Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

MEETING OF THE STATE EDUCATION COMMISSION CHAIRED BY CM DR.H.B.SARMA :মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক

publisher by publisher
October 20, 2022
in Assam, India, News
Reading Time: 1 min read
0
MEETING OF THE STATE EDUCATION COMMISSION CHAIRED BY CM DR.H.B.SARMA :মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Cabinet meeting in Nalbari:নলবাৰীত কেবিনেট বৈঠক

BJP National Council Meeting Starts in New Delhi:আজিৰে পৰা দুদিনীয়াকৈ নতুন দিল্লীৰ ভাৰত মণ্ডপনত

Durga Puja Preparation  Meeting in kamrup[m] Administration :কামৰূপ মহানগৰ জিলাত শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা

MEETING OF THE STATE EDUCATION COMMISSION CHAIRED BY CM DR.H.B.SARMA : নতুন শিক্ষা নীতিৰ ২০২০ ৰ আধাৰত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক অধিক তৰাণ্বিত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগৰ সৰ্বোচ্চ কমিটি ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, শিক্ষা বিভাগৰ লগতে অন্যান্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতত অনুষ্ঠিত হোৱা এই বৈঠক খনত সৰ্বশিক্ষাৰ মিছন সঞ্চালক, সঞ্চালক এচ.ছি.ই.আৰ.টি, বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ সচিবৰ দ্বাৰা বৰ্তমান আৰু আহি থকা দিন সমুহত শিক্ষা বিভাগে গ্ৰহণ কৰিবলগীয়া দুৰদৰ্শী পৰিকল্পনা সমুহৰ বিষয়ে এক চমু আভাস দাঙি ধৰে।

ADVERTISEMENT

উক্ত বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে নতুন শিক্ষা নীতি কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য শিক্ষা আয়োগে এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব। প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগত শিক্ষা লাভ কৰিব পাৰে লগতে কোনো ছাত্ৰ যাতে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে কাম কৰি যাৱ লাগিব। দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি আগন্তুক দিনত শিক্ষাৰ মানদণ্ড আৰু অধিক উন্নত কৰি তুলিব লাগিব।

এই বৈঠকত সকলো বিদ্যালয়ৰ বাবে কমন চাৰ্ভিছ ৰুল, কমন ৰিক্ৰুইটমেন্ট বোৰ্ড ফৰ হেড মাষ্টৰ এণ্ড প্ৰিঞ্চিপাল, স্কুল ৰুল বুক, ৰাজ্যিক সৈনিক বিদ্যালয় চচাইটি স্থাপন, মহাবিদ্যালয় সমুহত নিয়োগৰ বাবে কমন ৰিক্ৰুইটমেন্ট বোৰ্ড গঠন কৰাৰ কথা আলোচনা কৰাৰ লগতে সভাত উপস্থিত বিভিন্ন উপাচাৰ্য্য তথা বিষয়া সকলৰ পৰা মতামত গ্ৰহণ কৰা হয়। উক্ত বৈঠকত শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে ৰাজ্যখনৰ নাগৰিক হিচাপে বিদ্যালয় তথা শিক্ষা ব্যৱস্থাটোৰ ওপৰত নজৰ আৰোপ কৰা আমাৰ সকলোৰে অধিকাৰ আছে। সেয়েহে তেওঁ প্ৰতিগৰাকী বিষয়াক অন্ততঃ তেওঁলোকৰ ওচৰৰ বিদ্যালয় সমুহত গৈ শৈক্ষিক পৰিবেশৰ বুজ লবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে মহাবিদ্যালয় সমুহে যাতে কমেওঁ এখনকৈ বিদ্যালয় তুলি (Adopt) লৈ সেই বিদ্যালয় খনক শৈক্ষিক দিশত সুচাৰুৰূপে আগ বঢ়াই লৈ যাবলৈ উল্লেখ কৰে। আজিৰ এই সভাত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী উৰখাও গৌড়া ব্ৰহ্ম, শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHAIRED BY CM DR.H.B.SARMAMeetingSTATE EDUCATION COMMISSION
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d