Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Congress : কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি উপলক্ষে শ্ৰীনগৰত অনুষ্ঠিত সভালৈ ২১ ৰাজনৈতিক দলক আমন্ত্ৰণ

নিমন্ত্ৰণ নকৰিলে কেজৰিয়াল-কেচিআৰ আৰু বদৰুদ্দিন আজমল-আছাদুদ্দিন ওৱেচিক

publisher by publisher
January 12, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Congress : কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি উপলক্ষে শ্ৰীনগৰত অনুষ্ঠিত সভালৈ ২১ ৰাজনৈতিক দলক আমন্ত্ৰণ
1
SHARES
11
VIEWS
ShareShareShareShare

Congress :

কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কেইবামাহ যোৰা’ ভাৰত জোড়ো যাত্ৰা’ৰ শ্ৰীনগৰত ৩০ জানুৱাৰীত সমাপন কৰিবলগীয়া সভাত অংশ গ্ৰহণ কৰিবলৈ দেশৰ প্ৰায় ২১ টা সম ভাৱাপন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গক আমন্ত্ৰণ জনাইছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আমন্ত্ৰণ ৷

ADVERTISEMENT

WhatsApp Image 2023 01 12 at 5.30.00 PMইতিমধ্যে কংগ্ৰেছ সভাপতি গৰাকীয়ে নিমন্ত্ৰণ কৰা নেতা সকল হ’ল টিএম চিৰ মুৰব্বী মমতা বেনাৰ্জী, জে এম এমৰ হেমন্ত সোৰেন, এছ পিৰ অখিলেশ যাদৱ, বিএছ পিৰ মায়াৱতী, আৰ জে ডিৰ লালু প্ৰসাদ-তেজস্বী যাদৱ, শিৱসেনাৰ উদ্ধৱ ঠাকৰে, বাওঁপন্থীৰ সীতাৰাম য়েচুৰী, এন চি পিৰ শৰদ পাৱাৰ, এ ডি এম কেৰ ষ্টেলিন,জে কে এন চিৰ ফাৰুক আব্দুল্লা আৰু জে কে পি ডি পিৰ মেহবুবা মুফতি।

RelatedPosts

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

Expel the Congress from the India Alliance:Aap ইণ্ডি মৰ্চাৰ পৰা বাহিৰ কৰক কংগ্ৰেছক: আপ

Pre- election violence again in Samaguri: চামগুৰিত পুনৰ প্ৰাক- নিৰ্বাচনী কেন্দ্ৰীক হিংসা

কিন্তু আচৰিতজনক ভাৱে আম আদমী পাৰ্টিৰ মুৰব্বী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ দল জেডি(এছ) আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতিলৈ ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা নাই।

একেদৰে কট্টৰ মুছলিম নেতা তথা এআইএমআইএম নেতা আছাদুদ্দিন ওৱেচি আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলকো নিমন্ত্ৰণ কৰাৰ পৰা বিৰত আছে দেশৰ প্ৰধান বিৰোধী দলটি ৷

মনকৰিবলগীয়া যে কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ যাত্ৰাই বিৰোধী শিবিৰৰ লগতে পঞ্জাৱ পোৱালৈকে ৰাজনৈতিক পৰ্যবেক্ষক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷

এনে প্ৰেক্ষাপটত ৰাইজৰ ব্যাপক সহাৰী পোৱা বুলি দাবী কৰি কংগ্ৰেছ দলে ভাৰত জোড়ো যাত্ৰাৰ শ্ৰীনগৰৰ সামৰণি অনুষ্ঠান বিস্তৃত ৰূপত আয়োজনৰ প্ৰস্তুতি চলাইছে ৷

WhatsApp Image 2023 01 12 at 5.30.01 PMআনহাতে কংগ্ৰেছৰ জনসম্পৰ্কৰক্ষী সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ ২১ টা সম ভাৱাপন্ন দলৰ সভাপতিসকলক খাৰ্গেৰ আমন্ত্ৰণ কৰাৰ বিষয়ে টুইটযোগে সদৰি কৰিছে। খাৰ্গেই নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰে যে তেওঁলোকৰ উপস্থিতিয়ে যাত্ৰাৰ সত্য, সহানুভূতি আৰু অহিংসাৰ বাৰ্তা শক্তিশালী ৰূপত উপস্থাপিত হ’ব।

৩০ জানুৱাৰীত শ্ৰীনগৰত ভাৰত জোড়ো যাত্ৰা সমাপন অনুষ্ঠান মহাত্মা গান্ধীৰ স্মৃতিত উৎসৰ্গিত কৰা হৈছে ৷ যিয়ে ঘৃণা আৰু হিংসাৰ আদৰ্শৰ বিৰুদ্ধে নিৰন্তৰ সংগ্ৰামত ব্ৰতী হৈ উল্লিখিত দিনটোতে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

ইপিনে,কংগ্ৰেছ দলীয় সূত্ৰই নিশ্চিত কৰিছে যে আম আদমী পাৰ্টি, জেডি(এছ), ভাৰত ৰাষ্ট্ৰ সমিতিৰ লগতে ওৱেচি আৰু আজমলক শ্ৰীনগৰৰ সভালৈ আমন্ত্ৰণ প্ৰেৰণ কৰা হোৱা নাই।

অৱশ্যে বিৰোধী দলসমূহৰ সৈতে আপে সংসদৰ শীতকালীন অধিৱেশনত বিৰোধী দলৰ নেতা হিচাপে খাৰ্গেৰ দ্বাৰা আহ্বান কৰা এখন বৈঠকত অংশগ্ৰহণ কৰিছিল কেজৰিয়ালে।

কিন্তু ভাৰত জোড়ো যাত্ৰাত দেশৰ ২১ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৰ্গক আমন্ত্ৰণ কৰাৰ বিপৰীতে আপক নিমন্ত্ৰণ নকৰাৰ সন্দৰ্ভত কংগ্ৰেছৰ শেহতীয়া স্থিতিয়ে স্পষ্ট কৰে যে সাম্প্ৰতিক সময়ছোৱাৰ বাবে আম আদমী পাৰ্টিৰ লগতে জেডিএছ আৰু চন্দ্ৰশেখৰ ৰাওৰ পৰা সম দূৰত্ব ৰখাৰ পক্ষপাতী কংগ্ৰেছ ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BHARAT JODO YATRAclosing ceremony programmeCongressGrand FinaleSri Nagar
publisher

publisher

Related Posts

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !
India

ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

May 10, 2025
আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d