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d