Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সংকটকালত পথ প্ৰদৰ্শন কৰিছে মহাৰাষ্ট্ৰৰ এজন জিলা প্ৰশাসকে

publisher by publisher
April 27, 2021
in COVID-19, India, News
Reading Time: 2 mins read
0
সংকটকালত পথ প্ৰদৰ্শন কৰিছে মহাৰাষ্ট্ৰৰ এজন জিলা প্ৰশাসকে
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সম্প্ৰতি ক’ভিড সংক্ৰমণ সমগ্ৰ বিশ্বৰ বাবে আটাইতকৈ বৃহৎ সমস্যা হিচাপে গা কৰি উঠিছে । ভাৰততো দ্ৰুত গতিত ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে ‌। লগতে বৃদ্ধি পাইছে অক্সিজেনৰ নাটনিৰ সমস্যাও ।

ADVERTISEMENT

প্ৰতিদিনে অক্সিজেনৰ অভাৱত দেশৰ বিভিন্ন প্ৰান্তত কৰ’না ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । ফলত প্ৰশাসকসকল সমালোচনাৰো সন্মুখীন হয় । সমগ্ৰ দেশ এনে পৰিস্থিতিত চিন্তিত হৈ থকাৰ সময়তে সামান্যও বিচলিত হোৱা নাই মহাৰাষ্ট্ৰৰ এখন জিলা ।

জিলাখনত সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে অক্সিজেনৰ নাটনি হোৱাও পৰিলক্ষিত হোৱা নাই । বৰঞ্চ ওচৰ চুবুৰীয়া ৰাজ্যসমূহেও চিকিৎসাৰ বাবে এই ৰাজ্যখনৰ ওপৰতে নিৰ্ভৰশীল ।

বিস্ময়ৰ বিষ‌য় যে, কৰ’না সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰা ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ অন্যতম । কিন্তু এনে পৰিস্থিতিতো সুস্থিৰ হৈ থকা ৰাজ্যখন মহাৰাষ্ট্ৰৰে এখন আদিবাসী অধ্যুষিত জিলা ।

জিলাখনৰ নাম নন্দুৰবাৰ । জনসংখ্যা ১৬ লাখ । দেশৰ অন্যান্য ৰাজ্যসমূহৰ হাস্পতালত বিছনাৰ অভাৱ, জীৱনদায়ী ঔষধৰ নাটনি, অক্সিজেনৰ বাবে হাহাকাৰ হৈ থকাৰ সময়তে এই জিলাখনত এই পৰ্যন্ত বহুকেইখন বিছনা খালি হৈ আছে ।

দুটা অক্সিজেন প্লাণ্টৰ পৰা সকলো সংকটজনক ৰোগীক অক্সিজেনো সৰবৰাহ কৰা হৈছে । গুজৰাট, মধ্যপ্ৰদেশৰ পৰাও ৰোগী আহি চিকিৎসাধীন হৈছে এই জিলাৰ হাস্পতালখনত ।

নন্দুৰবাৰত দৈনিক সংক্ৰমণ ১২ শৰ পৰা তিনিশ লৈ হ্ৰাস পাইছে । নন্দুৰবাৰৰ জিলাপ্ৰশাসক চিকিৎসক ৰাজেন্দ্ৰ ভাৰুদ । চিকিৎসক, নাৰ্ছ, স্বেচ্ছাসেৱক, বিভিন্ন চৰকাৰী কৰ্মীক লৈয়ে তেওঁ অতিমাৰীৰ স’তে যুঁজ দিছে ।

ক’ভিড সংক্ৰমণৰ প্ৰথম ঢৌ নিয়ন্ত্ৰণ কৰি সমগ্ৰ দেশে গা এৰা দিয়াৰ সময়তে, এই জিলাখনে সময় নষ্ট নকৰি দ্বিতীয় ঢৌৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিয়ে ।

তেওঁ স্কুল আৰু সাম্প্ৰদায়িক হলসমূহক ক’ভিড-১৯ কেন্দ্ৰত পৰিণত কৰে । সংক্ৰমিতসকলক পৃথককৈ ৰাখিবৰ বাবে সাত হেজাৰ বিছনাযুক্ত আইছ’লেছন কেন্দ্ৰ স্থাপন কৰে । ইয়াৰ ভিতৰত ১৩০০ খন বিছনাত আইচিইউৰ সুবিধা আছে ।

লগতে সংকটকালীন পৰিস্থিতিত ৰোগীসকলক শীঘ্ৰে হাস্পতালত নিবৰ বাবে ২৭ টা এম্বুলেন্সৰো ব্যৱস্থা কৰিছে । ক’ভিড ৰোগীৰ মৃতদেহ নিবলৈ কেৱল দুখন এম্বুলেন্স ৰখা হৈছে ।

তেওঁ পাঁচ লাখ টকাৰ ৰেমডেচিভিৰ প্ৰতিষেধকো সঞ্চয় কৰি ৰাখিছে । লগতে সমগ্ৰ দেশে অক্সিজেনৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে তেওঁ অক্সিজেনৰ নাটনি নহ’বৰ বাবে দুটা অক্সিজেন প্লাণ্টো নিৰ্মাণ কৰিছে ।

বিগত বৰ্ষৰ ছেপ্টেম্বৰত তেওঁ প্ৰথমটো অক্সিজেন প্লাণ্ট নিৰ্মাণ কৰে । দ্বিতীয়টো নিৰ্মাণ কৰে চলিত বৰ্ষৰ মাৰ্চত । অতি শীঘ্ৰে তৃতীয় প্লাণ্টৰ নিৰ্মাণো সম্পন্ন হ’ব । প্ৰতিটো প্ৰাণ্টৰ বাবদ ব্যয় হৈছে ৮৫ লাখ টকা ।

তেওঁ জনায় যে, তিনিটা প্লাণ্টতে সম্বলিতভাৱে প্ৰতি মিনিটত অন্ততঃ তিনি হেজাৰ লিটাৰ অক্সিজেন প্ৰস্তুত কৰা কৰা হ’ব । সক্ৰিয় প্লাণ্ট দুটাৰ পৰা প্ৰত্যক্ষভাৱে অক্সিজেন পাইপৰ মাধ্যমেৰে ৰোগীসকলে লাভ কৰিব ।

ৰোগীসকলৰ সামান্য শ্বাস সমস্যাৰ দেখা দিলেই তেওঁলোকক অক্সিজেন প্ৰদান কৰা হৈছে । তেওঁ ধাৰণা কৰে যে, আৰম্ভণিতেই ৰোগীসকলক অক্সিজেন দিব পাৰিলে ৰোগীসকলৰ অক্সিজেনৰ চাহিদাও হ্ৰাস পায় ।

লগতে ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে তেওঁ বদ্ধপৰিকৰ । জিলাৰ প্ৰান্তৱৰ্তী অঞ্চলসমূহত ১৬ টা পৃথক গাড়ীত প্ৰতিষেধক প্ৰেৰণ কৰা হৈছে ।

কৰ’না অতিমাৰীৰ সময়ত সমগ্ৰ দেশকে পথ দৰ্শাই অনুপ্ৰেৰণা যোগোৱাৰ দৰে আইএএছ ৰাজেন্দ্ৰৰ জীৱন কাহিনীয়েও অনুপ্ৰেৰণা যোগাব ।

অকলশৰীয়া মাতৃৰ সন্তান ৰাজেন্দ্ৰ‌ই সৰুৰ পৰাই বিভিন্ন অভাৱ অনাটনৰ মাজত ডাঙৰ হৈছে । আইএএছ হোৱাৰ পূৰ্বে তেওঁ বস্তিত বাস কৰিছিল । চৰকাৰী চিকিৎসালয়ত শিক্ষা গ্ৰহণ কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19NandurbarRajendra Bharud
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d