Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Garia-Maria Deshi Jatiya Parishad :বাঘ হাজৰিকাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অসমৰ থলুৱা জনগোষ্ঠী গৰিয়া মৰিয়া দেশী সকলৰ বাবে কেৱল দুৰ্ভাগ্যজনকেই নহয় এক বিপদজনক সংকেত !

publisher by publisher
January 12, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Garia-Maria Deshi Jatiya Parishad :বাঘ হাজৰিকাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অসমৰ থলুৱা জনগোষ্ঠী গৰিয়া মৰিয়া দেশী সকলৰ বাবে কেৱল দুৰ্ভাগ্যজনকেই নহয় এক বিপদজনক সংকেত !
1
SHARES
14
VIEWS
ShareShareShareShare

Garia-Maria Deshi Jatiya Parishad :

অসমৰ মানচিত্ৰৰ পৰা মচি দিবলৈ বিচাৰিছে নেকি ইতিহাস প্ৰসিদ্ধ থলুৱা ইছলামধৰ্মী জনগোষ্ঠী সকলৰ ইতিহাস ? ঐতিহাসিক ভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰে পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো সংকটকালত আৰু প্ৰতিটো জলন্ত সমস্যাত জৰ্জৰিত এই জনগোষ্ঠীৰ লোকসকলৰ আছে অভুতপূৰ্ব সঁহাৰি, ত্যাগ আৰু অৱদান।

ADVERTISEMENT

অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা এই লোকসকলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত আছে এক এৰাব নোৱাৰা একতা আৰু ভাতৃত্ববোধৰ সম্পৰ্ক।

RelatedPosts

Hagrama Mohilary:মই আইনৰ মাষ্টাৰ নহয়, আইনে চাব এইবিলাক:হাগ্ৰামা মহিলাৰী

Guwahati:ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ

Against Evictions:উচ্ছেদক লৈ চৰকাৰৰ ভূমিকাত ক্ষুব্ধ দল-সংগঠন

ৰাজ্যখনত সিঁচৰতি হৈ বসবাস কৰি থকা অসমীয়া সমাজখনত এই জনগোষ্ঠীৰ লোকসকলে কেতিয়াও ধৰ্মীয় গণ্ডীত আৱদ্ধ নাথাকি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক জীয়াই ৰাখিবলৈ নিৰৱিচ্ছিন্ন ভাৱে আত্মোৎসৰ্গ কৰি আহিছে।

অসমৰ আন্ত:জনগোষ্ঠীয় কৌটিকলীয়া ঐক্য- সম্প্ৰীতিৰ এনাজৰীডাল আজিও শক্তিশালী কৰি ৰাখিছে এই জনগোষ্ঠীৰ লোকসকলে। বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত আছে এই জনগোষ্ঠীৰ লোকসকলৰ এক সাতামপুৰুষীয়া ভাতৃত্ববোধৰ সম্পৰ্ক।

ধৰ্ম যিয়েই নহ‌ওঁক কিয়, আমাৰ জনগোষ্ঠীয় লোকৰ লগত অসমৰ অন্যান্য সকলো জাতি- জনগোষ্ঠীয় লোকৰ সৈতে আছে এজনে আনজনক বাদ দি চলিব নোৱাৰা এক সুদৃঢ় সম্পৰ্ক। ৰাজনৈতিক ভাৱে যুগ যুগ ধৰি বঞ্চিত আৰু ক্ষমতাহীন এই জনগোষ্ঠীৰ লোকসকল নিৰৱিচ্ছিন্ন ভাৱে শোষিত আৰু অৱহেলিত হৈ আহিছিল বিগত চৰকাৰ সমূহৰ দীৰ্ঘদিনীয়া কালছোৱাত।

শেহতীয়াকৈ, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট আশ্বাস আৰু বিশ্বাস দিছিল এই ঐতিহ্যমণ্ডিত থলুৱা ইছলামধৰ্মী জনগোষ্ঠীৰ লোকসকলক। বছৰ বছৰ ধৰি অৱহেলিত আৰু বঞ্চিত হৈ থকা গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ লোকসকলে এইগৰাকী মুখ্যমন্ত্ৰীৰ পৰা এক আশাৰ ৰেঙণি দেখিছিল।

তেনেস্থলত, মুখ্যমন্ত্ৰীয়ে বাঘ হাজৰিকাৰ অস্তিত্বক অসমৰ বুৰঞ্জীৰ পাতৰ পৰা সমূলি নস্যাৎ কৰি ৰাজহুৱাকৈ প্ৰদান কৰা বিৰূপ মন্তব্যক সহজভাৱে ল’ব পৰা নাই এই জনগোষ্ঠীৰ লোকসকলে।

উল্লেখ্য যে, অসমৰ সুপ্ৰতিষ্ঠিত তথা বৰেণ্য ইতিহাসবিদ সকলৰ দ্বাৰা লিপিবদ্ধ বুৰঞ্জীৰ পাতত বিদেশী মোগলৰ বিৰুদ্ধে মাতৃভূমি অসম আৰু বৃহত্তৰ অসমীয়া সমাজখনক ৰক্ষা কৰিবলৈ তেতিয়াৰ আহোম স্বৰ্গদেউৰ দ্বাৰা নিযুক্ত মূখ্য সেনানায়ক মহাবীৰ লাচিত বৰফুকনৰ সহযোদ্ধা ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকাই নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি প্ৰবল পৰাক্ৰমেৰে যুঁজি মহাবীৰ লাচিতৰ নেতৃত্বত মহাপ্ৰতাপী বিদেশী মোগল সেনাক পৰাস্ত কৰি অসমীয়া সেনা বাহিনীৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।

ঐতিহাসিক ভাৱে সুখ্যাত এইগৰাকী বাঘ হাজৰিকা সম্পৰ্কে অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত, নিৰপেক্ষ তথা অভিজ্ঞ বুৰঞ্জীবিদসকলক লৈ এখন “উচ্চস্তৰীয় গৱেষণা সমিতি” গঠন কৰি বাঘ হাজৰিকাৰ অস্তিত্বৰ ওপৰত সঠিক তথ্য

ভিত্তিক অধ্যয়ন কৰোৱাৰ লগতে চৰকাৰী ভাৱে এখনি গৱেষণা পত্ৰ প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ডোলেৰে বান্ধ খাই থকা শান্তিপূর্ণ অসমবাসী ৰাইজক আশ্বস্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক দাবী জনায় সংগঠনটোৱে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: All Assam Garia Maria Desi Jatiya ParishadBagh Hazarika MatterREACTION
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d