Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nature Lovers : গাত ৰ’দ নলগা বৰষুণ নপৰা বাসিন্দাৰে ভৰা কাৰ্বি সীমান্তৰ এখন গাঁৱলৈ প্ৰকৃতিৰ হাতবাউল

publisher by publisher
December 20, 2022
in Assam, News
Reading Time: 2 mins read
0
Nature Lovers : গাত ৰ’দ নলগা বৰষুণ নপৰা বাসিন্দাৰে ভৰা কাৰ্বি সীমান্তৰ এখন গাঁৱলৈ প্ৰকৃতিৰ হাতবাউল
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

Nature Lovers :

হেজাৰ বাধাক নেওচিব পৰা, একপ্ৰকাৰ গাত ৰ’দ নলগা বৰষুণ নপৰা বাসিন্দাৰে ভৰা নগাঁও- কাৰ্বি সীমান্তৰ এখন গাঁৱৰ প্ৰকৃতিৰ অনন্য ৰূপে হাতবাউলি মাতিছে প্ৰকৃতিপ্ৰেমীক৷

ADVERTISEMENT

উন্নয়নকামী পথ-পানী-পোহৰৰ চিনচাব নথকা প্ৰকৃতিয়ে অকৃপণ ভাৱেৰে সজাই তোলা এই ঠাইখণ্ড এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ লোকচক্ষুৰ পৰা আঁৰত থকা এশ বছৰ পুৰনি এখন গাওঁ এই পাহাৰীয়া হাড়গাঁও।

যি খন গাঁৱলৈ যাবৰ বাবে আজিৰ একবিংশ শতিকাতো নাই সুচল বাট-পথ। নাই বিশুদ্ধ খোৱা পানী। চাৰিওফালে পাহাৰৰে আৱৰা গাওঁখনে সততে হাতবাউল দি মাতে সকলোকে।

কলিয়াবৰ মহকুমাৰ নগাওঁ কাৰ্বি আংলং সীমান্তত থকা সেউজীয়াৰে পৰিপূৰ্ণ গাওঁখনৰ নৈসৰ্গিক দৃশ্যই বছৰৰ বাৰ মাহেই সকলোকে মাতে হাতবাউল দি৷ কলিয়াবৰ মহকুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাটবৰৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ বাট সোমাই গ’লেই নগাওঁ-কাৰ্বি আংলং সীমান্তৰ কাৰ্বি পাহাৰৰ গাতে লাগি থকা এখন গাওঁ এই সেউজীয়া হাড়গাওঁ।

লোকচক্ষুৰ পৰা বহু নিলগত থকা এই গাওঁখনৰ চৌদিশে মাথো পাহাৰ আৰু পাহাৰ। প্ৰকৃতিৰ সৰ্ব্বোচ্ছ সমলৰে পৰিপূৰ্ণ এই গাওঁখনত কাৰ্বি, চাহ জনগোষ্ঠীকে ধৰি এক সংমিশ্ৰিত জনবসতিয়ে বসবাস কৰে৷

ইয়াৰ সেউজীয়াৰ মাজত থকা প্ৰায় পঞ্চাছটাকৈ পৰিয়ালৰ জীৱন সংগ্ৰামে সকলোকে মোহাচ্ছন্ন কৰি তোলে। সেউজীয়া পাহাৰৰ শুকান খৰি একাঁ বেকা বাটৰে কঢ়িয়াই দূৰৰ বজাৰত বিক্ৰী কৰি তাহানিৰে পৰাই পৰিয়াল পোহপাল দি আহিছে এইসকল লোকে।

তেওঁলোকক যেন বৰষুণে তিয়াব নোৱাৰে, শীতেও চুৱ নোৱাৰে। কাৰণ কৰ্মময় জীৱনৰে একাত্ম এইসকল লোকৰ বাবে নাই বাসগৃহো৷ পাহাৰৰ জান-জুৰি-নিজৰাৰ পানীৰে তৃষ্ণা নিবাৰণ কৰি আহিছে এইসকল লোকে৷ পাহাৰৰ খৰি লুৰি বিক্ৰী কৰাৰ উপৰিও ব্যক্তিগত চাহ বাগিছা সমূহত দিন হাজিৰা কৰিও পৰিয়াল পোহপাল দি আহিছে এইসকলৰ একাংশ লোকে।

সেউজীয়া পাহাৰৰে পৰিপূৰ্ণ তথা পৰ্যটনৰ যথেষ্ট সমল থকা হাড়গাঁৱত নাই এটাও সুচল বাট পথ। জান-জুৰি-নিজৰাৰ ওপৰৰে উলিয়াই ল’ব লাগে বাট৷ প্ৰায় সংখ্যক শিশুৱে দেখা নাই বিদ্যালয়ৰ মুখ। কিয়নো অঞ্চলটোৰ আশে পাশে নাই এখনো বিদ্যালয়।

বন্যহস্তীৰ লগত আন আন বন্যকূলেৰে একেলগে সহবাস কৰা লোসকলে বৰ্তমান পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰী সাহাৰ্যৰ লগতে চৰকাৰী আঁচনিও। গাওঁখনত শিক্ষিত লোকৰ হাৰ মাত্ৰ এক শতাংশ বুলি কলেও ভুল নহ’ব।

যিটো সময়ত শিক্ষা সকলোৰে বাবে বুলি চৰকাৰে ঘোষণা কৰিছে, কিন্তু সেই সময়ত হাড়গাঁৱৰ ছবিখন অতিকৈ পুতৌলগা। পথ, পানী, শিক্ষাৰ কথা সততে কৈ থকা চৰকাখনে যদি অঞ্চলটোৰ উন্নয়ণৰ বাবে অকনমান চিন্তা কৰে তেন্তে পৰ্যটনৰ ক্ষেত্ৰত জিলিকি উঠাৰ যথেষ্ট সমল আছে হাড়গাওঁ।

দূৰ্গম এলেকাৰ হোৱাৰ বাবেই লোকচক্ষুৰ আঁৰ হৈ ৰোৱা এইসকল গাঁওবাসীৰ লগতে ভৱিষ্যতৰ প্ৰজন্মৰ আহিবলগীয়া দিনবোৰো সুখকৰ হোৱাৰ কামনা কৰিছে সকলোৱে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Karbi Anglong borderNagaonNature Lovers
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d