Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

No Fly Zone : বিমান উৰণ নিষিদ্ধ বিশ্বৰ ঐতিহাসিক স্থান সমূহ

publisher by publisher
January 19, 2023
in News, International
Reading Time: 4 mins read
0
No Fly Zone : বিমান উৰণ নিষিদ্ধ বিশ্বৰ ঐতিহাসিক স্থান সমূহ
2
SHARES
20
VIEWS
ShareShareShareShare

No Fly Zone :

শেহতীয়াকৈ বিশ্বৰ কোনবোৰ ঠাইৰ ওপৰত বিমান ব উৰিব নোৱাৰে সেই বিষয়ে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল। আনহাতে এই সন্দৰ্ভত আলোচনা এই বাবেই কৰা হৈছিল যেতিয়া হিমালয়ান দেশ নেপালত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা  ৷ দুৰ্ঘটনাটোত বিমানখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে মৃত্যু হৈছিল সকলো যাত্ৰীৰ ৷

ADVERTISEMENT

নো-ফ্লাই জ’ন স্থায়ী আৰু অস্থায়ী দুয়োধৰণৰ। যিকোনো ৰাষ্ট্ৰীয় বা অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে চৰকাৰে সেই স্থানটো কিছু সময়ৰ বাবে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰে।

RelatedPosts

Guwahati High Court-District Court Premises” Declared no Lly Zone:গুৱাহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ন’ ফ্লাই জ’ন” ঘোষণা

Covid-19 : তাজমহল দৰ্শন কৰিবলৈ অহা বিদেশী পৰ্যটনৰ দেহত ওলাল ক’ভিড

Agni-5 : অগ্নি-৫ পৰীক্ষাৰ পূৰ্বে ভাৰত মহাসাগৰত চীনৰ ‘গুপ্তচৰ’ জাহাজ !

বহুসময়ত যুদ্ধ ক্ষেত্ৰবোৰক নো-ফ্লাই জ’ন হিচাপেও ঘোষণা কৰা হয়। কিন্তু এইবোৰৰ বাহিৰেও বিশ্বৰ এনে কিছুমান ঠাই আছে যাক স্থায়ীভাৱে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে।

এই বিষয়ে কিছু জানো আহক:

WhatsApp Image 2023 01 19 at 5.30.45 PMডিজনী পাৰ্ক, কেলিফৰ্ণিয়া: ডিজনী পাৰ্ক সমগ্ৰ বিশ্বৰ লোকসকলৰ মাজত যথেষ্ট বিখ্যাত। এই ঠাইখন আপুনি কল্পনা কৰিব পৰাকৈ যাদুকৰী। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ডিজনী পাৰ্কৰ ওপৰেৰে বিমান উৰণত নিষেধাজ্ঞা আছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৯/১১ ৰ পিছত ডিজনী পাৰ্কৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এনে সিদ্ধান্ত তাৎক্ষণিকভাৱে লোৱা হৈছিল।

WhatsApp Image 2023 01 19 at 5.30.45 PM 1তিব্বত: তিব্বতক পৃথিৱীৰ সৰ্বোচ্চ অঞ্চলসমূহৰ ভিতৰত এক সুকীয়া বুলি গণ্য কৰা হয়৷ এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ১৬ হেজাৰ ফুট পৰ্যন্ত। ইয়াৰ ভিতৰত অৱস্থিত উচ্চ পৰ্বতবোৰৰ বাবে এই সুন্দৰ ঠাইখনত বিমান উৰণ নিষিদ্ধ কৰা হৈছে। এই ঠাইখন যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এক নো-ফ্লাই জ’ন ৰূপে চিহ্নিত কৰা হৈছে ৷

WhatsApp Image 2023 01 19 at 5.30.46 PMমাচু পিচু: পেৰুৰ মাচু পিচু, পৃথিৱীৰ সাতটা আশ্চৰ্যৰ ভিতৰত এটা৷ ইয়ো নো-ফ্লাই জ’নত অন্তভুৰ্ক্ত । এই অঞ্চল বিখ্যাত পৰ্যটন স্থল ৷ যাক ভ্ৰমণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকসকলে আহে। এই ঐতিহাসিক ঠাইখন দক্ষিণ আমেৰিকাৰ দেশ পেৰুত আছে। এই ঠাইখন উৰুবাম্বা উপত্যকাৰ ওপৰৰ এটা পাহাৰত সাগৰ পৃষ্ঠৰ পৰা ২,৪৩০ মিটাৰ উচ্চতাত অৱস্থিত। ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বৰ বাবে বিখ্যাত৷ লগতে কেৱল ইয়াতে বিকশিত হোৱা বিৰল বন্যপ্ৰাণী আৰু উদ্ভিদ জীৱনৰ সংখ্যাৰ বাবেও বিখ্যাত বুলি গণ্য কৰা হয় ৷।

WhatsApp Image 2023 01 19 at 5.30.46 PM 1মক্কা: বিশ্বৰ ইছলাম ধৰ্মী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক স্থান হিচাপে বিবেচিত কৰা হয় । কোনো যাত্ৰীবাহী বিমানক মক্কা আৰু বিশেষকৈ পবিত্ৰ কাবাৰ ওপৰেৰে উৰা মাৰিবলৈ অনুমতি দিয়া নহয়। এইটো হজ যাত্ৰাৰ অন্তিম গন্তব্য স্থান আৰু ইছলামধৰ্মী বিশ্বাসৰ কেন্দ্ৰ হোৱাৰ বাবে বিখ্যাত।

WhatsApp Image 2023 01 19 at 5.30.47 PMতাজমহল: ভাৰতৰ আগ্ৰাত অৱস্থিত৷ তাজমহল হৈছে বিশ্বৰ স্থাপত্যবিদ্যাৰ আটাইতকৈ প্ৰতিষ্ঠিত আৰু আটাইতকৈ ধুনীয়া ঐতিহ্য। ইউনেস্কোৱে ১৯৮৩ত তাজমহলক ইয়াৰ গুৰুত্ব বিবেচনা কৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত কৰিছিল। কোনো বিমানে ইয়াৰ ওপৰেৰে উৰিব নোৱাৰে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০০৬ত তাজমহলক ভ্ৰমণকাৰী পৰ্যটকসকলৰ সুৰক্ষাৰ বাবে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰিছিল।

WhatsApp Image 2023 01 19 at 5.30.47 PM 1বামিংহাম পেলেচ: ইউনাইটেড কিংডমৰ বাকিংহাম পেলেচো এক নো-ফ্লাই জ’নৰ অন্তভুৰ্ক্ত অঞ্চল। এইটো ব্ৰিটেইনৰ ৰজাৰ ৰাজহাউলি আৰু কাৰ্যালয় ৷ ইয়াক ইংৰাজ সকলে সন্মানৰ প্ৰতীক হিচাপে মান্যতা দি আহিছে । ব্ৰিটেইনৰ ৰাণী বা ৰজা ইয়াত বাস কৰে। প্ৰাসাদ আৰু ৰাজপৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এনে সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে এতিয়া ব্ৰিটেইনৰ আন বহুতো ঠায়ো নো ফ্লাই জ’ন অঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১০নং ডাউনিং ষ্ট্ৰীট, সংসদ ভৱন আৰু বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন।

WhatsApp Image 2023 01 19 at 5.30.47 PM 2
বাৰ্চিলোনাৰ গাৱা অঞ্চল: স্পেইনৰ ৰাজধানী বাৰ্চিলোনাৰ গাৱাৰ অঞ্চলক পৰিৱেশগতভাৱে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে। প্ৰাপ্ত তথ্যানুসৰি ইয়াৰ উদ্ভিদ-প্ৰাণী অতি বিৰল৷ যাৰবাবে চৰকাৰে তাৰ থকা বায়ু দূষিত হোৱাটো নিবিচাৰে। উল্লেখযোগ্য বিশ্ব ফুটবলৰ মহাতাৰকা ফুটবল খেলুৱৈ লিঅনেল মেছিৰ ঘৰটোও এই অঞ্চলত অৱস্থিত।

এই সকলোবোৰৰ বাহিৰেও পৃথিৱীৰ বহু ঠাইত অস্থায়ীভাৱে নো-ফ্লাই জ’নৰ নিয়ম বলবৎ কৰা হৈছে। নো-ফ্লাই জ’নৰ অৰ্থ হৈছে এনে এক এলেকা যাৰ ওপৰত যিকোনো ধৰণৰ বিমান, যুঁজাৰু বিমান, হেলিকপ্টাৰ উৰণত নিষেধাজ্ঞা বলবৎ থাকে । নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এনেবোৰ সিদ্ধান্ত লয় সংশ্লিষ্ট দেশবোৰৰ প্ৰশাসনে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barcelona GaiaBuckingham PlaceDisney ParksMachu-PicchuMeccaNo Fly ZoneTaj MahalTibet
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d